Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kaziranga Hitech Sensor Cemera:ধন নাপাই অসম এৰিলে হায়দাবাদৰ কেমেৰা সংস্থাপনকাৰী সংস্থা

বন্যপ্ৰাণীৰ প্ৰাণৰ শংকা, কাজিৰঙাৰ ৰাজপথত বন্যকুলৰ সুৰক্ষাত ব্যৱহৃত ছেঞ্চৰ কেমেৰা বিকল

publisher by publisher
April 21, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Kaziranga Hitech Sensor Cemera:ধন নাপাই অসম এৰিলে হায়দাবাদৰ কেমেৰা সংস্থাপনকাৰী সংস্থা
1
SHARES
11
VIEWS
ShareShareShareShare

Kaziranga Hitech Sensor Cemera:

বন্যপ্ৰাণীৰ প্ৰাণৰ প্ৰতি শংকা নামি আহিছে কাজিৰঙাৰ ৰাজপথত। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ ৰাজপথৰ এনিমেল কৰিড’ৰত গতিবিধি নিয়ন্ত্রণত ব্যবহৃত সকলোবোৰ হাইট্ৰেক কেমেৰা বিকল হৈ পৰিছে।

ADVERTISEMENT

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ধনৰ অভাৱত বিকল হৈ পৰিছে এই চেঞ্চৰ কেমেৰাসমূহ। ইয়াৰ লগে লগে বগা হাতীত পৰিণত হৈছে কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিজিটেল স্পীড মনিটৰিং ব্যবস্থা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰি, হালধিবাৰী আৰু পানবাৰীৰ এনিমেল কৰিডৰত বন বিভাগে স্থাপন কৰা ছেঞ্চৰ কেমেৰা সংলগ্ন যান-বাহনৰ গতি নিৰীক্ষণ ব্যৱস্থাৰ মৃতপ্রায় অৱস্থাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাৰ ৰাজপথত।

RelatedPosts

Rhino:সুদীৰ্ঘ সাত বছৰৰ পাছত আপোন গৃহ কাজিৰঙাৰ সেউজ বনত কানাই-চন্দ্র

Kaziranga:কাজিৰঙাত পৰিভ্ৰমী চৰাই চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ৫ চোৰাং চিকাৰী

এটা শতিকাত কাজিৰঙাত তিনিশ বৰ্গকিলোমিটাৰ বননি হ্রাস পালে

WhatsApp Image 2023 04 21 at 6.41.59 PM 1উল্লেখ্য যে, এনিমেল কৰিড’ৰসমূহত যান-বাহনৰ গতি প্রতি ঘন্টাত সৰ্বোচ্চ ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি বন বিভাগে গতি নিৰীক্ষণ কৰাৰ বাবে প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে ২০১৮ত স্থাপন কৰিছিল ছটাকৈ ছেঞ্চৰ কেমেৰা।

এই কেমেৰা স্থাপনৰ পাছত কিছু নিয়ন্ত্ৰণলৈ আহিছিল যান-বাহনৰ গতিবেগ। কিন্তু এই স্পীড মণিটৰিং’ ব্যৱস্থা এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰাৰ বাবেই অধিক সংখ্যক যান-বাহনৰ গতিবেগ পুনৰ নিয়ন্ত্ৰণ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে, পথছোৱাত সংঘটিত বহু দুৰ্ঘটনা কেমেৰাত বন্দী হোৱাৰ বাবে তদন্তৰ সুবিধা হৈছিল বনবিভাগৰ। গতিবেগ নিয়ন্ত্ৰণৰ ফলত প্ৰাণ ৰক্ষা পৰিছিল বন্যপ্ৰাণীৰ। কিন্তু এতিয়া কেমেৰা বিকলৰ ফলত এক ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত।

তদুপৰি কৰিড’ৰ অঞ্চলত বিভিন্ন সময়ত ৰখাই থোৱা যানবাহনৰ ক্ষেত্ৰতো বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনাইছে সমাজ সচেতন লোকসকলে।

জানিব পৰা মতে, অপ্টিকেল কেমেৰা, থামেল কেমেৰা, স্পীড ছেঞ্চৰ, স্পীড ৰিডাৰকে ধৰি ২১ প্রকাৰৰ বিভিন্ন ডিজিটেল যন্ত্রাংশ স্থাপন কৰিছিল ডিথিলজিক নামৰ হাইদৰাবাদৰ কোম্পানীয়ে।

২০১৮তে সম্পন্ন হৈছিল এই কাম। তেতিয়াৰে পৰা পাঁচজনকৈ কৰ্মচাৰীয়ে চোৱাচিতা কৰিছিল এইসমূহ কেমেৰা। কিন্তু উদ্যান কর্তৃপক্ষই ধন দিব নোৱাৰাত এইসকল কৰ্মচাৰীয়ে দৰমহা নাপাই উভতি যোৱা বুলি জানিব পৰা গৈছে। ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Hitech Sensor CemeraKaziranga National Park
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d