Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ সংবাদমেল

publisher by publisher
June 29, 2022
in Assam, India, News
Reading Time: 1 min read
0
অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ সংবাদমেল
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

অসমত এইবাৰৰ সংহাৰী বানত ৩২ খন জিলাত ৫০ লক্ষতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ১৪৬টা ৰাজহ চক্ৰৰ ৯০০২ খন গাঁও বানপানীয়ে বুৰাই পেলাইছে ৷ ক্ষতিগ্ৰস্ত এলেকাত ৩৩১৭টা আশ্ৰয় শিবিৰ মুকলি কৰা হয় ৷

ADVERTISEMENT

তথ্য অনুসৰি এতিয়ালৈকে বানপানীত ১৩৫ জন লোক মৃত্যু মুখত পৰে ৷ ৭৭৫৫টা পশুধনৰ মৃত্যুৰ লগতে ১৬১৬৮টা বাসগৃহও ক্ষতিগ্ৰস্ত হয় ৷ প্ৰলয়নকাৰী বানপানীত ৩৪৯টা পথৰ ক্ষতি হয় ৷ ইয়াৰে সৰ্বাধিক ক্ষতি হৈছে বৰপেটা, দৰং, নলবাৰী আৰু নগাঁও জিলাত ৷ দৰং আৰু নলবাৰী জিলাত সৰ্বাধিক ৬৯টা পথৰ ক্ষতি হোৱাৰ লগতে বৰপেটাত ৫৩টা আৰু নগাঁৱত ৫১টা পথৰ ক্ষতি হয় ৷ কে’বালক্ষ হেক্টৰ শস্য ভূমিৰ লগতে প্ৰায় ২০০ কোটিতকৈ অধিক মূল্যৰ মাছ ব্যক্তিগত পুখুৰীৰ পৰা ওলাই যায় ৷ ফলত শ-শ মৎস্য পালকে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷

ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ এই প্ৰলয়নকাৰী ধ্বংসলীলাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাই অসমবাসীক ক্ষুদ্ধ আৰু ক্ষুন্ন কৰি তুলিছে ৷ নিৰ্বাচনৰ সময়ত বানমুক্ত অসমৰ শ্ল’গান দিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপিৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে এই দুৰ্যোগৰ সময়ত জনসাধাৰণক সকাহ দিয়াত দৃষ্টিকটুভাৱে ব্যৰ্থ হৈছে ৷ ক্ষতিগ্ৰস্তক নামমাত্ৰা সাহায্য দিয়েই চৰকাৰে দায়িত্ব সামৰিছে ৷ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তই হা-হুমুনিয়াহৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷

আনকি নিৰ্বাচনৰ সময়ত ‘এ-ফৰ-আসাম’, ‘ঈশানকোণ’, ‘অষ্টলক্ষ্মী’ আদি বিশেষণেৰে অসমক বিভূষিত কৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীক ফোন বা এটা টুইট কৰিয়েই দায়িত্ব সামৰিছে ৷ নিজেই চাবলৈ অহাটো দূৰৰে কথা, কোনো এজন কেন্দ্ৰীয় মন্ত্ৰী বা কেন্দ্ৰীয় প্ৰতিনিধি দল এটাকো অসমলৈ প্ৰেৰণ নকৰিলে ৷ এই ক্ষেত্ৰত কেন্দ্ৰক সৈমান কৰাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও দুখলগাকৈ ব্যৰ্থ হোৱা দেখা গৈছে ৷

এতিয়ালৈকে আনকি কেন্দ্ৰই কোনো সাহায্য পুঁজিও মোকলাই নিদিলে ৷ কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত হতাশ হোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপায় নাপাই লজ্জা ঢাকিবৰ কাৰেণেই হওক বা ৰাইজৰ ক্ষোভ মৰিষণ কৰিবলৈ হওক কেন্দ্ৰীয় পুঁজি নালাগে বুলিও মন্তব্য দিবলৈ বাধ্য হৈছিল ৷ কেন্দ্ৰৰ এনেকুৱা ভূমিকা ৰাজ্যখনৰ বান ক্ষতিগ্ৰস্ত লোকৰ প্ৰতি এক চৰম উপহাস ৷

বানমুক্ত অসমৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে অসমক বানসাহায্য প্ৰদান কৰাত বিগত বৰ্ষ কেইটাত চৰম প্ৰতাৰণা আৰু হেমাহিৰ আশ্ৰয় লৈছে ৷ ২০১৭ত জুলাই মাহতো ৰাজ্যখনত প্ৰবল বানপানী হৈছিল ৷ সেইবাৰো ২৬ খন জিলাৰ ৮১টা ৰাজহ চক্ৰৰ ২৪৫০ খন গাঁও বানত আক্ৰান্ত হৈছিল ৷ ১১৯ জন ব্যক্তি মৃত্যুমুখত পৰিছিল ৷ বানপানী শামকটাৰ লগে লগে সেইবছৰৰে আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈকে আহি খানাপাৰাস্থিত প্ৰশাসনিক মহাবিদ্যালয়ত বান পৰ্যালোচনা সভাত অংশ লৈছিল ৷ এই সভাত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কে’বাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰ-ৰাজ্যৰ আমোলাসকলৰ উপস্থিতিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কে’বাটাও ঘোষণা কৰিছিল ৷ ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে প্ৰায় তিনি হেজাৰ কোটিটকীয়া পেকেজ আৰু ব্ৰহ্মপুত্ৰ অধ্যয়নৰ বাবে ১০০ কোটি টকা মুকলি কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এই ঘোষিত ধন আজিলৈকে ৰাজ্যখনে নাপালে ৷

তাৰোপৰি বিগত বছৰ কেইটাত অসমক ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (NDRF)ৰ ধনো মুকলি কৰি দিয়া নাই ৷ সংসদত দাখিল কৰা তথ্য অনুসৰিয়েই ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ ভিতৰত মাত্ৰ ২০২০-২১ বৰ্ষতহে অসমক কেন্দ্ৰই অতি নগণ্য পৰিমাণৰ ৪৪.৩৭ কোটি ধন NDRF-ৰ পুঁজিৰ পৰা মোকলাই দিয়ে ৷ অথচ ২০২০-২১ বৰ্ষত অসমে কেন্দ্ৰৰ পৰা ২৬৪২.৯৯ কোটি টকা বিচাৰিছিল ৷ তেনেকৈ ২০২১-২২ বৰ্ষতো অসমে বিচৰা ১০১৮.১৫ কোটি টকাৰ বিপৰীতে মাত্ৰ ৫১.৫৩ কোটি টকা NDRFৰ শিতানৰ পৰা মোকলাই দিয়ে ৷ এয়াই প্ৰমাণ কৰে ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ প্ৰতি থকা দায়িত্বহীনতা৷ অথচ একেটা বৰ্ষতে কেন্দ্ৰই গুজৰাটক ১০০০ কোটি, মধ্য প্ৰদেশক ৬০০.৫০ কোটি, কৰ্ণাটকক ৯৯৬.৪৫ কোটি আৰু বিহাৰক ১০৩৮.৯৬ কোটি টকা NDRF শিতানৰ পৰা মোকলাই দিছিল ৷

অসমৰ প্ৰলয়নকাৰী বানপানী আৰু এই প্ৰাকৃতিক দুৰ্যোগৰ সময়তো কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ প্ৰতি কৰা এই অন্যায় আৰু প্ৰৱঞ্চনাক আমি অসম তৃণমূল কংগ্ৰেছে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দিছো ৷ অতি শীঘ্ৰে অসমৰ বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পৰ্যাপ্ত পুঁজি মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী ডাঙৰীয়াক অসমৰ এই দুৰ্যোগ চাই যাবলৈ দাবী জনালো ৷

অসমৰ বান পৰিস্থিতিক লৈ অসম তৃণমূল কংগ্ৰেছৰ চৰকাৰৰ ওচৰত দাবী
(১) বানপানীত মৃত্যু হোৱা লোকৰ পৰিয়ালক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক ৷
(২) বান পৰিস্থিতি শাম কটাৰ পৰা কমেও এমাহলৈকে ক্ষতিগ্ৰস্ত ৰাইজক খাদ্য-সামগ্ৰীৰ সাহায্যৰ লগতে পশুধনকো খাদ্যৰ যোগান ধৰক ।
(৩) বানপানীত ক্ষতি হোৱা ঘৰ-দুৱাৰ, পশুধন, শস্য আদিৰ জৰীপ কৰি সোনকালে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক ৷
(৪) বানাক্ৰান্ত ৰাইজক বিনামূলীয়া স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam FloodBJPDilip Kumar SharmaTrinamool Congress
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d