Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pm Narendra Modi Maan Ki Batt:২৮ হাজাৰ বুথক সমাৰি ৰাজ্যৰ ১৪ হাজাৰ প্ৰান্তত আয়োজিত হ’ব “মন কী বাত” অনুষ্ঠান

publisher by publisher
April 29, 2023
in India, Assam, News
Reading Time: 1 min read
0
Pm Narendra Modi Maan Ki Batt:২৮ হাজাৰ বুথক সমাৰি ৰাজ্যৰ ১৪ হাজাৰ প্ৰান্তত আয়োজিত হ’ব “মন কী বাত” অনুষ্ঠান
1
SHARES
11
VIEWS
ShareShareShareShare

Pm Narendra Modi Maan Ki Batt:

ADVERTISEMENT

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” অহা ৩০ এপ্ৰিলত ১০০ টা খণ্ড সম্পূৰ্ণ কৰিব। ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা সম্প্ৰচাৰিত হৈ অহা “মন কী বাত” অনুষ্ঠানৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে দেশৰ অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰৰ বিষয়সমূহ ৰাইজৰ আগত প্ৰকাশ কৰি আহিছে।

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Pm Modi Election Rally in Barpeta: বৰপেটাত বিশাল জনসভাত মোডীৰ উদাত্ত ভাষণ

“মন কী বাত”ৰ ১০০ তম খণ্ডটি বিশেষভাৱে আয়োজন কৰাৰ হেতু ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্র দেশজুৰি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে।
সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক কাৰ্যসূচীৰে “মন কী বাত” অনুষ্ঠানৰ বাবে ব্যাপক প্রস্তুতি চলিছে । অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ সকলে নিজ নিজ বুথত উপস্থিত থাকি এই অনুষ্ঠানৰ অংশীদাৰ হ’ব।

এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক তথা ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠানৰ আয়োজক সমিতি উত্তৰ-পূবৰ আহ্বায়ক পুলক গোহাঁইয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে পোনপটীয়াকৈ মত প্ৰকাশ কৰাৰ উদ্দ্যেশ্য “মন কী বাত” অনুষ্ঠান আৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সমাজৰ বিভিন্ন স্তৰত নিৰৱে কাম কৰি থকা মহান ব্যক্তি সকল, সমাজৰ আওতাত থকা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ উপলদ্ধি আৰু অনুভৱ আকাৰে “মন কী বাত” অনুষ্ঠানৰ জৰিয়তে ব্যক্ত কৰি আহিছে।

গোহাঁইয়ে লগতে কয় বিজেপি অসম প্রদেশে ২৮ হাজাৰ বুথক সামৰি ৰাজ্যৰ ১৪ হাজাৰ স্থানত ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠানৰ আয়োজন কৰিব আৰু এই কাৰ্যক্ৰমত ৫০ লাখৰো অধিক কাৰ্যকৰ্তা প্ৰত্যক্ষভাৱে জড়িত থাকিব ।

ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে লগতে কয়, এই কাৰ্যসূচীলৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ জনোৱাৰ লগতে তেখেত সকলক সম্বৰ্ধনাও জনাব।

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অনুষ্ঠানটি সফলভাৱে আয়োজন কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বুথ স্তৰৰ পৰা মণ্ডল স্তৰৰলৈকে প্ৰতিজন কার্যকর্তাই সাজু বুলি পুলক গোহাঁইয়ে বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Maan Ki BattPM Narendra Modi
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d