Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Khanapara :খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, ৪৪ সহস্রাধিকক নিয়োগ পত্র দিব গৃহমন্ত্ৰী শ্বাহে, নিযুক্তি পত্ৰ ল'বলৈ শাৰি পাতি খেলপথাৰত প্ৰৱেশ প্ৰাৰ্থীৰ

publisher by publisher
May 25, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Khanapara :খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ
1
SHARES
9
VIEWS
ShareShareShareShare

khanapara:

একে সময়তে, একেখন পথাৰত অভিলেখ সংখ্যক ৪৪,৭০৩ টা বিভিন্ন চৰকাৰী বিভাগৰ পদত নিযুক্তিপত্ৰ বিতৰণৰ বাবে আজি বিয়লি মহানগৰীৰ খানাপাৰাত আয়োজিত এক সমাবেশত অংশগ্রহণ কৰিবলৈ ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ গুৱাহাটী বিমানকোঠত দুপৰীয়া আহি উপস্থিত হয়।

ADVERTISEMENT

বিমানকোঠত গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰনজিৎ কুমাৰ দাস সহ কেইবাগৰাকী মন্ত্ৰীয়ে ৷

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

ইতিমধ্যে খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বিশাল নিযুক্তি সমাৰোহত ভাগ লব’লৈ পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থী সকলৰ লানিনিছিঙা সোঁত বৈছে সমাৰোহস্থীলৈ ৷ প্ৰখৰ ৰ’দকো নেওচি ভাগ্যৱান প্ৰাৰ্থী সকলেসমাৰোহস্থলীৰ প্ৰৱেশদ্বাৰত শাৰি পাতি প্ৰৱেশ কৰিছে ভিতৰলৈ ৷

amit shah 2উল্লেখ্য যে, ইতিমধ্যে সম্পূৰ্ণ হৈ যোৱা বাছনি প্রক্রিয়া অনুসৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা সকলে আজি বিয়লি তিনি বজাত খানাপাৰা খেলপথাৰত সমবেত হৈ লাভ কৰিব পাৰিব নিযুক্তিপত্রসমূহ।

স্মতৰ্ৱ্য যে ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দ্বিতীয় বর্ষপূর্তি উপলক্ষে আজি আয়োজিত এই সমাবেশৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি কয় যে প্রায় ৪৫ হেজাৰ নিবনুৱাই নিযুক্তিপত্ৰ লাভ কৰিব। দিনৰ তিনি বজাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত হোৱাৰ পাছতে সভা আৰম্ভ হ’ব।

প্ৰায় দুঘণ্টাজোৰা এই সভাখনত নতুনকৈ নিযুক্তিৰ বাবে বাছনি হোৱা প্ৰাৰ্থীসকলক ২-৩০ বজাৰ পূর্বে আসন গ্রহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে বিশেষকৈ মহিলা প্রার্থীসকলে নিজৰ অভিভাৱকৰ স’তে খেলপথাৰলৈ আহিব পাৰিব।

ইফালে, খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সমাবেশৰ পূৰ্বে কেন্দ্রীয় গৃহমন্ত্রীয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ অসম আৰক্ষীৰ এটা এপছ মুকলি কৰাৰ লগতে নেচনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্ছিটিৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ফৰেনচিক বিশ্ববিদ্যালয়খনৰ পাঠদান সদ্যহতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত আৰম্ভ হ’ব আৰু পৰৱৰ্তী সময়ত আন্তঃগাঁথনি নিৰ্মাণৰ পাছত কামৰূপ জিলালৈ স্থানান্তৰ হ’ব।

উল্লেখ্য যে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে অসম আৰক্ষীৰ ‘সেৱা সেতু’ নামৰ এটা এপছ ৰাইজৰ বাবে মুকলি কৰিব। এই এপটোৰ অন্যতম বিশেষত্ব হ’ল কাইলৈৰ পৰা সৰ্বসাধাৰণ ৰাইজে থানালৈ নোযোৱাকৈ নিজৰ ঘৰৰ পৰাই অনলাইনযোগে এজাহাৰ দাখিল কৰিব পাৰিব।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আজি কয় যে বিশেষকৈ মহিলাৰ বিৰুদ্ধে হোৱা অত্যাচাৰ, হত্যা, ধর্ষণ আদিকে ধৰি চুৰি, ডকাইতিলৈকে বিভিন্ন গোচৰৰ বাবে ৰাইজে ঘৰৰ পৰাই এজাহাৰ দাখিল কৰিব পাৰিব। আনকি সংঘটিত অপৰাধৰ বিষয়ে মাজনিশাও ভুক্তভোগীয়ে এপৰ জৰিয়তে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিব পাৰিব।

খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত কাইলৈ অনুষ্ঠিত হ’ব লগা নিযুক্তি প্রাপকসকলক নিযুক্তিপত্ৰ বিতৰণ সমাবেশত অংশগ্ৰহণৰ বাবে আহিবলগীয়া যুৱক-যুৱতীসকলক উদ্দেশি মহানগৰ আৰক্ষীয়ে বুধবাৰে কেতবোৰ নিৰ্দিষ্ট নীতি-নিয়ম অৱগত কৰিছে। মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, বৃহস্পতিবাৰে বিয়লি চাৰি বজাত খানাপাৰাত মূল সভা আৰম্ভ হ’ব।

অৱশ্যে নিৰাপত্তাজনিত কাৰণৰ বাবে দিনৰ ১২ বজাতহে খেলপথাৰত প্ৰৱেশৰ বাবে মূল প্ৰৱেশদ্বাৰ মুকলি কৰা হ’ব। যিহেতু সভা অন্ত পৰালৈকে এক দীঘলীয়া সময় উপস্থিত লোকসকলে অপেক্ষা কৰিব লাগিব, সেয়েহে খেলপথাৰ চৌহদত উপস্থিতসকলৰ বাবে খোৱাপানী আৰু প্ৰস্ৰাৱাগাৰকে ধৰি আনুষংগিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

আৰক্ষী আয়ুক্তজনে নিযুক্তিপত্র সংগ্ৰহ কৰিবলৈ অহা যুৱক-যুৱতীসকলক কাইলৈ কাৰ্যসূচীলৈ আহোতে নিজৰ এখন পৰিচয়পত্ৰ, চৰকাৰী বিভাগত নিযুক্তিৰ বাবে তেওঁ বাছনি হোৱা ফলাফলৰ তালিকাৰ প্ৰতিলিপি আৰু সংশ্লিষ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱা এডমিট কাৰ্ডৰ একোখনকৈ প্ৰতিলিপি আনিব লাগিব।

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আগমন উপলক্ষে গুৱাহাটীত গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা ব্যৱস্থা। খানাপাৰা খেলপথাৰ চৌহদকে ধৰি সমগ্ৰ অঞ্চলটোতে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কাইলৈৰে পৰা খোজকাঢ়ি টহল আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত কোনো দল-সংগঠনে যাতে কোনো ধৰণৰ প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ খানাপাৰা অঞ্চলতে ব্যাপক হাৰত মোতায়েন কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী।

ইফালে, যানবাহনৰ চলাচলৰ ক্ষেত্ৰতো ভালেমান নিষেধাজ্ঞা আৰু পথ নির্দেশনা দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সাত বজাৰ পৰা নিশা ১১ বজালৈকে গধুৰ যানবাহনৰ চলাচল বন্ধ থাকিব। ইফালে, পাঞ্জাবাৰী পথতো দুপৰীয়াৰ পৰা চাৰিচকীয়া বা তাতকৈ অধিক ডাঙৰ যানবাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaKhanapary Play GroundRecruitment CeremonyUnion Home Minister Amit Shah
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d