Withdrow AFSPA 28 Dist Of 36 Dist :
ADVERTISEMENT
অসমৰ ২৮ খন জিলাৰ পৰা প্ৰত্যাহাৰ হ’ল সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ( আফস্পা ) ৷ ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ বাবেই এই কেন্দ্ৰীয় চৰকাৰে লয় এই সিদ্ধান্ত ৷
আফস্পা প্ৰত্যাহাৰ হোৱাৰ লগে লগে হ্ৰাস পাব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বে ৰাজ্যত মোতায়েন হৈ আছিল ২১০টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী ৷ এতিয়া হ্ৰাস পাব ৭০ টালৈ ৷
ৰাজ্যৰ ৩৬ জিলাৰ ২৮ খনৰ পৰা আফস্পা প্ৰত্যাহাৰৰ কথা টুইটযোগে সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি
সিঙে ৷