Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

আগন্তুক দিনত অসমৰ ৰাজনীতিত অগপ অনন্য শক্তি বিবেচিত হ’বঃ অতুল বৰা

publisher by publisher
May 29, 2023
in India, Assam, News
Reading Time: 2 mins read
0
AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
1
SHARES
9
VIEWS
ShareShareShareShare

AGP Meeting In Dibrugarh:

অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ কৰ্মোদ্যম আৰু উৎসাহেৰে অসমৰ প্ৰতিটো লোকসভা সমষ্টিত অগপই আয়োজন কৰি অহা লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলন আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত কেইবা সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু কৰ্মীৰ উপস্থিতিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়।

ADVERTISEMENT

agp 1সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক তথা বিধায়ক পোনাকন বৰুৱাই । সন্মিলনৰ আৰম্ভনিতে জালুকবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত সাত গৰাকী শিক্ষাৰ্থীৰ অকাল বিয়োগত দুখ প্ৰকাশ কৰি মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

RelatedPosts

মহাবীৰ জয়ন্তীত মাছ-মাংসৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশত ক্ষোভ

 Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক 

Dibrugarh Congress Protest:সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ ডিব্ৰুগড়ত

সন্মিলনত সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ জনগণক জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে ৰাজনৈতিকভাৱে সুসংগঠিত কৰি অসম আৰু অসমীয়াৰ স্বাধিকাৰ সুৰক্ষিত কৰাই অসম গণ পৰিষদ দলৰ মূল লক্ষ্য। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ নিৰ্বাচনী যুঁজত অসম গণ পৰিষদক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰোৱাটো অগপৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ মুখ্য দায়িত্ব।

সেয়েহে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অগপৰ প্ৰতি থকা মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি ডিব্ৰুগড় লোকসভা সমষ্টিত দলটোৰ সংগঠনৰ প্ৰতিটো স্তৰ শক্তিশালী কৰাত দলীয় কৰ্মকৰ্তাসকলক নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। বৰাই দৃঢ়তাৰে কয় যে, আগন্তুক দিনত অসমৰ ৰাজনীতিত অসম গণ পৰিষদ দল এক অনন্য শক্তি হিচাপে পৰিগণিত হ’ব আৰু ৰাজ্যখনৰ বিকাশৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব।

agp atul boraসভাপতি বৰাই লগতে পোৱা-নোপোৱাৰ হিচাপ নকৰি বৰ্তমানক লগত লৈ ভৱিষ্যতমুখী দৃষ্টিভংগী আৰু জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে উৎসৰ্গিত মনোভাবেৰে কাম কৰি যাবলৈ কৰ্মীসকলক আহ্বান জনায়। সভাত দলৰ কৰ্মকৰ্তাসকলৰ উদ্যম আৰু তৎপৰতা দেখি বৰাই অনাগত দিনবোৰত ডিব্ৰুগড় লোকসভা সমষ্টিত অসম গণ পৰিষদে সবল ৰূপত উজ্জীৱিত হৈ উঠিব বুলি মন্তব্য কৰে।

agp keshab mahantaকৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত অসম গণ পৰিষদ অপ্ৰতিৰোধ্য শক্তিৰে প্ৰাণৱন্ত হৈ উঠিছে বুলি মন্তব্য কৰে। তৃণমূল পৰ্যায়ৰ দলটো সুসংগঠিত কৰা কৰ্মকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দুৰন্ত গতি লাভ কৰিছে বুলি কৈ কাৰ্য্যকৰী সভাপতি মহন্তই লগতে এই নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখি অধিক গতিশীলতাৰে দলটোক জনমুখী কৰি সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত নিৰঙ্কুশ বিজয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্ণোদ্যমেৰে প্ৰস্তুতি চলোৱাৰ বাবে সকলো দলীয় কৰ্মকৰ্তাকে আহ্বান জনায়।

সন্মিলনত জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে তৃণমূল পয্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি মজবুত কৰাত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰে আৰু দলটোক সৰ্বস্তৰতে শক্তিশালী কৰিবৰ বাবে দলীয় কৰ্মীসকলক মুকলি আহ্বান জনায়। সভাত দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাইয়ো দলীয় সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সন্মিলনতে অসম গণ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দীপক বৰুৱা আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নৰেন্দ্ৰ মহেলাই দলত যোগদান কৰে।

সভাত শলাগৰ শৰাই আগবঢ়ায় কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সুনীল ৰাজকোৱঁৰে। সন্মিলনত বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী , উপসভাপতি কুমাৰ দীপক দাস, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সত্যব্ৰত কলিতা আৰু সম্পাদক প্ৰবীন দত্ত, অতুল কোচঁ, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকল, ভাতৃ আৰু ভগ্নী পৰিষদ সমূহৰ সভাপতি সকল আৰু সভানেত্ৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অৰ্ন্তগত সাংগঠনিক জিলা সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল, বিধান পৰিষদ সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP Worker MeetingDIBRUGARHMinister Atul BoraMinister Keshab Mahanta
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d