Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Pressmeet:গুৱাহাটীৰ হৰিজন কলনিৰ উচ্ছেদিতক সংস্থাপনৰ দাবী আম আদমি পাৰ্টীৰ

সমাজৰ পিছ পৰা জাতি সম্প্রদায়ক বাৰে বাৰে বিজেপি চৰকাৰে বঞ্চনাৰ লক্ষ্য কৰি লোৱা কাৰ্যই দলটোৰ দৰিদ্ৰ বিৰোধী নীতিকে স্পষ্ট কৰে: আপ

publisher by publisher
June 8, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Aap Pressmeet:গুৱাহাটীৰ হৰিজন কলনিৰ উচ্ছেদিতক সংস্থাপনৰ দাবী আম আদমি পাৰ্টীৰ
1
SHARES
7
VIEWS
ShareShareShareShare

Aap Pressmeet:

ADVERTISEMENT

ফাঁচী বজাৰস্থিত ৩ নং গেট তথা পুলিচ ৰিজাৰ্ভৰ কাষত থকা হৰিজন কলনি আৰু ভঙাগড়ৰ হৰিজন কলনিক এইবাৰ বিজেপি চৰকাৰে লক্ষ্য কৰি লৈছে। পুলিচ ৰিজাৰ্ভৰ কাষত থকা হৰিজন কলনিৰ বাসগৃহতবোৰ কালি প্রশাসনে উচ্ছেদ চলাই ৮৫ টা পৰিয়ালক গৃহহীন কৰে।

RelatedPosts

Eviction Drive in Hailakandi:হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান

Eviction Drive:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলিকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ

Eviction Drive in Doboka:নৱবৰ্ষৰ দ্বিতীয়টো দিনতে ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান

ভঙাগড়ৰ হৰিজন কলনিতো ইতিমধ্যে ৩০০টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে৷ ২০২২ চনৰ ভিতৰত ভাৰতৰ প্ৰতিটো পৰিয়ালক ঘৰ দিয়া হ’ব বুলি ২০১৬ত ভোট ভিক্ষা কৰা বিজেপিয়ে ২০২২ সময়সীমা পাৰ হৈ যোৱাৰ পাছতো সকলোকে ঘৰ দিব পৰাতো দূৰৈৰ কথা, দুখীয়াসকলে বাস কৰি থকা ঘৰবোৰহে ভাঙি দিছে। বিজেপি চৰকাৰৰ এনে দৰিদ্ৰ বিৰোধী সিদ্ধান্তক আম আদমি পাৰ্টীয়ে তীব্ৰ বিৰোধিতা কৰে আৰু এই হৰিজনসকলক বিকল্প বাসগৃহ দিয়াৰ দাবী উত্থাপন কৰে ৷

aap 1এটা ব্যক্তিগত কোম্পানীক বৃহৎ ঘৰ সাজিবলৈ সুবিধা কৰি দিয়াৰ স্বাৰ্থতে হাজাৰ হাজাৰ লোকক গৃহহীন কৰা কাৰ্য আম আদমি পার্টীয়ে কেতিয়াও সহ্য নকৰে ৷ স্বাধীনতাৰ পূৰ্বৰে পৰা তিনি প্রজন্ম ধৰি হৰিজন লোকসকলে এই অঞ্চলত বাস কৰি আহিছে৷ গুৱাহাটীখন পৰিষ্কাৰ কৰি ৰখা সমাজৰ অতিকে প্ৰয়োজনীয় হৰিজনসকলক এটা ব্যক্তিগত কোম্পানীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈকে চৰকাৰে এনেদৰে উচ্ছেদ কৰা অতি পৰিতাপৰ বিষয়।

জাতিৰ পিতা মহাত্মা গান্ধী, ভাৰতীয় সংবিধানৰ ৰচয়িতা ডঃ ভীমৰাও আম্বেদকাৰে হৰিজনসকলৰ সমাজলৈ আগবঢ়োৱা অৱদান ভাৰত স্বাধীন হোৱাৰ সময়তে স্বীকৃতি দি থৈ যোৱাৰ বিপৰীতে বিজেপি চৰকাৰে এই লোকসকলক সদায় বঞ্চনা কৰি আহিছে। বিজেপিৰ এনে কাৰ্যই দলটোৰ দৰিদ্ৰ বিৰোধী তথা হৰিজন বিৰোধী নীতি স্পষ্ট কৰে।

মহাত্মা গান্ধীয়ে তেতিয়াই ভাৰতীয় সমাজত কৰ্কট ৰোগ সদৃশ অস্পৃশ্যতাৰ বিৰুদ্ধে জনসচেতনতা আনি ইয়াক নিৰাময়ৰ চেষ্টা কৰিছিল। স্বাধীন ভাৰতত চৰকাৰসমূহেও অস্পৃশ্যতা দূৰ কৰিবলৈ কম-বেছি পৰিমাণে চেষ্টা কৰা দেখা গৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে ২০১৬ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন কৰা বিজেপি চৰকাৰে তথাকথিত হিন্দুত্বৰ নামত ভাৰতীয় সমাজত জাতি-ভেদ, ধর্ম-ভেদ, আনকি ভাষা বিভেদো  বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা কৰি আছে ৷ উচ্ছেদিত হৰিজনসকলে ভাৰা ঘৰ পোৱাৰ ক্ষেত্ৰতো এনে জাতি-ভেদৰ বলি হ’বলগীয়া হৈছে। ই আমাৰ সকলোৰে বাবে অতি পৰিতাপৰ বিষয়।

যি সময়ত দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰে সকলো বস্তিবাসীক আটক ধুনীয়া আবাস দিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে এই উচ্ছেদিত হৰিজনসকলক কিয় বিকল্প আশ্রয় দিব পৰা নাই? আম আদমি পাৰ্টীয়ে দাবী কৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই লোকসকলক বিকল্প গৃহৰ সুবিধা কৰি দিব নোৱাৰা পৰ্যন্ত তেওঁলোকক উচ্ছেদ কৰা বন্ধ কৰক৷ আৰু যিসকলক ইতিমধ্যে উচ্ছেদ কৰিলে তেওঁলোককো ক্ষতিপূৰণসহ আশ্ৰয়ৰ ব্যৱস্থা কৰক ।

উল্লেখ কৰিব পাৰি যে ক’ভিডৰ সময়ত চৰকাৰে নিযুক্তি দিয়া চাফাই কৰ্মীসকলৰ সৰহসংখ্যক এই হৰিজন সম্প্ৰদায়ৰ যুৱক- যুৱতী আছিল। তেওঁলোকৰ চাকৰিসমূহ হিমন্ত বিশ্ব শৰ্মাই স্থায়ী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কভিডৰ সংকটকাল আঁতৰি যোৱাৰ পাছত তেওঁলোকৰ চাকৰিটোতো স্থায়ী কৰা নহ’লেই, তেওঁলোকক চাকৰিটোৰ পৰা আঁতৰাই দিয়া হ’ল ।

আজিৰ সংবাদমেল সম্বোধন কৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু কামৰূপ মহানগৰ শাখাৰ উপ- সভাপতি হেপ্পী গগৈয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap Delegates VisitBhangagarhEviction DriveFancy BazarGMCHorizon Colony
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d