Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Biswa Sarma:নাগৰিকক সহায় নকৰা বিষয়া- কৰ্মচাৰীক নাকী লগাবলৈ আয়োগ

কেবিনেটত সিদ্ধান্ত গঠন হ'ব জিএছটিৰ ৰাজ্যিক পৰ্যায়ৰ ন্যায়াধিকৰণ, বিহুৰ শিল্পীক মাননি প্ৰদান ২৮-২৯ জুনত ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ হিতাধিকাৰীৰ তথ্য, ১৯-২০ জুনত উদ্বোধন হ'ব ৩৭ আদর্শ বিদ্যালয়

publisher by publisher
June 10, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Biswa Sarma:নাগৰিকক সহায় নকৰা বিষয়া- কৰ্মচাৰীক নাকী লগাবলৈ আয়োগ
1
SHARES
14
VIEWS
ShareShareShareShare

Cm Himanta Biswa Sarma:

চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱে নাগৰিকক কোনো কামত সহযোগ নকৰিলে বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ অসম চৰকাৰে এখন আয়োগ গঠন কৰিব। এই সম্পৰ্কীয় এখন অধ্যাদেশত চৰকাৰৰ কেবিনেট বৈঠকে অনুমোদন জনায়।

ADVERTISEMENT

জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত আয়োজিত এক সংবাদমেলত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে যে এই আয়োগত এজন অধ্যক্ষ আৰু দুজন আয়ুক্ত থাকিব। কোনো নাগৰিকে যদি তেওঁক কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱে সহযোগ নকৰা বুলি নিশ্চিত হয় তেন্তে আয়োগৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব।

RelatedPosts

Asomiya Yuva Mancha:জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

Assam Cabinet Meeting:শিক্ষকৰ ইএল ১০ দিনৰ বিপৰীতে ১৫ দিনলৈ বৃদ্ধি ৰাজ্যিক কেবিনেট

Apcc Protest:দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আবেদনৰ অভিযোগ সঁচা প্রমাণিত হ’লে আয়োগে সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীক জৰিমনা বিহিব। জৰিমনাৰ ধন সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা আদায় দিব লাগিব।

কেবিনেটত আজি আন কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইবোৰৰ বিষয়েও মন্ত্ৰী বৰুৱাই সদৰী কৰে। তেনে কেইটামান সিদ্ধান্ত কৰি মন্ত্ৰীজনে কয়, ‘জিএছটি পৰিষদৰ সিদ্ধান্ত অনুসৰি অচিৰে অসমতো এখন ৰাজ্যিক পৰ্যায়ৰ ন্যায়াধিকৰণ স্থাপন কৰা হ’ব। জিএছটিক লৈ কিবা অভিযোগ থাকিলে ৰাজ্যিক পৰ্যায়ৰ ন্যায়াধিকৰণত দাখিল কৰিব পাৰিব।

কেবিনেটত ক্রীড়া বিভাগৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি অসম চৰকাৰে অভিনৱ বিদ্ৰা ন্যাসৰ লগত এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। এই চুক্তি অনুসৰি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া ২৫০ খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত অলিম্পিকৰ অন্তৰ্ভুক্ত বিভিন্ন খেলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

কেবিনেটত অসমত চলি থকা সকলো ডিবিটি আঁচনিৰ সুবিধাপ্রাপ্ত পৰিয়াল আৰু ব্যক্তিৰ তথ্য ডিজিটেল মাধ্যমত সংৰক্ষিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত আঁচনিবোৰৰ অপব্যৱহাৰ বন্ধ হ’ব বুলি আশা কৰা হৈছে। তেনে পৰিয়াল আৰু লোকসকলক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি জিঅ’ টেগৰ জৰিয়তেও সহায় কৰিব পৰা যাব।”

অসমৰ চাহৰ দুশ বছৰীয়া উদযাপনৰ লগত সংগতি ৰাখি কেবিনেট বৈঠকে চাহৰ ওপৰত থকা কৃষি কৰ অহা তিনি বছৰলৈ ৰেহাই দিয়াৰ এক সিদ্ধান্তও গ্ৰহণ কৰে। উল্লেখ্য যে চাহৰ কৃষি কৰ ইয়াৰ পূর্বেও ৰেহাই দিয়া হৈছিল। সেই ৰেহাইৰ সময়সীমা চলিত বৰ্ষত অন্ত পৰিব। সেয়েহে  পুনৰ উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মন্ত্ৰী বৰুৱাই সদৰী কৰা আন এক সিদ্ধান্ত অনুসৰি অহা ১৮ আৰু ১৯ জুনত ৰাজ্যৰ বিভিন্ন জিলাত নতুনকৈ স্থাপন কৰা ১৮ খন আদর্শ বিদ্যালয় আৰু চাহ বাগিচাত স্থাপন কৰা ১৯ খন আদৰ্শ বিদ্যালয় উদ্বোধন কৰা হ’ব। চৰকাৰৰ মন্ত্রীসকলে বিদ্যালয়বোৰ উদ্বোধন কৰিব।

তেনেদৰে মন্ত্ৰীসকলে ভাগে ভাগে অহা ২৮ আৰু ২৯ জুনত বিভিন্ন জিলালৈ গৈ গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে গুৱাহাটীত প্ৰদৰ্শন কৰা বিহুৰ শিল্পীসকলক মানপত্ৰ আৰু ২৫ হেজাৰ টকাকৈ প্ৰদান কৰিব।

বৰুৱাই প্ৰকাশ কৰে যে যিসকল শিল্পীক জিলাবোৰত সংৰক্ষিতভাৱে ৰখা হৈছিল তেওঁলোককো এই অনুষ্ঠানতে ১০ হেজাৰকৈ টকা আগবঢ়োৱা হ’ব। ইএছআইৰ চিকিৎসকসকলৰ পদোন্নতিৰ সময়সীমা বৰ্তমানৰ পাঁচ বছৰৰ পৰিৱৰ্তে দুবছৰ কৰাৰো এক সিদ্ধান্ত গ্রহণ কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing PressMeetAssam CabinetDispurJanata BhawanMinister jayanta Malla BaruahNew Decision
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d