Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Felicitation Of Theatre Personality : অসম নাট্য সন্মিলনৰ দ্বাৰা প্ৰবীণ আৰু ৰোগাক্ৰান্ত নাট্যকৰ্মীক সম্বৰ্ধনা

publisher by publisher
April 16, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Felicitation Of Theatre Personality : অসম নাট্য সন্মিলনৰ দ্বাৰা প্ৰবীণ আৰু ৰোগাক্ৰান্ত নাট্যকৰ্মীক সম্বৰ্ধনা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi Included In Congress Working Committee: কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক ৰাজীৱ ভৱনত সম্বৰ্ধনা

Icici Bank:ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে অসমৰ সংবাদ জগতৰ দুই প্ৰবীণ সাংবাদিকক আই চি আই চি আই বেংকৰ সম্বৰ্দ্ধনা

Felicitation Of Theatre Personality :

ADVERTISEMENT

অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে বছৰটোৰ প্ৰথম দিন এক ব’হাগত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰবীণ আৰু ৰোগাক্ৰান্ত শিল্পীসকলক ব’হাগ বিহুৰ ওলগ জনোৱাৰ লগতে স্বাস্থ্যৰ বুজ লোৱা হয়।

অসম নাট্য সন্মিলনৰ প্ৰচাৰ কোষৰ সভাপতি যুগান্ত বায়নে জনোৱা মতে অসমৰ নাট্য সন্মিলনৰ বিভিন্ন জিলা মণ্ডল আৰু শাখা সমিতিসমূহে নিজ নিজ অঞ্চলত প্ৰবীণ নাট্যকৰ্মীসকলৰ বাসস্থান লৈ গৈ তেখেতসকলৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে নতুন বছৰৰ শুভেচ্ছা জনায়।

নাট্য সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কুমাৰ দীপক দাসে বিজনীত অসমৰ নাট্য জগত লৈ যুগমীয়া অৱদান আগবঢ়োৱা বিজনী অঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তি হৰেন দাস, ফটিকচন্দ্ৰ দাস, অৰুণ বসুমতাৰী আৰু মঞ্জু দাসৰ বাসগৃহ লৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অতীত স্মৃতি ৰোমন্থন কৰি মত বিনিময় কৰে।

আনফালে, ধুবুৰী শাখাই ধুবুৰীৰ তিনিজন নাট্যকৰ্মী অৰ্জুন শৰ্মা, নিৰেজ চক্ৰৱৰ্তী, অজয় মিত্ৰ আৰু বৰপেটা শাখাই সু-সাংবাদিক অলনলোচন দাসৰ অসুস্থতাৰ খবৰ লৈ তেখেতৰ আৰোগ্য কামনা কৰে।

হাউলী শাখাও হাউলীৰ বিশিষ্ট আৰু প্ৰবীণ নাট্য শিল্পী ভুৱনেশ্বৰ পাঠকক তেখেতৰ বাসগৃহত সম্বৰ্ধনা জনায়। বৰপেটা আৰু হাউলী এই অনুষ্ঠানত নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি হৰেকৃষ্ণ দাস আৰু হাউলী শাখাৰ উপ-সভাপতি ধনঞ্জয় বৰ্মন আৰু সম্পাদক চম্পক নাথ উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Natya SanmilanFELICITATIONTheatre Personality
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d