Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিল্পী-অভিনেতা-নাট্যকৰ্মীক ইএছআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম নাট্য সন্মিলনৰ যুগান্তকাৰী পদক্ষেপ

publisher by publisher
September 5, 2022
in India, Assam, News
Reading Time: 1 min read
0
শিল্পী-অভিনেতা-নাট্যকৰ্মীক ইএছআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম নাট্য সন্মিলনৰ যুগান্তকাৰী পদক্ষেপ
2
SHARES
21
VIEWS
ShareShareShareShare

১৯৫৭ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত গঠিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা লোকসংস্কৃতিৰ উত্তৰণৰ গতি ত্বৰান্বিত কৰি ৰখা জাতীয় সংগঠন অসম নাট্য সন্মিলনে পাঁচশ বছৰ গৰকা ঐতিহ্যমণ্ডিত অসমৰ নাট্য আন্দোলনৰ ধাৰাটোক অধিক শক্তিশালী আৰু সংগঠিত ৰূপত আগুৱাই নিবলৈ বিভিন্ন ধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসমৰ নাট্য জগতৰ লগত জড়িত নাট্যকাৰ, অভিনেতা, গায়ক-গায়িকা আৰু অন্যান্য কলা-কুশলী আৰু তেওঁলোকৰ পৰিয়াল বৰ্গই চিকিৎসা তথা স্বাস্থ্য সম্পৰ্কীয় সা-সুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে । এনে নাট্যকৰ্মীসকল এই ধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰা যাতে বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে এক দৃঢ় পদক্ষেপ ল’বলৈ আগবাঢ়িছে ।

ADVERTISEMENT

এই সন্দৰ্ভত অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু কাৰ্যনিৰ্বাহক সদস্য যুগান্ত বায়নে জনোৱা মতে অসমৰ ভাওনাকে ধৰি অন্যান্য অপেছাদাৰী নাট্য গোষ্ঠীৰ শিল্পী কলা-কুশলীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ এক অনন্য অৱদান ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী আৰু অন্যান্য কলা-কুশলীসকলেও উপযুক্ত মাধ্যমৰ অভাৱত আজিলৈ এনেধৰণৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই । এনে শিল্পীসকল জীৱনৰ শেষ ভাগত বেমাৰ আদিত আক্ৰান্ত হ’লে ধনৰ অভাৱত উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা পৰিৱেশ আজি অসমৰ চুকে-কোণে বিদ্যমান । প্ৰয়োজনীয় আৰ্থিক নিৰাপত্তাৰ অবিহনে আমাৰ মাজৰ পৰা কে’বাগৰাকীও সমান ধন্য শিল্পী তথা কলা-কুশলীয়ে আমাৰ মাজৰ পৰা বিদায় ল’বলগীয়া হৈছে ।

RelatedPosts

Asom Natya Sanmilan: অসম নাট্য সন্মিলনৰ মূল পূৰ্ণাংগ নাট প্ৰতিযোগিতাত তৃতীয়বাৰলৈ উজ্বলিল নগাঁও

SUDHAKANTHA : সুধাকণ্ঠৰ টালিগঞ্জৰ বাসগৃহ সংৰক্ষণ কৰি সাংস্কৃতিক সংগ্ৰহালয় স্থাপনৰ আহ্বান অসম নাট্য সন্মিলনৰ

বিবৃতিটোত জনোৱা মতে, ২০০৯ৰ ২২ ছেপ্টেম্বৰত তদানীন্তন কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰীৰ অধ্যক্ষতাত হোৱা এখন সভাত উক্ত মন্ত্ৰণালয়ে নাট্য শিল্পৰ লগত জড়িত সকলো লোকৰ ভৱিষৎ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ই.এছ.আই আৰু ই. পি.এফ আঁচনিৰ অধীনত সামৰি লোৱাৰ এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰত চৰকাৰৰ পূৰ্ব সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অসম নাট্য সন্মিলনে অসমৰ নাট্য শিল্পীৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ ই.এছ.আই আঁচনিৰ অধীনত সামৰি লৈ চিকিৎসা সেৱাকে ধৰি আন আন সুবিধাসমূহ যাতে লাভ কৰিব পাৰে তাৰ কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে ।

যোৱা চাৰি ছেপ্টেম্বৰত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘত অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই অসমৰ নাট্য আন্দোলনৰ লগত জড়িত শিল্পী, অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকা আৰু অন্যান্য কলা-কুশলীসকলক এই ক্ষেত্ৰত প্ৰয়োজনীয় তথ্যপাতি যোগান ধৰিবলৈ আহ্বান জনায় । সভাত উপস্থিত থকা গুৱাহাটী, ডিব্ৰুগড়, লক্ষীমপুৰ, শিৱসাগৰ, যোৰহাট, নগাঁও, তেজপুৰ, নলবাৰী, বৰপেটা আদি জিলাৰ প্ৰতিনিধিসকলে অসমত অপেছাদাৰী নাট্যদল, নাট্য গোষ্ঠী, নাট্যকৰ্মীসকলে এই বিষয়ত নাট্য সন্মিলনক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

স্মৰ্তব্য যে নাট্য সন্মিলনৰ সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ইতিমধ্যে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰনালয়ৰ লগত প্ৰাথমিক আলোচনা সমাপ্ত কৰিছে । কাৰ্যনিৰ্বাহক সভাই প্ৰস্তাৱিত ৬১ সংখ্যক বৰপেটা ৰোড অধিৱেশন ২০২৩ চনৰ ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰী লৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Natya Sanmilan
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d