Guwahati Drinking Water: মহানগৰবাসীৰ বাবে পুনৰ দুঃখবৰ

জিএমচিৰ ঘোষণা ,মহানগৰীৰ ১৬টা স্থানত বন্ধ থাকিব পানী যোগান

panbazar

Guwahati Drinking Water:

মহানগৰবাসীৰ বাবে এটা বেয়া খবৰ ৷ গুৱাহাটী পৌৰনিগমে কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড়, পূব শৰণীয়া, পাণবজাৰ, ফাঁচীবজাৰ, আঠগাঁও, এ টি ৰোড, ছাত্ৰীবাৰী, পল্টনবজাৰ, ৰিহাবাৰীত পানী যোগান সাময়িকভাবে বন্ধ ৰখাৰ ঘোষণা কৰে ৷

উল্লেখ্য যে, পাণবজাৰ পানী যোগান প্ৰকল্প মেৰামতি বাবে মহানগৰীৰ ১৬ টা স্থানত পানী যোগান বন্ধৰ ঘোষণা কৰে ৷

Exit mobile version