Guwahati delimitation: সলনি কৰি দিয়া হ’ল গুৱাহাটীৰ ৰূপৰেখা

FB IMG 1641708101445

Guwahati delimitation:সলনি কৰি দিয়া হ’ল গুৱাহাটীৰ ৰূপৰেখা

■নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্ৰেলৰ আত্মপ্রকাশ

গুৱালকুছি-দদৰা-পছৰীয়া কৰ্তন, জালুকবাৰীত সোমাল বিমানকোঠ, ৰাণী উন্নয়ন খণ্ডও

■পাণবজাৰ সোমাল দিছপুৰত, জনতা ভৱনৰ সন্মুখৰ পৰাই আৰম্ভ ডিমৰীয়া সমষ্টি

দুটাকৈ সমষ্টিৰ নাম আৰু পৰিসীমা সলনি, এটা সংৰক্ষিত নতুন সমষ্টিৰ সৃষ্টিৰে সলনি হ’ল গুৱাহাটীৰ বিধানসভা সমষ্টিসমূহৰ পূৰ্বৰ ৰূপৰেখা।

ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰি কালি প্ৰকাশ কৰা খচৰা তালিকাত ব্যাপক সালসলনি ঘটোৱা হৈছে গুৱাহাটীৰ সমষ্টিসমূহৰচা ৰিসীমা।

চন্দ্ৰপুৰ আৰু ডিমৰীয়া উন্নয়ন খণ্ডক আধাৰ হিচাপে লৈ নতুনকৈ গঠন কৰা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে জনতা ভৱনৰ সন্মুখত সৰুমটৰীয়া, হেঙেৰাবাৰী, খানাপাৰা, নাৰেংগীকে ধৰি গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ তিনিটাকৈ ৱাৰ্ডৰ বৃহৎ অংশ।

ইফালে, পূৰ্বৰ পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী  বিধানসভা সমষ্টি দুটা বিলুপ্ত কৰি দি নতুনকৈ সজোৱা সমষ্টিকেইটাত কোনো ভৌগোলিক সামঞ্জস্য নথকাকৈ অন্তৰ্ভুক্ত কৰা হৈছে বিভিন্ন ৱার্ডসমূহ।

অথচ নির্বাচন আয়োগে ঘোষণা কৰিছিল যে সমষ্টিসমূহ পুনৰ গঠনৰ ক্ষেত্ৰত ভৌগোলিক সংলগ্নিকৰণৰ বিষয়টোৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে।

নিৰ্বাচন আয়োগে কালি প্ৰকাশ কৰা  খচৰাত এইবাৰ দিছপুৰ

[contact-form][contact-field label=”Name” type=”name” required=”true” /][contact-field label=”Email” type=”email” required=”true” /][contact-field label=”Website” type=”url” /][contact-field label=”Message” type=”textarea” /][/contact-form]

Assam Election 2026 : নতুন সমষ্টিৰ ভিত্তিত ২০২৬ ৰ নিৰ্বাচন, গৃহ দপ্তৰক জনালে দিছপুৰে  সমষ্টিৰ অন্তৰ্ভূক্ত হ’ব পাণবজাৰ, লাখটকীয়া পুৰণা কাৰাগাৰ চৌহদকে ধৰি এক বৃহৎ অঞ্চল। এক কথাত ছেদেলি-ভেদেলি হৈ পৰিছে গুৱাহাটীৰ পৰিচিত ৰাজনৈতিক পৰিসীমাসমূহ।

দুটাকৈ সমষ্টিৰ নাম কর্তন কৰি নিৰ্বাচন আয়োগে

Election Commission Freezes Siv Sena Symbal Name : শিৱসেনাৰ প্ৰতিক চিহ্ন ব্যৱহাৰত নিৰ্বাচন আয়োগৰ বাধাআৰোপ উদ্ধৱ-সিন্দে দুই গোটক

গুৱাহাটীত সৃষ্টি কৰিছে নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু ডিমৰীয়া নামৰ তিনিটা নতুন সমষ্টি।

 

 

Exit mobile version