Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma:বিভাজন বিভীষিকা স্মৃতি দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ দেশ বিভাজন আছিল এক অমানৱীয় ইতিহাস : মুখ্যমন্ত্রী

publisher by publisher
August 14, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:বিভাজন বিভীষিকা স্মৃতি দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ দেশ বিভাজন আছিল এক অমানৱীয় ইতিহাস : মুখ্যমন্ত্রী
6
SHARES
64
VIEWS
ShareShareShareShare

Cm Himanta Viswa Sarma:

১৯৪৭ চনৰ ১৪ আগষ্টত ভাৰত-পাকিস্তান বিভাজনৰ ফলত দুর্বিষহ হিংসাৰ বলি হোৱা প্ৰতিগৰাকী ভাৰতীয়ক সুঁৱৰি অহিংসা আৰু সম্প্ৰীতিৰে সমন্বয়ৰ ভাৰত গঢ়া সংকল্পৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত মাছখোৱা আই টি এ প্রেক্ষাগৃহত আয়োজন কৰা বিভাজন বিভীষিকা স্মৃতি দিৱসত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে।

ADVERTISEMENT

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে অন্ধকাৰ দিন। ১৯৪৭ চনত ১৪ আগষ্টত বৃটিছে ভাৰতক বিভাজিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিভাজনে বহু ভাৰতীয় পৰিয়াললৈ দূর্যোগ নমাই অনাৰ লগতে জীৱন আৰু সম্পদ হেৰুৱাই অবর্ণনীয় দুখৰ সম্মুখীন হ’বলগীয়া হৈছিল।

RelatedPosts

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

তেওঁ লগতে কয় যে ২০২১ চনৰ ১৪ আগষ্টত প্ৰধানমন্ত্রী মোদীয়ে প্রতিবছৰে ১৪ আগষ্ট ৰ দিনটো বিভাজন বিভীষিকা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে। এই বিভাজনৰ সময়ত যি সকল ভাৰতীয় নাগৰিকে অশেষ নির্যাতন তথা মৃত্যুক সাবটি ল’বলগীয়া হৈছিল তেওঁলোকক শ্ৰদ্ধাৰে স্মৰণ কৰাই এই দিৱসৰ তাৎপর্য।

cm 2বিভাজনৰ এই বেদনা কেতিয়াও পাহৰি যাব পৰা বিষয় নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভাজনৰ ফলত সৃষ্টি হোৱা ঘৃণা আৰু হিংসাৰ ফলত বহু ভগ্নী আৰু ভাতৃয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই দিবস পালনে সামাজিক বিভাজনৰ ভয়াৱহতা সম্পর্কে সোঁৱৰাই দিয়াৰ লগতে ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা দিয়ে বুলিও তেওঁ কয় ।

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা দেশে বহু আকাংক্ষিত স্বাধীনতা লাভ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দৰাচলতে এই স্বাধীনতা আছিল খণ্ডিত স্বাধীনতা। যোৱা এহাজাৰ বছৰৰ ভাৰতীয় সকলৰ উত্থান পতনৰ ইতিহাসত দেশৰ বিভাজন নিশ্চিত ভাৱে গুৰুত্বপূৰ্ণ আৰু কৰুণ ঘটনা বুলি তেওঁ কয় । বিগত আঠশ বছৰৰ ভাৰতৰ বিভিন্ন অঞ্চল প্রথমে মুছলমানসকলে আৰু পিছত বৃটিছসকলে পৰাধীন কৰিছিল বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে দ্বাদশ শতিকাত মহম্মদ ঘোৰীৰ আক্ৰমণ আৰু উত্তৰ ভাৰতত ঘোৰীৰ ৰাজনৈতিক প্রতিপত্তি প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতত মুছলমানৰ শাসন আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত ডাচ বংশ, খিলিজী বংশ, টোগলক বংশ, চৈয়দ বংশৰ চুলতানসকলে ষষ্ঠদশ শতিকালৈ দিল্লীৰ চুলতান হিচাপে ভাৰতত ইছলামিক শাসন বৰ্তাই ৰাখে। ষষ্ঠদশ শতিকাত বাবৰে দিল্লীত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অষ্টাদশ শতিকাত বৃটিছসকলৰ আগমনলৈ মূলত উত্তৰ ভাৰতত মোগলসকলে শাসন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী দুশ বছৰ আছিল বৃটিছ সাম্ৰাজ্যৰ ইতিহাস। দ্বাদশ শতিকাৰ পৰা কুৰি শতিকালৈ প্ৰায় আঠশ বছৰ কাল ভাৰতবৰ্ষ পদানত আছিল।

এই পৰাধীনতা ভাৰতীয়সকলে কেতিয়াও মৌলিক সত্য বুলি মানি লোৱা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে কয় । আগ্রাসী সকলক উচ্ছেদ কৰি দেশৰ বিভিন্ন অঞ্চলক উদ্ধাৰ কৰা প্ৰক্ৰিয়াটোত যতি পৰিব দিয়া নাছিল বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে এই আঠশ বছৰত বিভিন্ন অঞ্চল ভাৰতীয়সকলে স্বাধীন কৰিছিল অথবা মোগল আৰু বৃটিছৰ বিৰুদ্ধে প্ৰতিৰোধৰ সংগ্রাম অক্ষুণ্ণ ৰাখিছিল।

cm 3মুখ্যমন্ত্রীয়ে লগতে কয় যে কোনো সময়তে ভাৰতীয়সকলে পৰাধীনতাক মানি লোৱা নাছিল। আঠশ বছৰীয়া পৰাধীনতাৰ সময়ছোৱাত বহু বীৰপুৰুষ আৰু নাৰীৰ জন্ম হৈছিল, বহু সাম্ৰাজ্যৰ অভ্যুত্থান হৈছিল আৰু বৃটিছৰ বিৰুদ্ধে নিৰস্তৰ সংগ্ৰাম চলাই আছিল বুলি কয়।

মুখ্যমন্ত্রীয়ে কয় যে যিসকলে কংগ্ৰেছৰ নেতৃত্বত আছিল তেওঁলোকে বিশ্বাস কৰিছিল যে বিভাজনৰ কোনো বিকল্প নাই। দেশত অমানবীয় বক্তপাত সুচনা, মুছলিমলীগৰ কাৰ্যকলাপৰ বাবে অবিভাজিত ভাৰতৰ কল্পনা অবাস্তৱ হৈ পৰিছিল। আন বহুতে সেই বিভাজন ৰোধ কৰিব পৰা গ’লহেতেন বুলিও মন্তব্য কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

মুখ্যমন্ত্রীয়ে কয় যে মহামানৱ মহাত্মা গান্ধীৰ অবিহনে ভাৰতৰ স্বাধীনতা সম্ভৱ নহ’লহেঁতেন। গান্ধীজীয়ে সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰি, বিশ্বত অহিংসাৰ বাণী প্ৰচাৰ কৰি গৈছিল। সেই কথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাহিৰে ভিতৰে প্ৰকাশ কৰি গৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

প্রধানমন্ত্রীয়ে গান্ধীক এগৰাকী অবিসম্বাদী নেতা হিচাপে অভিহিত কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বচ্ছতাৰ পৰা সনাতনৰ সুপৰম্পৰা লৈ গান্ধীয়ে বৃটিছৰ বিৰুদ্ধে যুঁজ দিছিল । মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে জাতীয় কংগ্ৰেছৰ নেতৃত্ব দিছিল। স্বাধীনতাৰ বাবে কংগ্ৰেছ গঠিত হৈছিল আৰু স্বাধীনতাৰ পিছত কংগ্ৰেছ থাকিব নালাগে বুলি গান্ধীয়ে পোষকতা কৰিছিল। গান্ধীৰ বাহিৰে নেতৃত্ব দিব পৰা কোনো ব্যক্তি নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ ইতিহাসত মহামানৱ মহাত্মা গান্ধী সদায়ে এক প্রাতঃস্মৰণীয় ব্যক্তি হৈ ৰ’ব বুলি তেওঁ কয়।

গড়ছে মহাত্মা গান্ধীক হত্যা কৰাটো ক্ষমা কৰিব নোৱাৰা দোষ বুলি প্ৰধানমন্ত্রীয়ে কোবাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে ই এক অক্ষমণীয় অপৰাধ আৰু ইয়াক কেতিয়াও পাহৰি যোৱা উচিত নহয়। মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে দেখুৱাই যোৱা বাটেৰে অমৃত কালৰ বিশ্ব বিজয়ী ভাৰত নিৰ্মাণ কৰিব লাগিব ।

মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত বিভাজনৰ ঘটনা আৰম্ভ হৈছিল দ্বিতীয় মহাযুদ্ধৰ সময়ত। ১৯৩৯ ৰ পৰা ১৯৪৫ চনলৈ চলা দ্বিতীয় মহাযুদ্ধৰ সময়ত ভাৰতৰ অর্থনৈতিক ক্ষেত্ৰখনত কুপ্ৰভাৱ পৰা দেখা গৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ছোৱাতে স্বাধীনতাৰ দাবী শক্তিশালী হৈ উঠিছিল। ১৯৪০ চনত লাহোৰত জিন্নাৰ নেতৃত্বত মুছলিমলীগে মুছলমানৰ বাবে স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠনৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তই লাহে লাহে আগুৱাই গৈ পৃথক ৰাষ্ট্ৰ গঠিত হয়। ১৯৪২ চনত ক্ৰিপচ মিছনৰ আগমন এক উল্লেখযোগ্য ঘটনা আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ক্রিপচে ভাৰতক সীমিত স্বাধীনতা দিয়াৰ পোষকতা কৰে।

সেই প্ৰস্তাৱ ভাৰতীয়সকলে নাকচ কৰে আৰু ইয়াৰ ফলত ভাৰত ত্যাগ আন্দোলনৰ সুচনা হয়। ১৯৪৫ চনৰ যুদ্ধ সমাপ্তিৰ পিছত দেশৰ অৰ্থনীতি অধিক অবনতি হয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ আন্দোলনে দেশৰ শাসন ব্যৱস্থাক একপ্ৰকাৰ দুৰ্বল কৰি তোলে।

নেভিৰ আন্দোলন, সামৰিক বাহিনীৰ ওপৰত বিশ্বাস হ্রাসে বৃটিছক এই কথা ভাৱিবলৈ বাধ্য কৰে যে ভাৰতক স্বাধীনতা দিয়াৰ বাহিৰে বিকল্প কোনো পথ নাই। ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰীত বৃটিছ প্রধানমন্ত্রীয়ে সংসদত ঘোষণা কৰে যে খণ্ডিত হওঁক অথবা পূৰ্ণ ৰাষ্ট্ৰৰে হওঁক ভাৰতক ১৯৪৮ চনৰ জুন মাহৰ ভিতৰত স্বাধীনতা প্ৰদান কৰা হ’ব। সেই দিন ধৰি বংগ, বিহাৰ, পাঞ্জাৱ আদিত তীব্র অশান্তি, সাম্প্ৰদায়িক সংঘৰ্ষ হ’বলৈ আৰম্ভ কৰে। বেংগলত যি বিভীষিকাৰ সৃষ্টি হৈছিল,

সেই বিভীষিকাৰ প্রাবল্য ইমানেই বেছি আছিল য়ে সি একপ্ৰকাৰ তেজৰ সাগৰৰ সৃষ্টি কৰিছিল। বিভাজনৰ বিভীষিকাৰ ফলত বহু লোক দেশান্তৰিত হ’বলগীয়া হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ছোৱা এক অমানৱীয় ইতিহাস আছিল। ভাষণ প্ৰংসগত মুখ্যমন্ত্ৰীয়ে কয় যে দেশ বিভাজনৰ ফলত হোৱা নেতিবাচক দিশসমূহো আলোকপাত কৰে।  মুখ্যমন্ত্রীয়ে কয় যে বিভাজন কোনো হিন্দু, শিখ মানুহে বিচৰা নাছিল। শিখ আৰু হিন্দুৱে একত্ৰিত হৈ থাকিব বিচাৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বিভাজন জিন্না, চাদুল্লা, ভাচানীৰ দৰে নেতা সকলে বিচাৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে বিভীষিকা, সন্ত্রাসবাদ পাকিস্তানৰ পৰিচয় হৈ পৰিছে। তেওঁ লগতে কয় যে এই দিৱস পালনৰ জৰিয়তে বিভাজনৰ বিভীষিকা কথাবোৰ যাতে স্মৰণ কৰিব পৰা যায়।

সেই ধৰণৰ অমানৱীয় কার্য যাতে ভাৰতত কেতিয়াও হ’ব নোৱাৰে, এই ভাৰতবৰ্ষ যাতে পুনৰ খণ্ডিত হ’ব নোৱাৰে, দেশখনত যাতে সদায়ে শাস্তি, অহিংসা বিৰাজ কৰি থাকে আৰু বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায় সেই লক্ষ্যৰে এই দিৱস উদ্‌যাপন কৰা হৈছে।

আজিৰ এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপিৰ উপ-সভাপতিক্রমে জয়ন্ত কুমাৰ দাস, বিজুলী কলিতা মেধি, বিজেপিৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন দাস, শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° গজেন্দ্র অধিকাৰী প্ৰমুখ্যে দলীয় কার্যকতাসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam BJPGuwahatiHERRORS of PartitionMemorial dayVisits Cm Himanta Viswa Sarma
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d