Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

৭৫ বছৰৰ পাছত শিখ ভ্ৰাতৃৰে মিলন মুছলমান ভগ্নীৰ

তেজৰ সম্পৰ্কৰ টানতে পাকিস্তানৰ পৰা পঞ্জাৱলৈ আহিল এগৰাকী বৃদ্ধা

publisher by publisher
September 11, 2022
in India, International, News
Reading Time: 1 min read
0
৭৫ বছৰৰ পাছত শিখ ভ্ৰাতৃৰে মিলন মুছলমান ভগ্নীৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

ধৰ্মতকৈ ডাঙৰ দেশ, দেশতকৈও ডাঙৰ প্ৰেম তথা তেজৰ সম্পৰ্ক । সেই বাবেই ৭৫ বছৰৰ ব্যৱধানতো হ্ৰাস পোৱা নাছিল ভ্ৰাতৃ-ভগ্নীৰ ভালপোৱা । পাকিস্তানৰ বাসিন্দা মুছলমান ভগ্নী কুলছুম আখতাৰে ভাৰতৰ শিখ ধৰ্মাৱলম্বী জ্যেষ্ঠ ভ্ৰাতৃ অমৰজিৎ সিঙক কাষত পাই হাউ হাউকৈ ক্ৰন্দনত ভাঙি পৰা দৃশ্য প্ৰত্যক্ষ কৰি বহুতেই সেই মত প্ৰকাশ কৰিছে । সেই চকুলোৱেই যেন ধুই নিলে কাঁটাতাঁৰৰ দুপাৰে থকা বিভেদৰ দূৰত্বক । সম্প্ৰতি পঞ্জাৱৰ কৰ্তাৰপুৰৰ দৰবাৰ চাহ্বি গুৰুদ্বাৰাত মিলন ঘটিল দেশ বিভাজনৰ সময়তে বিচ্ছেদ হোৱা ভ্ৰাতৃ-ভগ্নীৰ ।

ADVERTISEMENT

নিদাৰুণ দেশ বিভাজনৰ ইতিহাস আজিও স্বাধীন ভাৰতৰ বাবে এক কেঁচা ঘা হৈ আছে । আকস্মিকভাৱে অন্ধকাৰ নামি আহিছিল ভাৰত-পাকিস্তানৰ বহু পৰিয়াললৈ । সেই ক্ষত যেন বহুতৰে এতিয়াও মাৰ যোৱা অবিভক্ত পঞ্জাৱৰ এটা মুছলমান পৰিয়ালেও সেই অপ্ৰিয় সত্যৰ মুখামুখি হ’বলগীয়া হৈছিল । বিচ্ছিন্ন হৈ পৰিছিল পৰিয়ালৰ সদস্যসকল ।

যাৰ ফলত অমৰজিৎ সিং আৰু তেওঁৰ এগৰাকী ভগ্নীয়ে ভাৰততে থাকি যোৱাৰ বিপৰীতে সীমান্ত পাৰ হৈ নৱগঠিত পাকিস্তানত আশ্ৰয় লৈছিল তেওঁলোকৰ মুছলমান পিতৃ-মাতৃয়ে । সেই সময়ত অৱশ্যে অমৰজিতৰ আন নাম আছিল । পৰৱৰ্তী সময়ত এটা শিখ পৰিয়ালে তেওঁক দত্তক লয় আৰু শিখ ধৰ্মত দীক্ষিত কৰে । অৱশ্যে ভগ্নীৰ সংঘৰ্ষত মৃত্যু হয় । সেই যাত্ৰাত অমৰজিৎ বাচি গ’লেও চিৰকালৰ বাবে বিচ্ছিন্ন হ’ল পিতৃ-মাতৃ-ভগ্নীৰ পৰা ।

১৯৪৭ত পিতৃ-মাতৃ পাকিস্তানলৈ যোৱাৰ কিছু বছৰৰ পাছতহে কুলছুম আখতাৰৰ জন্ম হৈছিল । ৬৫ বছৰীয়া কুলছুমে কয় যে ভাৰতত হেৰাই যোৱা পুত্ৰ-কন্যাৰ বাবে মাতৃয়ে প্ৰায়ে কান্দি থকা তেওঁ শৈশৱৰ পৰাই দেখি আহিছিল । তাৰ পৰাই তেওঁৰ মনতো কেতিয়াও নেদেখা ভ্ৰাতৃ-ভগ্নীৰ প্ৰতি মায়া জাগিছিল । তেওঁ কয়, ‘কেতিয়াও ভবা নাছিলো যে দাদা-বাইদেউৰ খবৰ পাম বা দেখা হ’ব । অৱশ্যে কিছুদিনৰ পূৰ্বে দেউতাৰ ভাৰতীয় বন্ধু চৰ্দাৰ দাৰা সিং পাকিস্তানলৈ আহিছিল । কথাবোৰ জানি তেৱেঁই ভাৰতলৈ উভতি গৈ খা-খবৰ লৈ গম পালে যে দেশ বিভাজনৰ সময়ত হেৰাই যোৱা বাইদেউৰ মৃত্যু হ’লেও দাদা এতিয়াও জীয়াই আছে । তেৱেঁই অমৰজিৎ সিং ।’

সন্ধান ওলোৱাৰ পাছত ভ্ৰাতৃ অমৰজিতৰ স’তে হোৱাট্‌ছএপ্ যোগে যোগাযোগ স্থাপন কৰে কুলছুমে । অমৰজিতেও পাকিস্তানৰ ভগ্নীৰ কথা জানিব পাৰি আনন্দ আৰু আবেগত উথলি উঠে । কুলছুমৰ পুত্ৰ শ্বাহজাদ আহমেদেই মাতৃ ভাৰতলৈ অহাৰ যাৱতীয় ব্যৱস্থা কৰি দিয়ে । শ্বাহজাদে কয়, ‘তেওঁ শিখ পৰিয়ালত ডাঙৰ-দীঘল হৈছে । শিখ ধৰ্ম গ্ৰহণ কৰিছে, কিন্তু তাক লৈ আমাৰ কোনো সমস্যা নাই ।’ বৰঞ্চ ৭৫ বছৰৰ পাছত মাকে তেওঁৰ ভ্ৰাতৃক বিচাৰি পোৱা বুলি শ্বাহজাদে আনন্দহে প্ৰকাশ কৰে ।

প্ৰকৃততে ধৰ্ম-বৰ্ণ-দেশ সকলোকে ঢাকি পেলাইছে এই ঘটনাই । উল্লেখ্য যে কৰ্তাৰপুৰৰ দৰবাৰ চাহিবত দেশ বিভাজনৰ সময়ত বিচ্ছিন্ন হোৱা প্ৰবীণ ভ্ৰাতৃ-ভগ্নীৰ মিলন দেখি একাংশ প্ৰত্যক্ষদৰ্শীয়ে আনন্দত চকুলো নিগৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaPakistanPartition
publisher

publisher

Related Posts

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে
Assam

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d