Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APPC Fir In Guwahati CP:বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীৰে এপিচিচিৰ এজাহাৰ

গুৱাহাটী আৰক্ষী আয়ুক্তক দাখিল এজাহাৰ

publisher by publisher
August 18, 2023
in India, Assam, News
Reading Time: 3 mins read
0
APPC Fir In Guwahati CP:বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীৰে এপিচিচিৰ এজাহাৰ
0
SHARES
4
VIEWS
ShareShareShareShare

APPC Fir In Guwahati CP:

বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰে শাসনাধিষ্ঠ দলটোৰ কে’বাজনো নেতা- পালিনেতা জড়িত থকাৰ পাছতে শেহতীয়াকৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

ADVERTISEMENT

শুক্ৰবাৰে এপিচিচিৰ উপ- সভানেত্ৰী প্ৰণতি ফুকন,ববিতা শৰ্মা,সাধাৰণ সম্পাদিকা ৰজলিনা তিৰ্কী আৰু বকোৰ বিধায়িকা নন্দিতা দাসে বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ দাবীৰে এখন এজাহাৰ দাখিল কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাক ৷

RelatedPosts

Indrani suicide Case:বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত পুনৰ দুই বিজেপি নেতা চানমাৰী থানাত

Two BJP Leaders Appear At Chandmari Police Station:ইন্দ্ৰাণী কাণ্ডই পোহৰলৈ আনিছে ন ন তথ্য

Indrani Tahbilkar Case Two Accused Arrested:ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা কাণ্ড : দ্বিবনৰ পাছত অসীম চক্ৰৱৰ্তী আৰু ৰেখান্ত দেউৰীক গ্ৰেপ্তাৰ চানমাৰী আৰক্ষীৰ

এপি চিচি নেত্ৰী চাৰি গৰাকীয়ে স্বাক্ষৰ কৰা এজাহাৰ খনত উল্লেখ কৰে যে,অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা অতি উদ্বিগ্নতাৰে প্ৰয়াত বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ প্ৰসংগৰে বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি এই কথা বহুলভাৱে চৰ্চিত যে ধনৰ বিনিময়ত চৰকাৰী চাকৰি যোগান ধৰাৰ নামত শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত এক গোপন বুজা বুজি চলি আছে।

যিয়ে শাসনাধিষ্ঠ দল আৰু চৰকাৰৰ মাজত চলি থকা আভ্যন্তৰীণ দুর্নীতি স্পষ্টকৈ উদঙাই দিছে। যিহেতু চৰকাৰী চাকৰি যোগান ধৰাৰ নামত ধন লোৱা ব্যক্তি সকলৰ বিষয়ে আৰক্ষী বিভাগ অবগত। সেয়েহে তেওঁ লোকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰি অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই এই কথা স্পষ্ট কৰিছে যে অসমৰ নাৰী সমাজৰ সুৰক্ষা আৰু মৰ্য্যদা সন্দৰ্ভত বিজেপি দল আৰু চৰকাৰ নিৰ্বিকাৰ। যিসকল ব্যক্তিয়ে প্রয়াত বিজেপি নেত্রী ইন্দ্ৰানী তহবিলদাৰৰ ফটো, ভিডিঅ আৰু ফোন ক’ল আদি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল তেওঁ লোকৰ বিৰুদ্ধে চাইবাৰ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি কঠোৰ শান্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷

ইয়াৰোপৰি প্ৰয়াত বিজেপি নেত্ৰী তহবিলদাৰক যিসকল ব্যক্তিৰ কাৰুকাৰ্য্যই আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল সেই ব্যক্তি সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰি তেওঁ লোকক কৰায়ত্ত কৰি কঠোৰ শান্তিৰ ব্যৱস্থা কৰিব লাগে।

কোনোপধ্যেই যাতে দোষীয়ে হাত সাৰিবলৈ সক্ষম নহয় তাৰবাবে অসম আৰক্ষীয়ে অধিক ক্ষিপ্ৰতাৰে আৰু সক্ৰিয়তাৰে কাম কৰিব বুলি আশা কৰিলো।

যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ থাকে।

সেয়েহে বৰ্তমান অসম চৰকাৰৰ দিনত শাসনাধিষ্ঠ দলৰ সদস্য আৰু চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাকৰি প্ৰদানৰ নামত অবাধ ধনৰ লেনদেনৰ মাজেৰে চলি থকা দুৰ্নীতি, ভ্ৰষ্টাচাৰ সমূহৰ বিপক্ষে আৰু এনে কাৰ্য্যত জড়িত সকলৰ বিৰুদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দুনীতি গ্ৰস্ত সকলক শাস্তি প্ৰদানৰ দাবী উদ্থাপন কৰে ৷

বৰ্তমানৰ ৰাজ্য চৰকাৰে যে ধনৰ বিনিময়ত চৰকাৰী চাকৰি প্ৰদানৰ এক অবাধ দুৰ্নীতিৰ আশ্ৰয় লৈছে সেই কথা ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা পৰিঘটনা ই স্পষ্টৰূপে প্ৰমাণিত কৰে।

সেয়েহে অসম আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত সকলক কৰায়ত্ত কৰি ৰাজ্য বাসীক আশ্বস্ত কৰিবলৈ আৰক্ষী আয়ুক্তক দাবী জনোৱা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCC Team Meets guwahati cpBjp leader Indrani Tahbilkar Suicide case
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d