Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মূল্যবৃদ্ধিৰ জুই, নিৰ্বিকাৰ চৰকাৰ

ইন্ধনৰ দৈনিক মূল্য বৃদ্ধিত এসপ্তাহত পাচলিৰ মূল্য ৫০ শতাংশলৈ বৃদ্ধি

publisher by publisher
April 4, 2022
in Assam, India, News
Reading Time: 1 min read
0
মূল্যবৃদ্ধিৰ জুই, নিৰ্বিকাৰ চৰকাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

TV channel price hike : ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব টিভিৰ ৰিচাৰ্জৰ মূল্য

Price Hike : ৰাজ্যত মূল্যবৃদ্ধিৰ অঘোষিত প্ৰতিযোগিতা, আলুৰ পিছতেই এইবাৰ কণী

Broiler Chicken Meat Market In Guwahati :৪৮ ঘণ্টাত খুচুৰা বজাৰত ব্ৰইলাৰ মাংসৰ দাম কিলোত ৬০ টকা বৃদ্ধি

পেট্ৰ’ল-ডিজেলৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিয়ে দপ্‌দপ্‌কৈ জুই জ্বলাইছে বজাৰত । চৰকাৰক স্পৰ্শ নকৰিলেও সাধাৰণ জনতাক দেই পুৰি অনা এই জুইৰ তাপ বিশেষকৈ ইন্ধনৰ মূল্যৰ লগে লগে বাঢ়িয়েই গৈ আছে । এই গতি কেতিয়ালৈ থমকিব তাৰ কোনো নিশ্চয়তা নাই । ফলত যোৱা এসপ্তাহৰ ভিতৰত বিশেষকৈ শাক-পাচলিৰ মূল্য হোৰাহোৰে বাঢ়িছে । অসমলৈ শাক-পাচলিৰ বাদে আন সকলো সামগ্ৰী বহিঃৰাজ্যৰ পৰা আহে । শাক-পাচলি অসমত উৎপাদন হৈ অসমতে বিক্ৰী হয় । অথচ ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত অসমতে উৎপাদিত সামগ্ৰীৰো অসমতে মূল্য বাঢ়িছে ।

ADVERTISEMENT

মাত্ৰ সাতদিনৰ ভিতৰতে প্ৰতিবিধ পাচলিৰ মূল্য কমেও ৫০ শতাংশ বৃদ্ধি হৈছে । পশ্চিম অসমৰ অন্যতম বৃহৎ পাচলি উৎপাদনৰ সমবায় সমিতি সৰভোগ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সভাপতি প্ৰভাত দাসে কয় যে পথাৰৰ পৰা পাইকাৰী বজাৰলৈ পাচলি নিয়াৰ বাবে এসপ্তাহ আগলৈ গাড়ী এখনৰ ভাড়া য’ত এহেজাৰ টকা আছিল, এতিয়া ১২-১৩শ টকা হৈছে । ডিজেলৰ মূল্য বৰ্তমানৰ দৰে বাঢ়ি গৈ থাকিলে অতি কম দিনৰ ভিতৰতে ১৫শ টকা লাগিব বুলি বাহনৰ চালক-কৰ্মচাৰীয়ে আগতীয়াকৈ অৱগত কৰিছে ।

গতিকে পৰিবহণ ব্যয় যদি এনেদৰে বাঢ়ি গৈ থাকে পাচলিৰ দামো অৱধাৰিতভাৱে বাঢ়ি যাব বুলি দাসে কয় । সাধাৰণ ৰাইজৰ পাকঘৰত ইতিমধ্যে জুই জ্বলোৱা এনে পৰিস্থিতিৰ প্ৰতি এতিয়ালৈকে চৰকাৰে ন্যূনতমো দৃষ্টি নিদিয়াটো ৰাইজৰ বাবেই চৰম দুৰ্ভাগ্য বুলিও তেওঁ মন্তব্য কৰে ।

এই প্ৰসংগতে অসমৰ বৃহৎ অঞ্চললৈ পাচলি যোগান ধৰা বৰপেটাৰোডৰ পাইকাৰী বজাৰত মাত্ৰ এসপ্তাহৰ ভিতৰতে বন্ধাকবিৰ প্ৰতি কিলোগ্ৰামৰ পাইকাৰী মূল্য পাঁচৰ পৰা আঠ টকালৈ বৃদ্ধি হৈছে । পাইকাৰী বজাৰৰ এই মূল্যৰ দুগুণ দৰত অৰ্থাৎ প্ৰতি কিলোগ্ৰামত ১৫-১৬ টকাকৈ বন্ধাকবি খুচুৰা বজাৰত বিক্ৰী হৈছে । ফুলকবিৰ পাইকাৰী মূল্য এসপ্তাহৰ ভিতৰতে আঠ টকাৰ পৰা ১০-১২ টকালৈ বৃদ্ধি হৈছে । খুচুৰা মূল্যত তেনেদৰে পূৰ্বৰ ১৫ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি হৈছে ।

স্থানীয় আলুৰ মূল্য প্ৰতি কুইণ্টলত ১১শৰ পৰা ১২শ টকালৈ বাঢ়িছে । ফলত খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত পূৰ্বৰ ১৫ টকাৰ পৰা বৰ্তমান ১৭-১৮ টকা হৈছে । ৰঙালাউৰো পাইকাৰী মূল্য এসপ্তাহতে প্ৰতি কিলোগ্ৰামত ১৩ টকাৰ পৰা ১৫ টকা হৈছে । খুচুৰা মূল্য‌ও তেনেদৰে ২০-২২ টকা হৈছে । জিকাৰ মূল্য‌ও এসপ্তাহতে খুচুৰা বজাৰত ৪০ৰ পৰা ৭০-৮০ টকালৈ বৃদ্ধি হৈছে । বজাৰৰ পৰা দূৰত্বৰ ওপৰত ভিত্তি কৰি খুচুৰা মূল্য ঠাইভেদে আৰু অধিক বৃদ্ধি হৈছে ।

বৰপেটাৰোডৰ দৰে খাৰুপেটীয়াৰ বৃহৎ পাইকাৰী বজাৰতো একেদৰতে বিধে বিধে পাচলি বিক্ৰী হৈছে । গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰধান চহৰকেইখনত মূল্যবৃদ্ধিৰ এই পৰিমাণ আৰু অধিক বুলি মহানগৰীৰ গড়চুকৰ পাচলি বজাৰৰ পাইকাৰী ব্যৱসায়ী আব্দুছ ছামাদে জনায় ।

হঠাৎ মূল্যবৃদ্ধিয়ে নতুন গতি লাভ কৰা সন্দৰ্ভত বৰপেটাৰোডৰ নাম প্ৰকাশত অনিচ্ছুক এজন পাইকাৰী ব্যৱসায়ীয়ে মন্তব্য কৰে যে বজাৰলৈ সামগ্ৰী অনাৰ সময়ত ৰাস্তাৰ আৰক্ষীক যিমান টকা আদায় দিব লাগে তাতকৈও অধিক ভয় এতিয়া গাড়ীৰ ভাড়াক লৈহে হৈছে । কাৰণ ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত গাড়ী ভাড়াৰ পৰিমাণো দৈনিক বৃদ্ধি হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: InflationMarketPrice Hike
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d