Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC Team Meets Union Minister for Chemicals and Fertilisers Mansukh Mandaviya:নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে প্ৰদেশ কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰদান

কেন্দ্ৰীয় ৰসায়ন-সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যক সাক্ষাৎ প্রতিনিধি দলৰ

publisher by publisher
August 7, 2023
in Assam, India, News
Reading Time: 2 mins read
0
APCC Team Meets Union Minister for Chemicals and Fertilisers Mansukh Mandaviya:নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে প্ৰদেশ কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰদান
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

APCC Team Meets Union Minister for Chemicals and Fertilisers Mansukh Mandaviya:

নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডব্যক সাক্ষাৎ কৰে।

ADVERTISEMENT

এই সাক্ষাৎকালত কৃষি প্ৰধান ৰাজ্য অসমৰ কৃষিখণ্ডৰ বাবে প্ৰয়োজনীয় সাৰৰ চাহিদাৰ যোগান অব্যাহত ৰখাৰ স্বাৰ্থত চৰকাৰৰ নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰি উদ্যোগটো সজীৱ কৰি তুলি পূৰ্বতকৈয়ো অধিক সূচাৰুৰূপে চলাই ৰখাৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিনিধি দলটোৱে।

এই প্রতিনিধি দলটোত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰদূৎ বৰদলৈ, আব্দুল খালেক আৰু জাতীয় দল, অসমৰ সাংসদ অজিত কুমাৰ ভূঞা। আটাইকেইগৰাকীয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ বাবে প্ৰস্তাৱিত চতুর্থ ইউনিটৰ স্থাসনৰ কামো শীঘ্ৰে আৰম্ভ কৰাকে ধৰি আন একাধিক দাবী উত্থাপন কৰা হৈছে।

স্মাৰক পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ বিভিএফডিএল অসমৰ কৃষি আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়াও উল্লেখ কৰিছে।

নীতি আয়োগৰ দিহামতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ সাৰ কাৰখানাটো বন্ধ কৰিবলৈ যো-জা চলোৱা বিষয়টোত এপিচিচিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এনে জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

চৰকাৰৰ তৰফৰ পৰা ভিন্নজনে বিষয়টোক লৈ ভিন্নমত পোষণ কৰাত ৰাজ্যখনৰ জনসাধাৰণ উদ্বিগ্ন হৈ পৰাৰ কথা উল্লেখ কৰি এই সন্দৰ্ভত অতিশীঘ্ৰেই বিভাগীয় মন্ত্ৰীগৰাকীক স্থিতি স্পষ্ট কৰি দিবলৈকো স্মাৰক পত্ৰখনৰ জৰিয়তে প্রদেশ কংগ্রেছে দাবী উত্থাপন কৰিছে।

সাৰ কাৰখানাটোৰ প্ৰস্তাৱিত চতুর্থ ইউনিট স্থাপনৰ পিছত সেয়া কাৰ্যক্ষম হৈ উঠিলে ৰাজ্যখনত যথেষ্ট কর্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু নিবনুৱা সমস্যা বহু পৰিমাণে লাঘৱ হৈ পৰিব সেয়াও স্মাৰক পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰিছে। আনহাতে এই ইউনিটটোৰ পৰা উৎপাদিত সাৰে অসমৰ কৃষিখণ্ডৰ বাবে প্ৰয়োজনীয় সাৰৰ চাহিদা পূৰ্ণ কৰাৰ লগতে ৰাজ্যখনৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰিব বুলি বিশেষজ্ঞসকলে কৰি অহা মতামতৰ কথাও স্মাৰক পত্ৰযোগে বিভাগীয় মন্ত্রী মনসুখ মাওব্যক অৱগত কৰিছে প্রদেশ কংগ্ৰেছে।

এনে এটি গুৰুত্বপূৰ্ণ সাৰ কাৰাখানা বন্ধ কৰি দিয়াৰ দৰে হঠকাৰী সিদ্ধান্ত কোনোপধ্যে গ্ৰহণ নকৰিবলৈকো স্মাৰক পত্ৰযোগে চৰকাৰক সকীয়নি প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCC Team MeetsDELHIMemorandumUnion Minister for Chemicals and Fertilisers Mansukh Mandaviya
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d