Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

INDIA Bloc Mumbai Meeting :মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশলৰ বৈঠক

১৪ জনীয়া সমন্বয় সমিতি গঠন, 'জুয়েগা ইণ্ডিয়া ,জিতেগা ইণ্ডিয়া থীম মুকলি, বৈঠকত উপস্থিত ছোনিয়া,ৰাহুল,খাৰ্গে,উদ্ধৱ,নিতীশ,লালু,তেজস্বী,মেহবুবা,শাৰদ,মমতা,ফাৰুক,ষ্টেলিন,অখিলেশ

publisher by publisher
September 1, 2023
in India, Assam, News
Reading Time: 2 mins read
0
INDIA Bloc Mumbai Meeting :মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশলৰ বৈঠক
2
SHARES
16
VIEWS
ShareShareShareShare

INDIA Bloc Mumbai Meeting :

লোকসভা নিৰ্বাচনক লৈ সাজু বিৰোধী দল সমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ মুম্বাইত ২৮ টা বিৰোধী দলৰ নিৰ্বচনী ৰণ কৌশল সন্দৰ্ভত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া সন্মিলনৰ আজি দ্বিতীয় দিনাৰ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ADVERTISEMENT

সেই অনুসৰি সকলো বিৰোধী দলে ঐক্যবদ্ধ একত্ৰিতভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ৷ দেশৰ প্ৰতিটো সংসদীয় সমষ্টিতে ইণ্ডিয়াৰ উমৈহতীয়া প্ৰাৰ্থীয়ে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিব ৷ আনহাতে আসন ভাগ-বতৰাৰ ব্যৱস্থা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ১৪জনীয়া সমন্বয় সমিতিৰ দ্বাৰা চূড়ান্ত কৰাৰ সম্পৰ্কত লোৱা হয় সিদ্ধান্ত ৷

RelatedPosts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

বৈঠকত ১৪ জনীয়া সমন্বয় সমিতি গঠন কৰা হয় ৷ সমিতিৰ সদস্য সকল হ’ল কংগ্ৰেছৰ চি বেনুগোপাল,ডি এম কেৰ টি আৰ বালু,এন চি পিৰ শাৰদ পাৱাৰ,শিৱসেনাৰ সঞ্জয় ৰাউট টিএম চিৰ অভিষেক বেনাৰ্জী,চিপিআইৰ ডি ৰাজা,পি ডিপিৰ মেহবুবা মুফটি,এন চিৰ ওমৰ আব্দুলা,আৰ জেডিৰ তেজস্বী যাদৱ,আপৰ ৰাখব চাদ্ধা,জে ডি ইউৰ লালন সিং ,জে এম এমৰ হেমন্ত ছোৰেন,চি পি আই এমৰ এজন সদস্য ৷

india2আনহাতে প্ৰস্তাৱ অনুসৰি দলবোৰে কয়, “জনসাধাৰণৰ উদ্বেগ আৰু গুৰুত্বপূৰ্ণ বিষয়ত দেশৰ বিভিন্ন প্ৰান্তত অতি সোনকালে ৰাজহুৱা সভা আয়োজনৰ সিদ্ধান্ত লয় ৷

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সহযোগী দলসমূহক সতৰ্ক কৰি দি কয় অনাগত দিনবোৰত চৰকাৰৰ পৰা “অধিক আক্ৰমণ, অধিক অভিযান আৰু গ্ৰেপ্তাৰ”ৰ বাবে সাজু থাকিব। কিয়নো আমাৰ মাজত বিভাজনৰ আনিবৰ বাবে চেষ্টা চলাব ৷ গতিকে ইয়াৰ সকলোৱে দৃষ্টি ৰখাৰ দৰকাৰ ৷

বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী,ৰাহুল গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ,তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন,পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন,মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে,জম্মু- কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুলা,ওমৰ আব্দুলা, এম কেৰ টি আৰ বালু,এন চি পিৰ শাৰদ পাৱাৰ,শিৱসেনাৰ সঞ্জয় ৰাউট টিএম চিৰ অভিষেক বেনাৰ্জী,চিপিআইৰ ডি ৰাজা,পি ডিপিৰ মেহবুবা মুফটি,আপৰ ৰাখব চাদ্ধা,জে ডি ইউৰ লালন সিং ,চি পি আই এমৰ জ্যেষ্ঠ সদস্য সহ প্ৰায় ৬৪ নেতাই অংশগ্ৰহণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: INDIA Bloc Mumbai MeetingMamata BanerjeeRahul GandhiSonia Gandhi
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d