Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

ড'নাল্ড ট্ৰাম্পৰ পদলেহনকাৰী প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ ক্ষমতা আহিলেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি বিহিত ব্যৱস্থা লোৱা হ'ব,নিজৰ এক পাৰ্চনেল গেৰান্টি বুলি উল্লেখ কৰি গান্ধীয়ে কয়,জুবিনক ১০০ দিনৰ ভিতৰত ন্যায় দিম

publisher by publisher
April 2, 2026
in News
Reading Time: 1 min read
0
Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

Rahul Gandhi Rally in bokajan:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযান অন্ত পৰিবলৈ মাজত মাত্ৰ পাঁচটা দিন থকা অৱস্থাত অসমলৈ সোঁত বৈছে ইজনৰ পিছত সিজনকৈ তাৰকা প্ৰচাৰক। বৃহস্পতিবাৰে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ ল’বৰ বাবে বোকাজানত উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী ৷ দিনৰ ১১-৩০ বজাত ডিমাপুৰত বিমানৰে অৱতৰণ কৰাৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে স্থল পথৰে উপস্থিত হয় বোকাজানৰ নিৰ্বাচনী সভাত।

ADVERTISEMENT

সভাত বক্তব্যত বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৰাহুল গান্ধী ৷ তেওঁ কয়,দেশৰ প্ৰধানমন্ত্ৰী মোদী মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পদলেহনকাৰী ৷ ট্ৰাম্পৰ ওচৰত মোৰ দোৱাই দেশক একপ্ৰকাৰ বিক্ৰী কৰিছে ৷ সেইজন প্ৰধানমন্ত্ৰীৰে আস্থাবাহী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰীয়ে অমিত শ্বাহৰ ভৰি চুব দিলে মুখ্যমন্ত্ৰীয়ে ভৰি চুবলৈ কুণ্ঠাবোধ নকৰিব ৷ এনে এজন মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী ৰাজ্যৰ কি উপকাৰ সাধিব ৷ দেশৰ ভিতৰতে তেওঁ এজন ভ্ৰষ্টাচাৰ- আৰু দুৰ্নীতিৰ বোকাত লুটুৰিপুটুৰি হৈ থকা মুখ্যমন্ত্ৰী ৷ অসমৰ যদি উন্নতি হৈছে ৷ সেয়া তেওঁৰ পৰিয়ালৰ উন্নতি ৷ এনে প্ৰেক্ষাপটত দিছপুৰৰ মচনদত কংগ্ৰেছ মিত্ৰজোটৰ চৰকাৰ অহাৰ লগে লগে তেওঁৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ তদন্ত ঘোষণা কৰাৰ লগতে জেললৈ নিক্ষেপ কৰা হ’ব ৷ এই কথা আপোনালোকে লিখি ৰাখক ৷ বিগত পাঁচটা বৰ্ষত এটা নিদিষ্ট সম্প্ৰদায়ৰ টাৰ্গেট কৰি আতিশয্য চলাই অহা হৈছে। কংগ্ৰেছ আহিলেই এই আতিশয্যৰ হিচাপ লোৱা হ’ব আৰু একচনীয়া হিচাপে বসবাস কৰা ১০ লাখ লোকক ম্যাদি পট্টা দিয়া হ’ব ৷ জুবিনক লৈ নিজৰ এক পাৰ্চনেল গেৰান্টি বুলি উল্লেখ কৰি গান্ধীয়ে কয়,জুবিনক ১০০ দিনৰ ভিতৰত ন্যায় দিম।

অসমত উদ্যোগ প্ৰতিষ্ঠাৰ নামত কাৰ্বি পাহাৰৰ খিলঞ্জীয়া সকলক উচ্ছেদ কৰি তেওঁলোকৰ কে’বা হেজাৰ ভূমি আদানীক গতাই দিয়াৰ চেষ্টাৰ ব্ৰতী হৈছে মুখ্যমন্ত্ৰী গৰাকী । দলং – উৰণীয়া সেঁতু আৰু পথ আদি বনোৱাৰ নামত বৃহৎ কমিচন আদায় কৰিছে মুখ্যমন্ত্ৰী আৰু পদলেহনকাৰী সকলে ৷ প্ৰকৃতিৰ দান কাৰ্বি পাহাৰত দীৰ্ঘদিন ধৰি লুণ্ঠন কৰি থকা সকলৰ বিৰুদ্ধে অনাগন দিনত লোৱা হ’ব কঠোৰ ব্যৱস্থা । সেয়েহে বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই কংগ্ৰেছৰ শীৰ নেতা গৰাকীয়ে ।

সভাত উপস্থিত থকা এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দি কয়,এইবাৰ দিছপুৰৰ পৰা বিজেপি বিদায় হোৱাটো খাটাং ৷ মুখ্যমন্ত্ৰী পৰ্বতসম দুৰ্নীতিৰ সকলো হিচাপ লোৱা হ’ব । সুদীৰ্ঘ সময় পার্বত্য জিলাখনত সংঘটিত হৈছে কেইবাকোটি টকাৰ কেলেংকাৰী। গৰু ছিণ্ডিকেট-কয়লা ছিণ্ডিকেটৰে জড়িত সকলক আঁকোৱালি লৈছে মুখ্যমন্ত্রীয়ে। বিজেপিক দিছপুৰৰ মচনদৰ পৰা বিদায় দিয়াৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চই নতুন অসম, বৰ অসম গঢ়াৰ স্বাৰ্থত একত্রিত হৈছে ।

বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ সভা খনত গগৈয়ে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিয়দৰ মুৰব্বী থকা মুখ্যমন্ত্ৰীৰ কণী পৰা হাঁহৰূপী তুলিৰাম ৰংহাঙকো তীব্ৰ সমালোচনা কৰে ।

নতুন কার্বি আংলং গঢ়াৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কংগ্ৰেছ চৰকাৰ আহিলে আনিব শান্তি- বিকাশ আৰু প্ৰগতি। পিতৃ তৰুণ গগৈৰ আদৰ্শৰে ৰাজনীতিত ভৰি দিছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে দুখীয়া-নিষ্পেষিতৰ কাষত কংগ্ৰেছ সদায় আছে আৰু থকাৰ কথা দোহাৰে ৷

জনসভা খনত এপিচিৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং সহ কে’বা গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026BOKAJANelection rallyGaurav GogoiRahul Gandhi
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d