Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Silsako Eviction Drive:শিলসাঁকোত আজি পুনৰ চলিছে উচ্ছেদ অভিযান

পুৱাৰে পৰা অব্যাহত আছে উচ্ছেদ অভিযান, ১৫০ বিঘা মাটি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে শুক্ৰবাৰৰ পৰা চলা উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন 

publisher by publisher
September 2, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Silsako Eviction Drive:শিলসাঁকোত আজি পুনৰ চলিছে উচ্ছেদ অভিযান
2
SHARES
17
VIEWS
ShareShareShareShare

Silsako Eviction Drive:

শিলসাঁকোত আজি পুনৰ চলিছে উচ্ছেদ অভিযান ৷ পুৱাৰে পৰা অব্যাহত আছে উচ্ছেদ অভিযান ৷ ১৫০ বিঘা মাটি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে শুক্ৰবাৰৰ পৰা চলা উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন ৷

ADVERTISEMENT

silsako1 1আজি বৰবাৰীৰ উষানগৰকে ধৰি মেগজিনৰ পৰা পাথৰ কুৱাৰীলৈকে ইতিমধ্যে প্ৰায় শতাধিক ঘৰ প্ৰশাসনৰ বুলড’জাৰে ধূলিসাৎ কৰে ৷ ইয়াৰে ৪০ টা অট্ৰালিকা ৷ বুলড’জাৰে হাতোৰাত তাজপাতৰ দৰে খহি পৰিছে সপোনৰ ঘৰ সমূহ ৷

RelatedPosts

Press conference of evicted people of Shilsanko:শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ সংবাদমেল

Guwahati Protest:অসম বিধানসভাৰ সন্মুখত শিল সাকোঁৰ উচ্ছেদিতৰ উত্তাল প্ৰতিবাদ

50% Reduction In Ropeway Fares For Student:শিক্ষাৰ্থীৰ বাবে ৫০ শতাংশ লৈ হ্ৰাস ৰোপৱেৰ ভাড়া

silsako3silsako2উল্লেখ্য যে,শুক্ৰবাৰে ২০০ পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হৈছিল ৷ যাৰবাবে পুৱাতে উচ্ছেদ আৰম্ভ হওতেই উচ্ছেদিত পৰিয়ালে কে এম এম এছৰ  সহযোগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্ৰতিবাদৰ মাজতে দুগৰাকী খিলঞ্জীয়া মহিলাৰ অৰ্ধ নগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

silsako 4প্ৰতিবাদৰে পৰিবেশ উত্তাল হৈ থকাৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদ কৰা দুই মহিলা, কে এম এম এছৰ  সম্পাদক বিদ্যুত শইকীয়াক,সাংগঠনিক সম্পাদক  আকাশ দলে সহ ২৫ জন প্রতিবাদকাৰীক আটক কৰে ৷

silsako 5অৱশ্যে আজি উচ্ছেদস্থলীত নাই কোনো প্ৰতিবাদ। ইয়াৰ মাজতে উচ্ছেদ পৰিয়ালৰ কাষত উপস্থিত হয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈ ৷ দুয়ো গৰাকী নেতাই এইয়া চৰকাৰৰ খিলঞ্জীয়া প্ৰতি চুড়ান্ত অন্যায় বুলি অভিহিত কৰে ৷

silsako8silsako 7 1 শিলসাঁকোৰ পৰা গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক মুকলি কৰাৰ দাবী কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক সভাপতি অখিল গগৈৰ ৷

silsako10আনহাতে এগৰাকী মহিলাই তেওঁৰ দুমহলীয়া ঘৰটো চকুৰ সন্মুখতে ভাঙি পেলোৱাত চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ কয়, ২০১৬ ত বিজেপি চৰকাৰ অহাৰ পাছতে তেও ঘৰটো বান্ধিব আৰম্ভ কৰিছিল ৷

ইপিনে,এবাৰলৈও জিএম ডিএই জাননী নিদিলে উচ্ছেদ কৰিব বুলি৷ স্বাভাবিকতে বৰবাৰী উষা নগৰৰ প্ৰায় ২৫ টা পৰিয়ালৰ আজি আলৈ আথানি নোহোৱা হয় ৷

silsako 9মনকৰিবলগীয়া যে,জিএমডিএৰ অধ্যক্ষ নাৰায়ন ডেকাৰ আজি জন্মদিন ৷ শতাধিক পৰিয়ালক আশ্ৰয়ৰ বিকল্প ব্যৱস্থা নকৰাকৈ পুৱাতে ঘৰ ভাঙি দি জন্মদিন উদযাপনত ব্যস্ত হৈছে জিএমডিএৰ অধ্যক্ষজন ৷ গৃহহীন হোৱা প্ৰতিজন লোকেই আজি নাৰায়ন ডেকাক শাওপাত দিয়া পৰিলক্ষিত হয় ৷

silsako 1silsako 3উল্লেখ্য যে,শুক্ৰবাৰে পুৱাৰে পৰা শিলসাঁকোৰ বৰবাৰীৰ এশ পঞ্চাশ বিঘা মাটি বেদখল মুক্ত কৰা বাবে মহানগৰ প্ৰশাসনে এক সমৰসজ্জা গঢ়ি তোলে ৷ একেদৰে প্ৰায় তিনিশ আৰক্ষী আৰু বুলড’জাৰ আৰু ৰ’লাৰে উচ্ছেদস্থলীত উচ্ছেদৰ বাবে সাজু কৰি তুলিছিল ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barbari Silsako BeelEviction DriveGmda
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d