Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ

    280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা

    Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত

    ‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ

    Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

    Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Subsidy Controversy Over CM’s Wife:মুখ্যমন্ত্ৰীৰ পত্নীলৈ ৰাজসাহায্যৰ বিতৰ্ক

তথ্য অস্বীকাৰ ড° শৰ্মাৰ , কেন্দ্ৰীয় চৰকাৰৰ নথিসহ প্রধানমন্ত্ৰীক অৱগত কৰিলে কংগ্ৰেছ সাংসদ গগৈয়ে , ভূমি ক্রয়-শ্রেণী পৰিৱৰ্তন-ৰাজসাহায্যৰ তথ্যৰে দিল্লীত সংবাদমেল

publisher by publisher
September 14, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Subsidy Controversy Over CM’s Wife:মুখ্যমন্ত্ৰীৰ পত্নীলৈ ৰাজসাহায্যৰ বিতৰ্ক
2
SHARES
24
VIEWS
ShareShareShareShare

Subsidy Controversy Over CM’s Wife:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দেশৰ কৃষকৰ হিত সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত ১০ কোটিৰ ৰাজসাহায্য লাভ কৰা আৰু চিলিং আইন উলংঘা কৰি ভূমি ক্রয় কৰাৰ প্ৰকাশিত বাতৰিক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এই বিষয়ক লৈ সামাজিক মাধ্যমত হোৱা বাক যুদ্ধই ইয়াক চৰ্চাৰ তুংগলৈ নিছে।

ADVERTISEMENT

একে সময়তে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে নতুন দিল্লীত এক সংবাদমেলত এই সম্পৰ্কত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

RelatedPosts

Gaurav Gogoi Pressmeet:ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন এপিচিচিৰ সভাপতি গৌৰৱ গগৈ

Himanta Viswa Sarma: এআইচিচিতো আছে এজেন্ট, ‘ৰজা’ৰ গাড়ী চালকেও খবৰ দিয়ে মোক: দাবী মুখ্যমন্ত্ৰীৰ

Dispur Manabendra Complex:ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱা সংকল্পৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ নতুন নেতৃত্ব

scam 2উল্লেখ্য যে সাংসদ গগৈয়ে সামাজিক মাধ্যম টুইটাৰত (বৰ্তমান ‘এক্স’) এই সম্পর্কীয় তথ্যযুক্ত তালিকা সংলগ্ন কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে ‘কিষাণ সম্পদা আঁচনি’ গ্ৰহণ কৰিছিল।

অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ প্ৰতিষ্ঠানক ১০ কোটি টকা ৰাজসাহায্য লাভ কৰাত সহায় কৰিবলৈ প্ৰভাৱ খটুৱাইছে।’ ইয়াৰ প্ৰতিক্ৰিয়াত একেটা সামাজিক মাধ্যমতে মুখ্যমন্ত্রী ড° শৰ্মাই কয়, মই স্পষ্ট কৰি দিব বিচাৰো যে মোৰ পত্নী অথবা তেওঁ যুক্ত হৈ থকা কোম্পানীয়ে কেতিয়াও ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ৰাজসাহায্য লাভ কৰা নাই।’

ইয়াৰ পাছত সাংসদ গগৈয়ে মুখ্যমন্ত্রী শৰ্মাক উদ্দেশি পুনৰ কয়, খাদ্য সংসাধন মন্ত্ৰণালয়ৰ ৱেবছাইটত তেওঁৰ নাম আৰু তেওঁ জড়িত থকা কোম্পানীৰ নাম স্পষ্টকৈ প্ৰকাশ কৰিছে। ১০ কোটি টকাৰ চৰকাৰী অনুদান অনুমোদন কৰাও হৈছে। যদিহে মন্ত্ৰণালয়ৰ ৱেবছাইট হেক হৈছে তেন্তে অনুগ্ৰহ কৰি কেন্দ্ৰীয় মন্ত্ৰীক জনাওক।’

এইবাৰ ড° শৰ্মাই প্ৰত্যুত্তৰত কয়, “মই সম্পূর্ণ দায়িত্ব সহকাৰে দোহাৰিব বিচাৰো যে মোৰ পত্নী আৰু তেওঁ জড়িত থকা কোম্পানীয়ে ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ৰাজসাহায্য কেতিয়াও গ্ৰহণ কৰা নাই।’ এইবাৰ সাংসদ গগৈয়ে কয়, “মুখ্যমন্ত্রী ডাঙৰীয়াৰ সুবিধাৰ বাবে মই খাদ্য সংসাধন মন্ত্রণালয়ৰ ৱেবছাইটৰ লিংক সংলগ্ন কৰিলো।

scam 3ইয়াত ১০ কোটি টকা চৰকাৰী ৰাজসাহায্য লাভ কৰা কোম্পানী আৰু প্ৰমোটাৰসকলৰ তালিকা প্ৰকাশ কৰা হৈছে। অনুগ্ৰহ কৰি তালিকাৰ ক্ৰমিক নম্বৰ ১০ চাব।’ উক্ত তালিকাৰ ১০ নম্বৰত ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠানে ১০ কোটি টকাৰ অনুদান লাভৰ কথা উল্লেখ কৰা আছে।

এতিয়া প্রশ্ন হয় যে তালিকাৰ ১০ নম্বৰত কি লিখা আছে। এপিচি আঁচনিৰ অধীনত এগ’ প্ৰথেছিং ক্লাষ্টাৰ প্ৰকল্পসমূহৰ বিতং তথ্য’ শীর্ষক তালিকাৰ ১০ নম্বৰত প্ৰকল্প ৰূপায়ণ এজেন্সী (পিইএ)ৰ শিতানত উল্লেখ আছে মেছাৰ্চ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ নাম।

ইয়াৰ পাছত ১০ নম্বৰতে ‘লিড প্রমোটাৰ যোগাযোগৰ নম্বৰ আৰু ই-মেইল আইডি’ শীর্ষক দ্বিতীয় শিতানত উল্লেখ আছে এইদৰে ৰিণিকি ভূঞা শর্মা, ই-মেইল আইডি- peeplapc@gmail.com, ম’বাইল ৮১৮-023৪১। তৃতীয়টো শিতান প্ৰকল্পৰ স্থানত উল্লেখ আছে এইদৰে— প্লট নম্বৰ ১৭৮/৭৯২, ৪২৪/৯৫৪, ২৮৫/৭৮৭, ৪২৩/৯৫৩ (পট্টা নম্বৰ অথবা ডাগ নম্বৰ) গাঁও দৰিগাজি, মৌজা বৰ্ভগীয়া, মহকুমা কলিয়াবৰ, জিলা নগাঁও, অসম। ইয়াৰ পাছৰ জিলা শিতানত উল্লেখ আছে—নগাঁও আৰু তাৰ পাছত ৰাজ্যৰ শিতানত আছে অসম, অনুমোদনৰ তাৰিখ শিতানত আছে ১০-১১-২০২২।

প্রকল্প ব্যয় (কোটি টকাৰ হিচাপত) শিতানত উল্লেখ আছে—২৫.৮৭৭ কোটি টকা। আনহাতে, অন্তিমটো শিতান মঞ্জুৰি অনুমোদন (কোটিত) শিতানত আছে, ১০ কোটি টকা। উল্লেখ্য যে ৭০ জনীয়া এই তালিকাত দেখা গৈছে যে ১০ কোটি টকাই হৈছে সর্বোচ্চ পৰিমাণৰ ৰাজসাহায্য। মুঠ ৭০ জনৰ ভিতৰত প্ৰায় ২৮ জনে লাভ কৰিছে ১০ কোটিৰ ৰাজসাহায্য আৰু ইয়াৰ ভিতৰত আছে মুখ্যমন্ত্ৰী পত্নীৰ নাম ৷

মন কৰিবলগীয়া যে সাংসদ গগৈয়ে তালিকাৰ লিংক প্ৰকাশ কৰাৰ পাছত এই পর্যন্ত প্রতিক্রিয়া প্রকাশ কৰা নাই মুখ্যমন্ত্ৰী শৰ্মাই। সাংসদ গগৈয়ে এই সমস্ত বিষয় সম্পর্কে প্রথমটো টুইটত এইদৰে প্ৰধানমন্ত্রী নৰেন্দ্র মোদীক উদ্দেশি কয়, ‘আদৰণীয় প্রধানমন্ত্রী মোদী, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এটা প্রাইভেট কোম্পানীক ১০ কোটি টকা ৰাজসাহায্য দিছে। এইয়া ‘ৰেবড়ী’ নে ‘ৰাবৰি’? এই কাৰণতে নেকি মানুহে কৰ আদায় দিছে নেকি? চৰ্চা অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ ৰাজসাহায্যৰ অনুমোদন লাভৰ বিষয়টোক লৈ কেৱল অসমতে নহয়, দিল্লীতো তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ সাংসদ গগৈয়ে সামাজিক মাধ্যমত বিষয়টো উত্থাপন কৰাৰ পাছতে বিভিন্ন মহলৰ প্ৰতিক্ৰিয়াৰ ফলত দিল্লীত কেন্দ্ৰীয় চৰকাৰ তথা বিজেপিৰ মহলতো অস্বস্তিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে কৃষকৰ আয় দুগুণৰ প্ৰতিশ্ৰুতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী বক্তব্যৰ অন্যতম মূল বিষয় হৈ আহিছে। আনহাতে, এই বিষয়টোক লৈ বিৰোধী শিবিরে সামাজিক মাধ্যমযোগে প্রতিক্রিয়া প্রকাশ কৰিছে। কংগ্ৰেছৰ শীৰ্ষ নেতা,নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সংগঠনৰ দায়িত্বত থকা সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য সাংসদ কে চি বেণুগোপালে টুইটাৰত এই অনুমোদন কোনে দিছিল তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ লিখিছে, ‘কৃষকৰ আয় দুগুণ কৰাৰ পৰিৱর্তে প্রধানমন্ত্রী মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীক সমৃদ্ধ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা খাদ্য সংসাধন মন্ত্ৰীয়ে উত্তৰ দিব নে? কোনে এই অনুমোদনত সেউজ সংকেত দিলে? আন কোন বিজেপি নেতাক এইদৰে চৰকাৰী আঁচনিৰ জৰিয়তে এনে ধৰণৰ সুবিধা দিয়া হৈছে?

ইপিনে, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ তথা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য পৱন খেড়ায়ো তালিকাখন সংলগ্ন কৰি লগতে মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ পত্নী আৰু পত্নীৰ কোম্পানী জড়িত নহয় বুলি অস্বীকাৰ কৰা টুইটৰ প্ৰসংগও উল্লেখ কৰি প্ৰশ্ন কৰে এইদৰে “হিমন্ত বিশ্ব শৰ্মা, আপুনি এতিয়াও অস্বীকাৰ কৰিব নেকি?”

উল্লেখ্য যে শেহতীয়াভাৱে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্রয়ৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছে। প্রকাশিত বাতৰি অনুসৰি, নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ বৰ্ভগীয়া মৌজাৰ দৰিগজি গাঁৱৰ একে দিনাই ক্ৰয় কৰা হয়। ৫০ বিঘা দুঠা ১৯ লেহা মাটি। ২০২২ৰ চাৰি ফেব্ৰুৱাৰীত গাঁওখনৰ হেমচন্দ্ৰ বৰাৰ পৰা ১২ বিঘা চাবি লেছা, যতীন চন্দ্ৰ বৰাৰ পৰা ছয় বিঘা চাৰি লোকে ধৰি এই পাঁচজন লোকৰ পৰা মাটি ক্ৰয় কৰে প্ৰাইজ ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ হৈ ৰিণিকি ভুঞা শৰ্মাই।

এই ক্ষেত্ৰত চিলিং আইন উলংঘন কৰা হৈছে কিয়নো এই আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ গৰাকী হ’ব নোৱাৰে। এই ভূমি ক্ৰয় কৰাৰ পাছতে ইয়াৰ শ্ৰেণী পৰিৱৰ্তন কৰাৰো অভিযোগ উঠিছে। এয়ে নহয়, কলিয়াবৰৰ একেখন গাঁৱতে যোৱা এক জুলাইত পুনৰ ৫৬ বিঘা সাত লেছা ভূমি মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে পুনৰ ক্ৰয় কৰাৰ বাতৰি প্ৰকাশিত হৈছে। ইপিনে, ৰাজসাহায্যৰ বিষয়টোত প্রধানমন্ত্রী কার্যালয়ৰ প্ৰসংগ সাঙোৰ খোৱাত ই অধিক গুৰুতৰ হোৱা বুলি চৰ্চা হৈছে।

ইপিনে, সমগ্র বিষয়টোক লৈ কংগ্ৰেছে কেবাটাও প্রশ্ন উত্থাপন কৰে। এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ দ্বাৰা পৰিচালিত কোম্পানীক কৃষকৰ হিতৰ ১০ কোটি টকা অনুদান দিয়া হৈছে। কৃষকৰ ধন দুগুণ কৰাৰ এয়া আৰ্হি নেকি? দ্বিতীয়টো প্ৰশ্ন কৰে যে যিখন দেশত কৃষকে কৃষি ভূমিৰ পৰা দৈনিক মাত্র ২৭ টাকা আয় কৰে সেইখন দেশতে কিষাণ সম্পদা আঁচনিৰ ১০ কোটি টকা অনুদান দিয়া হ’ল।

এই সুবিধা দেশৰ বাকী মানুহবিলাকে কেতিয়া পাব? এয়াই নেকি ‘না খাওংগা, না খানে ডুংগা’ (নাখাওঁ আৰু আনকো দুৰ্নীতিৰ ধন খাবলৈ নিদিওঁ) ৰ আৰ্হি? তদুপৰি কংগ্ৰেছৰ মুখপাত্র গৌৰৱ বল্লভে সংবাদমেলত কয়, ‘প্রাইড ইস্ট এণ্টাৰটেইনমেন্ট লিমিটেডে নিজকে উত্তৰ-পূব মিডিয়া চেনেল বুলি পৰিচয় দিয়ে; কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ কিছু মাহৰ পাছতে সেই কোম্পানীয়ে কৃষি ভূমি ক্রয় কৰে।

প্ৰথমতে কৃষিভূমি ক্রয়, তাৰ পাছত উদ্যোগিক ভুমিলে শ্রেণী পৰিৱৰ্তন কৰক, শি কোম্পানীয়ে এই কাম কৰে সিয়ে মোদী চৰকাৰৰ পৰা ১০ কোটি টকাৰ অনুদানো লয়। অৱশ্যে এই আইডিয়া সকলোৰে বাবে নহয়। তাৰ বাবে আপুনি বিজেপিৰ মুখ্যমন্ত্রী অথবা তেওঁৰ পৰিয়ালৰ সদস্য হ’ব লাগিব।’

ইপিনে, আম আদমী পাটিয়েও দিল্লীত এক সংবাদমেলত কয় যে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ইয়াৰ নেতাসকলৰ পৰিয়ালৰহে উন্নয়ন হৈছে। অসমত চৰকাৰে অন্যায়ভাৱে আঁচনিৰ সা-সুবিধা নীতি-নিয়ম দূৰতে বিদূৰ কৰি পৰিয়াল আৰু বন্ধু-বান্ধৱক দিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁৰ পত্নী ৰিণিকি ভুঞা শৰ্মাই অসমৰ আদানী হোৱাৰ বাটত দীঘলীয়া খোজ দিছে বুলি মন্তব্য কৰি আপৰ অসমৰ ভাৰপ্ৰাপ্ত ৰাজেশ শৰ্মাই কয়, ‘ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ কোম্পানী প্রাইড ইস্ট এন্টাৰটেইনমেন্ট প্রাইভেট লিমিটেডৰ নামত নগাঁও জিলাত ১০৬ বিঘা কৃষি ভূমি ক্রয় কৰি তাক উদ্যোগ ভূমিলৈ পৰিবর্তন কৰে।

তদুপৰি তেওঁৰ কোম্পানীৰ নামত ২৫ কোটি ৮৭ লাখ টকা বায়বে খাদ্য সংসাধন ইউনিট প্ৰতিষ্ঠাৰ বাবে ১০ কোটিৰ ৰাজসাহায্যও লাভ কৰে। পূৰ্বতেও গুৱাহাটীত ২৯ বিঘা চৰকাৰী মাটি হস্তগত কৰাৰ ক্ষেত্ৰত ৰিণিকি ভূঞা শৰ্মাৰ নাম উল্লেখ হৈছিল। আজি তেওঁ সেই মাটিতে এখন ব্যক্তিগত বিদ্যালয় পৰিচালনা কৰি আছে।

অসম চৰকাৰে এক লাখ ২৯ হেজাৰ কোটি টকাৰ ঋণ লৈছে; অথচ ৰিণিকি ভূঞাই চৰকাৰী আঁচনিৰ অধীনত ভূমি ক্রয় কৰি গৈছে। এই কেলেংকাৰিৰ ইডি আৰু চিবিআইৰ দ্বাৰা তদন্ত দাবী কৰিছো আম আদমী পাটীয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gaurav GogoiRiniki Bhuyan Sarma Land ScamSubsidy Controversy Over CM's Wife
publisher

publisher

Related Posts

দুৰ্যোগৰ পাছত এতিয়া এয়াৰ ইণ্ডিয়াই কোনো বিমানত ব্যৱহাৰ নকৰে ১৭১ নম্বৰ
India

June 14, 2025
280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা
News

280 bags of urea fertilizer seized in Jorabat: ৰাজ্যত অব্যাহত ইউৰিয়া সাৰৰ চোৰাং বেহা

June 14, 2025
Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত
News

Arrested Assam Secretariat employee is in police custody:চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰা দুই দালালক আটক জনতা ভৱনত

June 14, 2025
‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ
India

‘অপাৰেছন সিন্দূৰ’ ৰ পাছত প্রথমবাৰলৈ বিদেশ ভ্ৰমণ মোদীৰ, কানাডাৰ জি৭ বৈঠকত অংশগ্ৰহণ

June 14, 2025
Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে
Assam

Rangia Congress:ৰঙিয়াত গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালিলে দুস্কৃতিকাৰীয়ে

June 14, 2025
Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
News

Large amount of illegal weapons recovered in Manipur: অশান্ত জৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

June 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d