Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Viswa Sarma: এআইচিচিতো আছে এজেন্ট, ‘ৰজা’ৰ গাড়ী চালকেও খবৰ দিয়ে মোক: দাবী মুখ্যমন্ত্ৰীৰ

publisher by publisher
June 5, 2025
in Assam, Crime, News
Reading Time: 3 mins read
0
Himanta Viswa Sarma: এআইচিচিতো আছে এজেন্ট, ‘ৰজা’ৰ গাড়ী চালকেও খবৰ দিয়ে মোক: দাবী মুখ্যমন্ত্ৰীৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Himanta Viswa Sarma:

অসম চৰকাৰে গহপুৰত স্থাপন কৰিবলগীয়া ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্রয়োজনীয় পুঁজিৰ লগতে আন কে’বাখনো আঁচনিৰ বাবে ৰাজ্যিক কেবিনেটে ধনৰ অনুমোদন জনায়। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত গহপুৰৰ প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ সম্পৰ্কত আলোচনা কৰা হয়।

ADVERTISEMENT

বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে শেহতীয়া প্রযুক্তিগত বিষয় বস্তুৰ ওপৰত নিৰ্ভৰ কৰি এই বিশ্ববিদ্যালয়খন গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে শ্রমিকৰ যি ভূমি অধিগ্রহণ কৰা হ’ব, তেওঁলোকক বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে স্থায়ী ভূমি আৱণ্টন দিয়া হ’ব। তদুপৰি বিশ্ববিদ্যালয়খনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিত অগ্রাধিকাৰ দিয়া হ’ব। তদুপৰি তেওঁলোকক স্বেচ্ছামূলক অৱসৰৰ প্ৰাপ্য মজুৰিও প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি বিশ্ববিদ্যালয়খনৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘পাঠ্যক্রম প্রস্তুতৰ কামো কৰি থকা হৈছে। আইআইটি গুৱাহাটী আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ দলে এই কাম অব্যাহত ৰাখিছে। ইন্ডাস্ট্রী-৫.০ৰ স’তে আগবাঢ়ি যাব পৰাকৈ পাঠ্যক্রম প্রস্তুত কৰা হ’ব। কৃত্রিম বুদ্ধিমত্তা, বান টার্ম কম্পিউটিং, ৰ’বটিক্স আদিৰ ওপৰত এই বিশ্ববিদ্যালয়ত অগ্রাধিকাৰ থাকিব।’

মুখ্যমন্ত্রীয়ে দাবী কৰা অনুসৰি, প্ৰথমবাৰলৈ ডিমা হাছাওৰ উন্নয়নৰ বাবে সর্বাধিক বিনিয়োগৰ পুঁজিত আজি চৰকাৰে অনুমোদন জনায়। তেওঁ কয় যে পাহাৰীয়া জিলাখনত পাঁচটা এনে ৰাস্তা আছে, যাক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰ্যায়লৈ উন্নীত কৰিব পাৰি। এই কাম সম্পন্ন হ’লে জিলাখনে পর্যটনৰ ক্ষেত্ৰত নতুন মাত্রা লাভ কৰিব। উক্ত পাঁচটা পথ মিলাই মুঠ দৈর্ঘ্য হ’ব ৩৪৮ কিলোমিটাৰ। ইয়াৰ বাবে আজি কেবিনেটে ৩,৮৭৫ কোটি টকাত অনুমোদন দিয়ে। ইয়াৰ বাবে ইতিমধ্যে নিবিদাৰ কাম সম্পন্ন হৈছে। ব্যয় হ’বলগীয়া ধনৰ ৮০ শতাংশ ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে আগবঢ়াব। ২০ শতাংশ ধন দিব অসম চৰকাৰে।

কেবিনেটত বিটিচিলৈয়ো ৮৪৩ কোটি টকাৰ পুঁজিত অনুমোদন জনোৱা হয়। আগতে এই পুঁজি দুটা কিস্তিত আদায় দিয়া হৈছিল যদিও এইবাৰ এটা কিস্তিতে আটাইখিনি ধন মোকলাই দিয়া হ’ব। লাখপতি বাইদেউ আৰু মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ বাকী বোৱা পুঁজিতো আজিৰ কেবিনেটে অনুমোদন জনায়। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয় যে ইয়াৰ পূর্বে আঁচনি দুখনৰ বাবে তিনি হেজাৰ কোটি টকাত অনুমোদন জনোৱা হৈছিল। আজি বাকী থকা ১,৪৫০ কোটি টকাতো অনুমোদন জনোৱা হয়।

ইপিনে, এককালীন অনুদানক লৈয়ো আজি দুটা বিশেষ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, ‘কৃষিৰ ক্ষেত্ৰত জড়িত অসমৰ এফপিচি (ফার্ম প্রডিউচ কোম্পানী)য়ে ভাল কাম কৰি আছে। তেনে তিনিশটা এফপিচিক ১৫ লাখ টকাকৈ এককালীন অনুদান চৰকাৰে দিব। মুখ্যমন্ত্ৰীৰ উৎকর্ষ যোজনাৰ অধীনত এই অনুদান দিয়া হ’ব। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত প্ৰথমবাৰলৈ ৰিচাৰ্ছ স্কলাৰক এককালীনভাৱে ২৫ হেজাৰ টকাকৈ চৰকাৰে দিব। দিব্যাংগ ৰিচাৰ্ছ স্কলাৰে ৪০ হেজাৰ টকাকৈ পাব। অৱশ্যে তেওঁলোক সকলোৱে চৰকাৰী বিশ্ববিদ্যালয়ৰ হ’ব লাগিব। বহু ৰিচাৰ্ছ স্ক’লাৰে চৰকাৰী চাকৰি কৰে। তেওঁলোকে এই সুবিধা নাপাব। গোটেই বছৰজুৰি এই সুবিধা গ্রহণ কৰিব পৰা প’র্টেল খোলা থাকিব।’

কেবিনেটত আজি সিদ্ধান্ত লোৱা হয় যে আৰক্ষী অধীক্ষকসকল এতিয়াৰে পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰূপে পৰিগণিত হ’ব। ইয়াৰ কাৰণ দর্শাই মুখ্যমন্ত্রীয়ে কয় যে সমজিলা গঠনৰ পাছত তাৰ আৰক্ষী অধীক্ষকসকল সমজিলা আৰক্ষী অধীক্ষকৰূপে পৰিগণিত হৈছে। ইয়াৰ ফলত মূল জিলাখনৰ আৰক্ষী অধীক্ষকজনক ক’ৰবাত যেন সৰু পদবীধাৰী যেন লগা হৈছে। অলপতে দেৰগাঁৱত অনুষ্ঠিত আৰক্ষী সম্মিলনত হোৱা আলোচনাৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষকজনক জ্যেষ্ঠ আৰক্ষী অধীক্ষক হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকজনৰ বেজত দুটা তৰা আৰু অশোক স্তম্ভ থাকিব।

# নিৰ্বাচনত বিজেপিৰ কাৰো লগত যুঁজ নহয়: মুখ্যমন্ত্রী

এই সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ অসম প্রদেশ কংগ্ৰেছৰ নতুন সভাপতি হোৱাক লৈ কে’বাটাও মন্তব্য কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে এতিয়াতো বিজয় বেছি সহজ হৈ পৰিল। কাৰণ নির্বাচনী যুঁজখন বিদেশী আৰু ভাৰতীয়ৰ মাজত হ’ব। ভূপেন বৰা সভাপতি থাকিলে বিজেপিৰ বিৰুদ্ধে কিবা যদি প্রত্যাহ্বান কৰিব পাৰিলেহেঁতেন, এতিয়াতো সেয়াও নহয়। মুঠতে নিৰ্বাচনত বিজেপিৰ যুঁজ কাৰো লগত নহয় বুলিও দাবী কৰি মুখ্যমন্ত্রীয়ে আনকি কয় যে তেওঁলোকৰ দলৰ বিজয়ত কোনো অদৃশ্য শক্তিয়েও সহায় কৰে।

কাৰণ বিজেপি হ’ল ভাৰতৰ সনাতন সংস্কৃতিত বিশ্বাসী দল। বিজেপিক অসমৰ জনতাই কিয় ভোট দিব, তাৰ কাৰণো মুখ্যমন্ত্রীয়ে দর্শায়। তেওঁ কয়, ‘গহপুৰত ইমান ডাঙৰ বিশ্ববিদ্যালয় হ’ব, ডিমা হাছাওত ইমান হেজাৰ কোটি টকাৰে নতুন ৰাস্তা হ’ব, তাৰ পাছত গহপুৰ অথবা ডিমা হাছাওৰ ৰাইজে বিজেপিক কিয় ভোট নিদিব? বিজেপি এনে এটা দল, যিয়ে অসমৰ মানুহে অন্তৰাত্মাৰে যি বিচাৰে, সেই কাম কৰিব পাৰে। কাজিৰঙাত এটাও গঁড় চোৰাংচিকাৰীয়ে মাৰিব নোৱাৰা কৰিব পাৰে একমাত্র বিজেপিয়ে।

বৰপেটা সত্ৰৰ ওপৰত কোনোবাই ৰঙাচকু দেখুৱাব নোৱাৰা কৰিব পাৰে একমাত্র বিজেপিয়ে। বিজেপি অসমীয়া মানুহৰ মাজত একাকাৰ হৈ পৰিছে। তেওঁলোকৰ পৰা বিজেপিক পৃথক কৰা সম্ভৱেই নহয়। অসমীয়া মানুহে প্ৰথমবাৰলৈ এখন নিজৰ চৰকাৰ পাইছে। অসমত বিজেপিৰ বিকল্প নাই। আমি অসমৰ মানুহৰ বাবে কাম কৰি আছো।’

# এআইচিচিতো মুখ্যমন্ত্ৰীৰ এজেন্ট !

মুখ্যমন্ত্রীয়ে দাবী কৰে যে নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি) তো তেওঁক খবৰ দিয়া মানুহ আছে। আনকি অলপতে ৰাহুল গান্ধীয়ে কৰা এখন সভাৰ প্রতিটো বাক্যই তেওঁ জানে। কাৰণ তেনেকৈ খবৰ দিয়া মানুহো তেওঁৰ আছে। তদুপৰি তেওঁ কয়, ‘আমাক খবৰ দিয়া মানুহৰ আকাল নাই। কাৰণ এআইচিচিতো হিমন্ত বিশ্ব শর্মাক ভালপোৱা মানুহ আছে। জিতেন্দ্ৰ সিঙৰ গাড়ীৰ চালক কোন? ৰজাৰ গাড়ী চালক কোন? সেই সাধাৰণ লোকসকল বিজেপিৰ লগত আছে। বিজেপিৰ লগত নতুন নতুন মানুহ সংযোজন হৈ আছে।’ সেই কাৰণে পাঁচ লাখ সংখ্যালঘু লোক থকা ৰূপহীহাটতো কাৰোবাক আদৰিবলৈ পাঁচ হেজাৰ মানুহ ওলাই নাহিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাৰান্তৰে গৌৰৱ গগৈক কটাক্ষ কৰে।

ইপিনে, প্রদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ভূপেন বৰা অহা এপ্ৰিলৰ ভিতৰত আৰু বেছি অপমানিত হ’ব বুলি মুখ্যমন্ত্রীয়ে আজি ভবিষ্যদ্বাণী কৰে। তদুপৰি তেওঁ কয় যে মল্লিকার্জুন খাগেই ভূপেন বৰাক এইবাৰ মুখ্যমন্ত্রী হোৱাৰো ললিপপ দিছে। ভূপেন বৰাই যাক সেই কথা জনাইছে, সেইজনেই তেওঁক জনোৱা বুলি মুখ্যমন্ত্রীয়ে দাবী কৰে। ভূপেন বৰালৈ সহানুভূতি জগা বুলিও মুখ্যমন্ত্রীয়ে কয়।

# দুহেজাৰ ফেচবুক একাউণ্ট পৰীক্ষা চলিছে

গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্রীয়ে আজি কয় যে কাৰোবাক ধন্যবাদ-শুভেচ্ছা জনোৱা দুহেজাৰ ফেচবুক একাউন্ট অতি সন্দেহজনক আৰু সেইবোৰ বাংলাদেশ- পাকিস্তানৰ। কলকাতাত এটা কল চেণ্টাৰ বহুৱাই এই কাম কৰা হৈছে। অসমৰ ৰাজনীতি আইএছআইয়ে বিচৰা ধৰণে হ’ব লাগে। সন্দেহজনক ফেচবুক একাউণ্টবোৰ পৰীক্ষা কৰি থকা হৈছে বুলি মুখ্যমন্ত্রীয়ে জনায়। প্রসংগক্রমে তেওঁ এই উল্লেখো কৰে যে অহা ছেপ্টেম্বৰৰ পৰা অসমৰ ৰাজনীতিয়ো নতুন দিশলৈ গতি কৰিব। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীও পাকিস্তানৰ প্রতি দুর্বল বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া বুলিও কয় ড: শর্মাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cm addressingCm Himanta Biswa SarmaGaurav GogoiPressmeet
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d