Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Cp Pressmeet :মহানগৰত ভুৱা কল চেন্টাৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ মাৰাথন অভিযান

ক্ৰাইম বাঞ্চৰ অভিযানক লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল, প্ৰাক্তন আই এ এছ বিষয়া আতিকা চুলতানাৰ ঘৰত আৰক্ষী অভিযান, বিষয়া গৰাকীৰ পুত্ৰ তছদিকুৰ ৰহমান ভুৱা কল চেন্টাৰৰ মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত,পলাতক তছদিকুৰ ৰহমান

publisher by publisher
September 15, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Guwahati Cp Pressmeet :মহানগৰত ভুৱা কল চেন্টাৰ বিৰুদ্ধে আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ মাৰাথন অভিযান
4
SHARES
41
VIEWS
ShareShareShareShare

Guwahati Cp Pressmeet :

মহানগৰীত কাঠ ফুলাৰ দৰে গঢ়ি উঠা একাংশ কল চেন্টাৰে ৰাইজক আভুৱা ভৰি চলাই আহিছে লুন্ঠন ৷ ভুৱা কল কৰি বহুলোকক লুণ্ঠন চলোৱাৰ বিৰুদ্ধে সময়ে সময়ে পোৱা অভিযোগৰ ভিত্তিত শুক্ৰবাৰে পুৱাৰে পৰা মহানগৰ আৰক্ষী আৰু ক্রাইম ব্রাঞ্চে মহানগৰীৰ আঠটা স্থানত চলাই অভিযান ৷

ADVERTISEMENT

ইতিমধ্যে আৰক্ষীয়ে অভিযানত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনে আৰক্ষীয়ে ৷ গুৱাহাটীৰ কেতবোৰ কল চেন্টাৰৰ লগতে ৰাজগড়ৰ এটা কলচেন্টাৰত চলিছে এই অভিযান।

RelatedPosts

Guwahati Redisson Blu Murder : মহানগৰীৰ পঞ্চতাৰকা হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড

Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

উল্লেখ্য যে , উত্তৰ প্ৰদেশৰ নয়ডাৰ পৰা পৰিচালিত হোৱা ৰাজগড়ৰ কল চেণ্টাৰটোৰ স’তে নাম সাঙোৰ খাইছে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান।

বৃহস্পতিবাৰে নিশা ভাগত ক্রাইম ব্রাঞ্চ-মহানগৰ আৰক্ষীৰ প্ৰাক্তন আই এএছ বিষয়া গৰাকীৰ গান্ধীবস্তুিৰ বাসগৃহ শুভম এপাৰ্টমেন্টত অভিযান চলাইছিল যদিও আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে তছদিকুৰ ৰহমান ৷

আৰক্ষীৰ এই মাৰাথন অভিযান সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি উল্লিখিত মন্তব্য সদৰি কৰে ৷

আয়ুক্ত গৰাকীয়ে কয় , ভুৱা কল চেন্টাৰৰ কাণ্ডাৰী তথা অভিযুক্ত সকলৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰাই মহানগৰীৰ গনেশগুৰি, জু-ৰোড, বামুণীমৈদাম,ৰাজগড়,গান্ধীবস্তী,বৰবাৰী সহ আঠ স্থানত অভিযান চলিছিল আৰক্ষী- ক্ৰাইম বাঞ্চৰ ৷

১৫ টা বিশেষ টিমৰ ২০০ আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰে ২৫০ জন চাইবাৰ অভিযুক্তক ৷

আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে,ৰাজগড়ৰ কল চেন্টাৰটোৰ কোনো নাম নাছিল ৷ ২১ গৰাকী কৰ্মচাৰীৰ ভিতৰত অসমীয়া কৰ্মচাৰী আছিল তিনি গৰাকী ৷ আন সকল আছিল উত্তৰ ভাৰতৰ কে’বা খনো ৰাজ্যৰ।

উল্লেখ্য যে, অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ ভুৱা কল চেণ্টাৰ সমূহ ৷ আৰক্ষীয়ে চাইবাৰ অভিযুক্তৰ বিৰূদ্ধে অভিযান তীব্ৰতৰ হ’ব বুলি সদৰি কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 250 Cyber Criminals ArrestedAgainst Call Centarassam police-crime branch raidEight Places In GuwahatiGuwahati Cp Pressmeet
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d