Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত ভুৱা ফোনকলেৰে চাইবাৰ অপৰাধীৰ লুণ্ঠনৰ জাল

শালবাৰী মহকুমা আৰক্ষীৰ জালত ঝাৰখণ্ডৰ তিনি চাইবাৰ অপৰাধী

publisher by publisher
August 5, 2022
in Assam, India, News
Reading Time: 1 min read
0
ৰাজ্যত ভুৱা ফোনকলেৰে চাইবাৰ অপৰাধীৰ লুণ্ঠনৰ জাল
4
SHARES
44
VIEWS
ShareShareShareShare

আপোনাৰ মোবাইল ফোনটোলৈ কেতিয়াবা আহে নেকি বেংকৰ বিষয়া, গেছ চিলিণ্ডাৰ সংযোগৰ মানুহ তথা বিদ্যুৎ বিভাগৰ লোক বুলি পৰিচয় দিয়া কোনো ব্যক্তিৰ ফোন ৷ যদি আহে আপুনি সতৰ্ক হ‌ওক ৷ অসমৰ বিভিন্ন প্ৰান্ত এতিয়া ছানি ধৰিছে চাইবাৰ অপৰাধীয়ে ৷ তেনে এটা ঘটনা সংঘটিত হ’ল বাগ্‌সাৰ শালবাৰীৰ শিমলাত ৷ তাৰ পাছতেই শালবাৰীৰ শিমলা আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্য ঝাৰখণ্ডৰ চাইবাৰ অপৰাধীৰ এটা গেং ৷

ADVERTISEMENT

নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি ভুৱা ফোনকলেৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিভিন্ন উপভোক্তাৰ একাউণ্টৰ পৰা ধন লুট কৰি আহিছিল এই গেংটোৱে ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত শিমলা থানাৰ আৰক্ষী বিষয়া অভিজিত গগৈৰ লগত আৰক্ষীৰ এটা দলে অভিযান চলাই ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰা এই তিনি অপৰাধী হ’ল ঝাৰখণ্ডৰ জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ অভিষেক দাস, অপ্পু কুমাৰ দাস আৰু নন্দন দাস ৷

RelatedPosts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Cyber Crime:নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অভিযোগ

Mukalmua:তিনি এটিএম প্ৰৱঞ্চক মুকালমুৱা আৰক্ষীৰ জালত

উল্লেখযোগ্য যে শিমলাৰ বিৰফুং গয়াৰী নামৰ ব্যক্তি এজনৰ পৰা কেইদিনমান পূৰ্বে এই গেংটোৱে ভুৱা ফোনকলেৰে এছবিআই য়’ন’ (SBI YONO) সক্ৰিয় কৰি দিয়াৰ কথা কৈ বিশেষ কায়দাৰে তথ্য সংগ্ৰহ কৰি সৰকাইছিল ২২ হেজাৰ পাঁচশ টকা ৷ ইয়াৰ পাছতে ব্যক্তিজনে শিমলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তেওঁৰ এজাহাৰৰ ভিত্তিতে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত জামতাৰা জিলাৰ ছিটাকাটা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিওটা অপৰাধীকে ৷

কালি ঝাৰখণ্ডৰ পৰা শিমলা থানালৈ অনা হয় ধৃত তিনি অপৰাধীক ৷ এই তিনি অপৰাধীয়ে অসমৰ বিভিন্ন জিলাৰ ভিন্ন ব্যক্তিৰ পৰা ইতিমধ্যে বহু টকা সৰকাইছিল বুলি জনাইছে আৰক্ষীয়ে ৷ শিমলা আৰক্ষীৰ জিম্মাত থকা এই তিনি অপৰাধীক আজি আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত বিচাৰিব বুলি জনাইছে ৷ আনহাতে, ৰাইজক এনে ভুৱা ফোনকলৰ পৰা সজাগ হৈ থাকিবলৈ আৰক্ষীয়ে আহ্বান জনোৱাৰ লগতে কোনো ব্যক্তি এনে ঘটনাৰ বলি হ’লে তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cyber CrimeSalbari Police
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d