Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Inauguration Of PM vishwakarma Scheme:বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পিএম বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধন

publisher by publisher
September 17, 2023
in India, Assam, News
Reading Time: 1 min read
0
Inauguration Of PM vishwakarma Scheme:বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
3
SHARES
25
VIEWS
ShareShareShareShare

Inauguration Of PM vishwakarma Scheme:

বিশ্বৰ সকলো উন্নত ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ দক্ষতা, যোগ্যতা, দৃঢ়তা, একগ্ৰতা, সততাক ভূয়সী প্ৰশংসা কৰিছে । বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আমাৰ দেশৰ ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হৈছে । বিশ্বৰ মানৱতাৰ বাবে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ ভাৰতবাসী গৌৰৱান্বিত । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি আয়োজিত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে ।

ADVERTISEMENT

নিজৰ হাত আৰু সঁজুলিৰে অপূৰ্ব সৃষ্টিকৰ্মত জড়িত হৈ স্বাবলম্বন হোৱা কাৰু শিল্পী -খনিকৰ সকলক শুভেচ্ছা জনাই মন্ত্ৰী সোণোৱালে লগতে কয় : দেশৰ প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ তথা সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৪ চনৰ পৰাই দেশবাসীক সেৱাৰ মানসিকতাৰে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিষ্ঠাৰে প্ৰতিখন আঁচনি গ্ৰহণ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত ইয়াৰ সঠিক ৰূপায়ণ আৰু মূল্যায়ন কৰিলে । যাৰ ফলত ভাৰতবৰ্ষৰ শক্তি বৃদ্ধি কৰিলে ।

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Inauguration of LGNBIAirport Terminus Upgradation Project:গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

sarbanandra 3আগন্ত্তক ২০৪৭ চনত ভাৰবৰ্ষৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় যে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ সকলো প্ৰান্তত অনুষ্ঠান আয়োজন কৰি গৌৰৱেৰে ভাৰতৰাষ্ট্ৰৰ গুণানুকীৰ্তন কৰি বিশ্বৰ আঠশ কোটি জনতাক কব লাগিব –আমিয়েই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ ।

ইপিনে আজিৰ অনুষ্ঠানৰ মূল উদ্যোক্তা তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গঢ়িব খোজা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত পিএম বিশ্বকৰ্মা আঁচনিখন সঁচা অৰ্থত আমাৰ কাৰু শিল্পী-খনিকৰ সকলৰ বাবে সাহস আৰু আত্মপ্ৰত্যয়ৰ ঠিকনা হৈ ৰব । উল্লেখযোগ্য যে নতুন ভাৰতত বিশ্বকৰ্মা সকলৰ দক্ষতাক সন্মান জনোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচনইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ এই অনুষ্ঠান ভাৰ্চুৱেলী প্ৰদৰ্শন কৰা হয় । মন কৰিবলগীয়া বিষয় এয়ে যে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম পি এম বিশ্বকৰ্মা আঁচনি ।

bimal bora৩, ০০০ কোটি টকাৰ পৰা ১৫,০০০ কোটি টকা ধাৰ্য কৰা এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে নিজ হাত আৰু সঁজুলিৰে কাম কৰি পৰম্পৰাগত দক্ষতাৰে চলাই অহা পৰিয়াল আধাৰিত অনুশীলনক অধিক শক্তিশালী আৰু প্ৰতিপালন কৰা । ইয়াৰ দ্বাৰা শিল্পী-কাৰিকৰ-খনিকৰৰ সামগ্ৰী আৰু সেৱাৰ মান উন্নতি কৰি কাৰু শিল্পকৰ্মক অধিক সমৃদ্ধিশালী কৰি তোলা ।

পিএম বিশ্বকৰ্মা আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰ অঞ্চলৰ মুঠ ১৮ বিধ কাৰিকৰী শিল্প বিদ্যাক সামৰি লৈছে । সেইকেইটা হৈছে—কাঠমিস্ত্ৰী, নাও নিৰ্মাতা, কুমাৰ, কৱচ গঢ়োতা, কমাৰ, হাতুৰী আৰু টুল কিট নিৰ্মাতা, ভাস্কৰ্য শিল্পী, , তলা নিৰ্মাতা, সোণাৰী, মুচি, ৰাজমিস্ত্ৰী,কঠ/পাচি/কাৰু নিৰ্মাতা, কয়ৰ শিল্পী, পুতলা আৰু পৰম্পৰাগত খেলৰ সামগ্ৰী নিৰ্মাতা, মাছ ধৰা জাল নিৰ্মাতা, নাপিত, ধোবা, ফুলৰ মালা নিৰ্মাতা আৰু দৰ্জী ।

আজিৰ অনুষ্ঠানত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা , ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চমুকৈ ” ছীটা”ৰ উপাধ্যক্ষ, ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, উদ্যোগ বিভাগৰ সচিব ড° লক্ষ্মণম প্ৰমুখ্যে বিভাগটোৰ অন্যান্য শীৰ্ষ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: inaugurationPM vishwakarma SchemeUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d