Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tmc Protest In Bajali:বজালীক জিলাৰ মৰ্যদা বাহাল ৰখাৰ দাবীত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা

অসম চৰকাৰলৈ স্মাৰক পত্ৰ,বজালীক জিলাৰ মৰ্যদা নিদিলে তৃণমূল কংগ্ৰেছ দলে বৃহৎ আন্দোলন গঢ়ি তুলিব"- তৰিৎ চেটাৰ্জী

publisher by publisher
September 19, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Tmc Protest In Bajali:বজালীক জিলাৰ মৰ্যদা বাহাল ৰখাৰ দাবীত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা
2
SHARES
24
VIEWS
ShareShareShareShare

Tmc Protest In Bajali:

বজালীক জিলাৰ মৰ্যদা বাহাল ৰখাৰ দাবীত আৰু বজালীক উপ-জিলাৰূপে ঘোষণা কৰাৰ বিৰোধিতা কৰি আজি বজালী জিলা তৃণমূল কংগ্ৰেছ কমিটিৰ উদ্যোগত বজালী জিলাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয় প্ৰাংগনত ধৰ্ণা কাৰ্যসূচী ৰূপায়নেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

দিনৰ ১১-৩০ বজাৰ পৰা বাৰ বজালৈ অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তৰিৎ চেটাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন ধৰণে চোকা সমালোচনাৰে কয় যে- “অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হিটলাৰী শাসন চলিছে।

RelatedPosts

Horrific murder in Patacharkusi:পাটাছাৰকুছিত চাঞ্চল্যকৰ হত্যাকাণ্ড

Bajali:এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে অধিষ্ঠিত বাৰবছৰীয়া নিবিড় নেছন বৰুৱা

Bajali:গুজৰাটত বিএছএফত কৰ্মৰত বজালীৰ জোৱানৰ মৃত্যু

তেনেদৰে অসম বিধানসভাৰ মন্ত্ৰী সকল ষ্ট্ৰীট লাইটৰ‌ দৰে,কোনোবাই জ্বলাই দিলেহে জ্বলিব।বজালীক জিলা দিয়াৰ নামত অসম চৰকাৰে বাৰে বাৰে বজালীবাসীক অপমান কৰি বজালীবাসীৰ আত্মসন্মানত আঘাত কৰিছে।

বজালীক এবাৰ জিলা ঘোষণা কৰি এবাৰ কৰ্তন কৰিলে। পুণৰ জিলা ঘোষণা কৰিও আকৌ জিলা ঘোষণা স্থগিত কৰি বজালীক উপ- জিলা কৰিব বিচৰাটোৱে বজালীবাসীক লাড্ডু বনাবলৈ বিচাৰিছে ।

চৰকাৰে এনেধৰণৰ কাৰ্যৰে বজালীবাসীৰ আত্মসন্মানত আঘাত দিয়টোক তৃণমূল কংগ্ৰেছে কেতিয়াও মানি নলয়।বজালীক জিলা দিব লাগিব । বজালীক জিলাৰ মৰ্যদা নিদিয়ালৈকে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু আগন্তুক দিনত বজালীক জিলাৰ মৰ্যদা দিয়াৰ দাবীত তৃণমূল কংগ্ৰেছে বৃহৎ আন্দোলন গঢ়ি তুলিব”।

তৰিৎ চেটাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত “বজালী জিলা ঘোষণা নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জ্বলন্ত সমস্যাৰ সময়ছোৱাত বজালী এলেকাৰ দুই বিধায়ক পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আত্মগোপন কৰিছে” বুলিও চোকা সমালোচনা কৰে।

উল্লেখ্য যে, অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তৰিৎ চেটাৰ্জীৰ লগতে ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আবুল কালাম আজাদ,অসম প্ৰদেশ যুৱ তৃণমূল কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পিংকু আহমেদ,অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ মহিলা শাখাৰ সম্পাদিকা জিলুম সত্যনাৰায়ণ,বজালী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি খগেন কলিতা, সাধাৰণ সম্পাদক হাৰুণুৰ ৰছিদ,মহিলা শাখাৰ সভানেত্ৰী দিপিকা বড়োকে ধৰি বহু সংখ্যক তৃণমূল কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ধৰ্ণা কাৰ্যসূচীত।

ধৰ্ণা কাৰ্যসূচীত ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’,’বজালীবাসীৰ লগত অসম চৰকাৰৰ ল’ৰা -ধেমালি নচলিব’,’বজালীক উপ জিলা মানি নলয়’,’বজালীক উপ জিলা ঘোষণা কৰি বজালীবাসীক অপমান কৰা নচলিব’,’বজালী জিলাৰ মৰ্যদা বাহাল ৰাখক’….. ইত্যাদি বিভিন্ন শ্লোগান দি, বিভিন্ন শ্ল’গান সম্বলিত প্লেকাৰ্ড,বেনাৰ প্ৰদৰ্শণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে বজালীক জিলা মৰ্যদা বাহাল ৰখাৰ দাবীত বজালী জিলা তৃণমূল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা বজালীৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্য সচিৱলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BajaliBajali Dist DemandTmc protest
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d