Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hagrama Mohilary :উন্নয়নৰ নামত নিজৰ পকেটহে গৰম কৰিছে প্ৰমোদ বড়োৱে

২০২৫ ত প্ৰমোদ বড়োক ৰাইজে বিদায় দিবঃ হাগ্ৰামা

publisher by publisher
March 18, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Hagrama Mohilary :উন্নয়নৰ নামত নিজৰ পকেটহে গৰম কৰিছে প্ৰমোদ বড়োৱে
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

Hagrama Mohilary :

লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। পিছ পৰি ৰোৱা নাই বিপিএফ দলো।

ADVERTISEMENT

আজি বাগ্‌সা জিলাৰ শালবাৰীত বিপিএফ দলে শালবাৰী আৰু মথনগুৰি সমষ্টিত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত অংশগ্রহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। শালবাৰীৰ আনন্দ বজাৰৰ পৰা ভকুৱামাৰীলৈ প্ৰায় দুই কিলোমিটাৰ জোৰা পদযাত্ৰা কৰে বিপিএফ প্ৰধান গৰাকীয়ে।

শান্তি ঐক্য আৰু প্ৰগতিৰ হকে সহস্ৰাধিক সমৰ্থকক লগত লৈ পদ যাত্ৰাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে। তাৰ পিছতেই ভকুৱামাৰীত এখন জনজাগৰণ সভা অনুষ্ঠিত হয়।

সভাত বিপিএফ প্ৰধান গৰাকীয়ে ভাষণ প্ৰসংগত প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও বুলি মন্তব্য কৰি ৰাইজৰ মাজত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক তীব্র সমালোচনা কৰে।

তেওঁ কয়,বিটিচিত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে মুছলিম,বড়ো,আদিবাসী,ৰাভা,গাৰো,কোচ ৰাজবংশী,হিন্দীভাষী আদি বিভিন্ন জনগোষ্ঠীৰ যিসকল লোক আছে সেইসকলো বিটিচিৰেই মানুহ৷প্ৰমোদ বড়োৱে ক’ৰবাত ক’ৰবাত বড়ো,মুছলিম,বাঙালী,আদিবাসী,হিন্দীভাষীৰ ওপৰত উচ্ছেদ কৰিম বুলি জাননী দিছে৷বিপিএফ দলে এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিম৷বিটিচিত উচ্ছেদ কৰিলে কোনেও কোনো ঠাইত যাব নালাগে৷নিজৰ ঠাইতে থাকিব ৷

সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কয়, “আজিলৈ কোকৰাঝাৰ,চিৰাং,ওদালগুৰি আৰু বাগ্‌সা জিলাত এই পদযাত্ৰা কাৰ্যসূচী পাঁচ দিন হ’ল।

আজি বাগ্‌সাৰ শালবাৰী আৰু মথনগুৰি পৰিষদীয় সমষ্টিত পদযাত্ৰা কৰিছোঁ। শান্তি ঐক্য আৰু প্ৰগতিৰ হকে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। ২০২৪ চনৰ লোক সভা নিৰ্বাচনত ওদালগুৰি আৰু কোকৰাঝাৰত আমি নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়াম।

এইবাৰ আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হৈছোঁ। ২০২৪ৰ লোকসভা নিৰ্বাচনত আমি জিকাটো ফাইনেল৷আমাৰ পদযাত্ৰা কাৰ্যসূচীত নিজাববীয়াকৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে।” আনহাতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “প্ৰমোদ বড়োৰ কথা মই নাজানোঁ।

প্ৰমোদ বড়োই কি কাম কৰি আছে ৰাইজে দেখি আছে। প্ৰমোদ বড়োৱে তিনি বছৰত একো কাম কৰিব পৰা নাই। কেবল নিজৰ পকেটখনহে গৰম কৰিব পাৰিছে। ২০২৪ ৰ লোকসভা নিৰ্বাচনত আমি জিকিম৷ প্ৰমোদ বড়োক বিটিআৰৰ পৰা ২০২৫ ত ৰাইজে বিদায় দিব।”

ইফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা কামটো বেয়া হোৱা বুলি উল্লেখ কৰে মহিলাৰীয়ে।বিপিএফৰ শালবাৰী জিলা সমিতিৰ সভাপতি ভূৱনেশ্বৰ গয়াৰীয়ে আঁত ধৰা আৰু শালবাৰী সমষ্টিৰ এমচিএলএ জয় মুছাহাৰীয়ে আদৰণি ভাষণ দিয়া জনজাগৰণ সভাখনত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী,বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম,ছালাকাটি সমষ্টিৰ এমচিএলএ দেৰহাছাৎ বসুমতাৰী,বিপিএফৰ কেন্দ্ৰীয় নেতা ক্ৰমে চুলতান আলম,কাৰ্‌নেলিয়াছ মাৰাণ্ডী,কানু দত্ত,মনোজ ৰাভা,শালবাৰীৰ জ্যেষ্ঠ বিপিএফ নেতা শৰৎ স্বৰ্গীয়াৰীকে ধৰি বহুসংখ্যক দলীয় নেতৃবৃন্দ উপস্থিত থাকে ৷

একেদৰে মথনগুৰি সমষ্টিৰ কাটাঝাৰত অনুষ্ঠিত বিপিএফৰ আন এখন জনসভাতো ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইউপিপিএল,এবছুক বিভিন্ন ধৰণৰ চোকা সমালোচনাৰে ভাষণ দিয়ে।

উল্লেখ্য যে হাগ্ৰামা মহিলাৰীয়ে আজি বিটিআৰৰ শালবাৰী সমষ্টি আৰু মথনগুৰি সমষ্টিত বহু সংখ্যক বিপিএফৰ নেতা, কৰ্মী,সমৰ্থকক লগত লৈ দলীয় বেনাৰ প্ৰদৰ্শন, শ্লোগানেৰে পৃথকে পৃথকে পদযাত্ৰা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BASKAHagrama MohilaryJanajagaran SabhaPadytra
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d