Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Afghanistan’s Currency at the top of World Economy:বিশ্ব অর্থনীতিৰ শীৰ্ষত আফগানিস্তানৰ মুদ্ৰা

বিদেশী মুদ্ৰাৰ প্ৰচলন নিষিদ্ধ কৰি কঠোৰ পদক্ষেপ তালিবানী শাসকৰ, চীন-ব্ৰিটেইন- তুৰস্কৰ কোম্পানীৰ লোহা-সোণৰ খনি-খাৰুৱা তেল উদ্ঘাটন ক্ষেত্ৰত বৃহৎ অংকৰ বিনিয়োগ, প্ৰচুৰ পৰিমাণে লাভ কৰা বিদেশী মুদ্ৰাৰ অর্থ সাহায্য, দেশীয় ব্যৱসায় বৃদ্ধিয়ে মুদ্ৰাৰ মান উন্নত কৰাত যোগাইছে ইন্ধন, গাঁৱৰ পৰা মহানগৰলৈকে সর্বত্র গঢ়ি উঠিছে বিদেশী মুদ্রা বিনিময় কেন্দ্র ‘ছাৰাফছ’

publisher by publisher
September 27, 2023
in News, International
Reading Time: 3 mins read
0
Afghanistan’s Currency at the top of World Economy:বিশ্ব অর্থনীতিৰ শীৰ্ষত আফগানিস্তানৰ মুদ্ৰা
2
SHARES
17
VIEWS
ShareShareShareShare

Afghanistan’s Currency at the top of World Economy:

চূড়ান্ত শোচনীয় অৱস্থাৰ পৰা আচম্বিতে বিশ্বৰ শ্ৰেষ্ঠ প্রদর্শনকামী মুদ্ৰাৰূপে চিহ্নিত হৈছে সন্ত্রাসবিধ্বস্ত আফগানিস্তানৰ মুদ্রা। দুবছৰ পূর্বে ক্ষমতা হস্তগত কৰাৰ পাছত তালিবানে দেশখনৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ গ্রহণ কৰা কেতবোৰ কঠোৰ পদক্ষেপৰ পৰিণতি স্বৰূপে শেহতীয়াকৈ বিশ্বত জিলিকি উঠিছে আফগানিস্তানৰ মুদ্রা।

ADVERTISEMENT

তালিবান শাসকে আফগানিস্তানত মার্কিন ডলাৰ আৰু পাকিস্তানী মুদ্ৰাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে। দেশখনত স্থানীয় লেনদেন নিজস্ব মুদ্ৰাৰ মাধ্যমৰে কৰাটো বাধ্যতামূলক কৰে তালিবান শাসকে। একেদৰে দেশখনত অবৈধ ঘোষণা কৰা হয় অনলাইন বাণিজ্যও। যিয়ে এই নিয়ম অগ্ৰাহ্য কৰিব তাকেই কঠোৰ শাস্তি বিহা হ’ব বুলি নিয়ম প্ৰৱৰ্তন কৰিছিল তালিবানী শাসকে।

RelatedPosts

Afghan Universities : আফগানিস্তানত ছাত্রী অৱৰোধ কৰিবলৈ বিশ্ববিদ্যালত সশস্ত্রৰক্ষীৰ পহৰা

ঘৰুৱাভাৱে গ্ৰহণ কৰা এনেবোৰ কঠোৰ ব্যৱস্থা আৰু আনফালে যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনলৈ মানৱীয়তা প্ৰদৰ্শনৰে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই আগবঢ়োৱা কে’বা বিলিয়ন ডলাৰ অৰ্থ সাহায্যৰে ক্ৰমশঃ ঠন ধৰি উঠিছিল ৰাষ্ট্ৰখনৰ অৰ্থনীতি। একে সময়তে বৃদ্ধি পাব ৷যাৰ বাণিজ্যিক লেনদেনেও ৰাষ্ট্ৰখনলৈ কঢ়িয়াই আনিছিল ইতিবাচক বতৰা।

বিদেশী মুদ্ৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি ঘৰুৱা মুদ্ৰাৰ প্ৰচলন বৃদ্ধিৰ দৰে পদক্ষেপৰ পৰিণতিত শেহতীয়াকৈ তিনিমহীয়া বিশ্ব ৰেংকিঙত দ্রুত উত্থান লাভ কৰা মুদ্ৰাৰূপে চিহ্নিত হৈছে আফগানিস্তানত প্ৰচলিত স্থানীয় মুদ্রা।

লক্ষ্যণীয় যে তালিবান শাসকৰ বিৰুদ্ধে পূর্বে মার্কিন যুক্তৰাষ্ট্ৰই অব্যাহত ৰখা আক্ৰমণ ইমানেই কঠোৰ হৈছিল যে বিশ্বৰ ভিতৰতে অভিলেখ সংখ্যক মানবাধিকাৰ উলংঘন হোৱা ৰাষ্ট্ৰৰূপে চিহ্নিত হৈছিল আফগানিস্তান। সমান্তৰালকৈ দৰিদ্ৰতাই কোঙা কৰিছিল ৰাষ্ট্ৰখনক। পিছে সেইখন ৰাষ্ট্ৰৰে মুদ্রা মানে শেহতীয়াকৈ বিশ্বৰ সবাতোকৈ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মুদ্রাৰূপে চিহ্নিত হোৱাটো নিঃসন্দেহে ৰাষ্ট্ৰখনৰ বাবে হৈ পৰিছে এক ইতিবাচক পৰিৱেশ।

উল্লেখ্য যে মুদ্রা নিয়ন্ত্রণ, বহিঃৰাষ্ট্ৰৰ পৰা নগদ ধনৰ আগমন আৰুঅন্যান্য অর্থ সাহায্যই আফগানি মুদ্ৰাৰ মান চলিত তিনি মাহৰ ভিতৰত ন শতাংশ বৃদ্ধিত অৰিহণা যোগাইছে। ইয়াৰ লগে লগে আফগানি মুদ্ৰাৰ শেহতীয়া স্থিতি ১৪ শতাংশলৈ ঊর্ধ্বগামী হৈছে।

উল্লেখ্য যে সমগ্ৰ বিশ্বৰ মুদ্ৰা তালিকাত কলম্বিয়া আৰু শ্ৰীলংকাৰ পাছতে তৃতীয় স্থানলৈ ঊর্ধ্বগামী হৈছে আফগানিস্তানৰ মুদ্রা। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, আফগানিস্তানত নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দুই-তৃতীয়াংশ পৰিয়ালেই জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় মৌলিক সামগ্রী ক্রয় কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু ৰাষ্ট্ৰখনৰ অৰ্থনীতিত মুদ্রাস্ফীতিৰ পৰিৱৰ্তে অৱস্ফীতিৰ সৃষ্টি হৈছে।

২০২১ৰ শেষৰ পৰা কমেও ১৮ মাহ ধৰি যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনত সহায় কৰাৰ বাবে বিশেষকৈ আফগানিস্তানৰ দৰিদ্ৰ লোকসকলক সকাহ দিবলৈ ৰাষ্ট্ৰসংঘই আমেৰিকাই ডলাৰ ভর্তি বিমান আফগানিস্তানলৈ প্ৰেৰণ কৰিছিল। প্ৰায় ৪০ মিলিয়ন মার্কিন ডলাৰ পর্যন্ত প্ৰেৰিত হৈছিল আফগানিস্তানলৈ।

ৱাশ্বিংটনৰ কৌশল নিৰ্ণয় আৰু নীতিনিৰ্ধাৰক এটা সংস্থাৰ মধ্য আৰু দক্ষিণ এছিয়াৰ লগতে মধ্য প্ৰাচ্যৰ বিশেষজ্ঞ কামৰান বাৰিয়ে কয় যে আফগানিস্তানৰ শাসক পক্ষৰ কঠোৰ মুদ্ৰা নিয়ন্ত্ৰণ আৰু কৰ্মস্পৃহাই ৰাষ্ট্ৰখনৰ মুদ্ৰাক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মুদ্ৰাৰূপে স্বীকৃতি দিলেও দেশখনৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাই মুদ্রাৰ মান বৃদ্ধিৰএই পৰিসংখ্যাক এক হ্রস্বম্যাদী পৰিঘটনা হিচাপেহে গঢ়ি তোলাৰ সম্ভাৱনা অধিক।

বৈদেশিক মুদ্রা বিনিময় ব্যৱসায়লৈ ৰূপান্তৰ হৈছে আফগানিস্তানত তালিবানীয়ে ক্ষমতা দখল কৰাৰ পাছতে বিগত দুটা বছৰত আফগানিস্তানত বৈদেশিক মুদ্রা বিনিময় ব্যৱসায় ব্যাপক হাৰত সম্প্ৰসাৰিত  হৈছে।

স্থানীয়ভাৱে ‘ছাৰাফছ’ নামৰে পৰিচিত মুদ্রা বিনিময় কেন্দ্রসমূহ ৰাষ্ট্ৰখনৰ গ্ৰামাঞ্চলৰ পৰা আৰম্ভ কৰি মহানগৰলৈকে সকলো ব্যৱসায়িক কেন্দ্ৰস্থললৈ সম্প্ৰসাৰিত হৈছে। ৰাষ্ট্ৰসংঘৰ মতে, কাবুলত থকা ছাৰাই শাহজাদা নামৰ মুকলি আকাশৰ তলত থকা বজাৰখন ৰাষ্ট্ৰখনৰ বিত্তীয় ।

কেন্দ্ৰস্থললৈ ৰূপান্তৰ হৈছে, য’ত প্ৰতিদিনে প্রায় ১০ নিযুত ডলাৰ ধন ইহাত- সিহাত হয়। এই বজাৰখনৰ অন্যতম বিশেষত্ব এয়ে যে তাত ব্যৱসায়ৰ কোনো সীমাবদ্ধতা নাই। উল্লেখ্য যে মধ্য প্ৰাচ্যৰ পৰা যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰখনলৈ এতিয়াও পুৰণিকলীয়া হাৱালা পদ্ধতিৰে ধন প্ৰেৰণ কৰা হয়।

ছাৰাফছ ব্যৱসায়ৰ হাৱালাই অন্যতম ভূমিকা গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ মতে, চলিত বৰ্ষত আফগানিস্তানত প্ৰয়োজন আছে ৩.২ বিলিয়ন ডলাৰ অৰ্থ সাহায্যৰ। ইয়াৰে। ১.১ বিলিয়ন ডলাৰ ইতিমধ্যে যোগান ধৰা হৈছে। যোৱা বছৰ ৰাষ্ট্ৰসংঘই প্ৰায় চাৰি বিলিয়ন ডলাৰ ধন আফগানিস্তানক যোগান ধৰিছিল য’ত প্ৰায় ৪১ নিযুত লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াইছিল ভয়ংকৰ দুৰ্ভিক্ষই।

ৰাষ্ট্ৰসংঘই ! ২০২১ৰ পাছত তালিবানী শাসকৰ কাৰ্যকালত ৰাষ্ট্ৰখনলৈ প্ৰায় ৫.৮ বিলিয়ন ডলাৰ ধন যোগান ধৰিছিল। এনেবোৰ উৎসৰ পৰা লাভ কৰা বিত্তীয় সাহায্যৰ সূত্রে আফগানিস্তানৰ অৰ্থনীতি ঠন ধৰি উঠাৰ সময়তে বিশ্ব বেংকে আগজাননী দিছে যে ২০২৫ পর্যন্ত ৰাষ্ট্ৰখনৰ অৰ্থনীতিৰ বিকাশৰ হাৰ দুইৰ পৰা তিনি শতাংশলৈ বৃদ্ধি পাব।

অৱশ্যে বিশ্ব বেংকে এইবুলিও সকীয়াই দিয়ে যে তালিবানী শাসকে মহিলাসকলৰ ওপৰত আৰোপ কৰা ৰক্ষণশীলতাৰ বাবে ৰাষ্ট্ৰখনে বহির্বিশ্বৰ পৰা লাভ কৰি অহা অর্থ সাহায্যৰ পৰিমাণ ক্রমশঃ নিম্নগামী হ’ব ।

খনিজ উৎসই সুখবৰ কঢ়িয়াইছে আফগানিস্তানলৈ:

ৰাষ্ট্ৰখনৰ অৰ্থনীতি টনকিয়াল কৰাৰ ধাৰা অব্যাহত ৰখাৰ বাবে তালিবানী শাসকে দেশখনত থকা প্ৰাকৃতিক সম্পদৰাজিৰ উপযুক্ত ব্যৱহাৰত গুৰুত্ব দিছে। ইতিমধ্যে দেশখনত থকা লিথিয়াম উৎপাদন খণ্ডত প্ৰায় তিনি ত্রিলিয়ন মার্কিন ডলাৰ বিনিয়োগ হ’ব বুলি ঠাৱৰ কৰিছে।

ইফালে, আফগানিস্তানৰ বিভিন্ন প্ৰান্তত লোহা আৰু সোণৰ খনি আহৰণৰ ক্ষেত্ৰত চীন, ব্ৰিটেইন আৰু তুৰস্কৰ কোম্পানীয়ে প্রায় ৬.৫ বিলিয়ন ডলাৰ ধন বিনিয়োগ কৰিছে। ইফালে, অহা জানুৱাৰীত ৰাষ্ট্ৰখনত খাৰুৱা তেল উৎপাদনৰ বাবে চীনৰ এটা কোম্পানীৰ স’তে চুক্তি কৰিবলৈও থিৰাং কৰিছে।

প্রসংগত উল্লেখ্য যে বিগত কেইটামান মাহত ৰাষ্ট্ৰখনৰ গাতে লাগি থকা পাকিস্তানৰ পৰা ব্যাপক হাৰত মাৰ্কিন ডলাৰ আফগানিস্তানলৈ চোৰাংকৈ সৰবৰাহ হোৱাৰ বিষয়টোৱেও আফগানিস্তানৰ অৰ্থনীতি শক্তিশালী কৰাত অৰিহণা যোগাইছে।

উল্লেখ্য যে দেশখনৰ ৰাজহুৱা খণ্ডৰ মূল বেংক ‘দ্য আফগানিস্তান বেংকে প্রতি সপ্তাহতে ১৬ নিযুত মার্কিন ডলাৰ পৰ্যন্ত ধন নিলাম কৰাৰ সূত্রেও দেশখনৰ মুদ্ৰাৰ মান বৃদ্ধিত সহায়ক হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Afghanistan's CurrencyTaliban Govt.Top of World Economy
publisher

publisher

Related Posts

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d