Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Kabul : তালিবানি ফতোৱাক প্ৰত্যাহ্বান আফগান ছাত্রৰ

publisher by publisher
December 26, 2022
in International, News
Reading Time: 2 mins read
0
Kabul : তালিবানি ফতোৱাক প্ৰত্যাহ্বান আফগান ছাত্রৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

Kabul :

মহিলাৰ উচ্চশিক্ষাত নিষেধাজ্ঞা ঘোষণা কৰিছে তালিবানে । ইয়াৰ প্ৰতিবাদত কাবুলৰ ৰাজপথত নমা আফগান ছাত্ৰীসকলক প্ৰহাৰ কৰা হৈছে ।

ADVERTISEMENT

এইবাৰ আফগানিস্তানৰ ছাত্ৰসকলেও এই প্ৰতিবাদত যোগ দিছে । সহপাঠী বান্ধৱীসকলক সহযোগ কৰি তেওঁলোকে তালিব শাসকক প্ৰত্যাহ্বান জনায় ।

ছাত্ৰসকলে জনায় যে য’ত ছোৱালীৰ উচ্চ শিক্ষাৰ সুযোগ নাই, তাত তেওঁলোকেও শিক্ষাগ্ৰহণ কৰিব নিবিচাৰে । ছোৱালীয়ে ক্লাছ কৰিব নোৱাৰিলে তেওঁলোকেও বিশ্ববিদ্যালয়ৰ শ্ৰেণীত উপস্থিত নাথাকে ।

দেওবাৰে আফগানিস্তানৰ স্থানীয় চেনেল ট’ল’ নিউজত ছাত্রসকলৰ এই প্রতিবাদ প্ৰকাশ কৰা হৈছে । তাত মোজাম্মেল নামে এজন ছাত্র‌ই কোৱা শুনা যায়, ‘‘আমাৰ শ্ৰেণীকোঠা বৰ্জন অব্যাহত থাকিব । যেতিয়ালৈকে ছোৱালীৰ বাবে বিশ্ববিদ্যালয়ৰ দুৱাৰ খোল নাখাই আমিও আমাৰ বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিম । প্ৰয়োজন হ’লে এনেকুৱা শিক্ষা গ্ৰহণেই নকৰো ।’’

নবিদুল্লা নামৰ আন এজন ছাত্র‌ই কয়, ‘‘আমাৰ ভগ্নীসকলৰ বাবে বিশ্ববিদ্যালয় বন্ধ কৰি দিয়া হৈছে । সেয়ে আমিও বিশ্ববিদ্যালয়ত যাব নিবিচাৰো ।’’

আফগানিস্তানৰ তালিবান শাসকে ছোৱালীৰ উচ্চ শিক্ষা নিষিদ্ধ কৰি কৈছিল যে “ছোৱালীসকলে বিয়া ঘৰত যোৱাৰ দৰে বিশ্ববিদ্যালয়লৈ গৈছে ।” যাক লৈ প্রতিবাদমুখী হৈ পৰিছিল আফগান ছাত্রীসকল ।

হিজাব আৰু মাস্ক পিন্ধি মুখ ঢাকি তালিবানী শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল তেওঁলোক । শ্ল’গান দিছিল, ‘‘এনে নিষেধাজ্ঞা মানি ঘৰত বহি থকাতকৈ শিৰচ্ছেদ কৰাই ভাল ।’’

যদিও বিক্ষোভকাৰী ছাত্রীসকলক মাৰ-ধৰ কৰি ছত্রভংগ কৰে তালিবান নিৰাপত্তাৰক্ষীসকলে ।

এই ঘটনাৰ পাছতেই ছাত্রীসকলৰ সহযোগত শ্ৰেণীকোঠা বৰ্জন কৰে ছাত্রসকলে । আফগানিস্তানৰ টিভি চেনেলৰ খবৰ অনুসৰি কাবুল বিশ্ববিদ্যালয়ৰ শিক্ষকৰ এক বৃহৎ অংশয়ো ছাত্ৰীসকলক শ্ৰেণীলৈ ঘূৰাই অনাৰ দাবীত আন্দোলন আৰম্ভ কৰিছে ।

তফিকুল্লাহ নামৰ এজন অধ্যাপকে সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত কয়, ‘‘শীঘ্ৰে আমাৰ ভগ্নীসকলক শ্ৰেণীকোঠালৈ ঘূৰাই আনিব বাবে আমি ইছলামিক এমিৰেটছক অনুৰোধ জনাইছো ।’’

প্রসংগত, ডিচেম্বৰৰ আৰম্ভণিতেই মহিলাৰ উচ্চশিক্ষাত নিষেধাজ্ঞা জাৰি কৰিছে তালিবানে । ইয়াৰ পূৰ্বে মহিলাসকলে ৰাজপথলৈ ওলাই অহা, বিভিন্ন কর্মক্ষেত্রৰ পৰা মহিলা কর্মচাৰীসকলক ছাটাই কৰাৰ দৰে সিদ্ধান্ত লৈছে তালিবানে । যাৰ ফলত আন্তর্জাতিক মহলত তীব্র গৰিহণাৰ সন্মুখীন হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanStudents ProtestTaliban
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d