Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sikkim Government Declares Disaster :ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

সেনা জোৱানসহ ১০২ জন সন্ধানহীন, ১৪ জনৰ মৃত্যু, ছিকিমৰ ভয়ংকৰ বানত সন্ধানহীন অসমৰ যুৱক, বাক্সাৰ আনন্দ বজাৰৰ ভাৰতীয় সেনাত কৰ্মৰত মিটু কলিতা

publisher by publisher
October 5, 2023
in News, Assam, India
Reading Time: 4 mins read
0
Sikkim Government Declares Disaster :ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Sikkim Government Declares Disaster :

ছিকিমৰ উত্তৰাঞ্চলত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে লোনাক হ্ৰদৰ তিস্তা নদী জলস্তৰ বৃদ্ধি পায় বিপদসীমা অতিক্ৰম কৰি নৈৰ বাঢনী পানীয়ে ভয়ংকৰ ৰূপ ধাৰন কৰে ৷

ADVERTISEMENT

sikkim flood 2ভয়ংকৰ বানপানীৰ ফলত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে প্ৰায় ১০২ জনকৈ লোক। ইয়াৰে ২২ জন সেনা জোৱান।

RelatedPosts

Telangana Tunnel Collapse:১৬৮ ঘণ্টা পাৰ হৈ গ’ল ! সুৰংগত এতিয়াও আৱদ্ধ হৈ আছে আঠজন শ্রমিক !

Four Storey Building Collapses In Delhi :দিল্লীত চাৰিমহলীয়া অট্টালিকা ভাঙি মৃত্যু দুজনৰ, ধ্বংসস্তূপৰ মাজত আবদ্ধ ২২জন !

Guwahati Servy Incident:মহানগৰীৰ ছাৰ্ভেৰ অজন্তা পথত অঘটন !

আনহাতে পাৰ্বত্য ৰাজ্য খনত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পাছতে ছিকিম চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহ উদ্ধাৰ অভিযানত উবুৰি খাই পৰে ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে তিস্তা নৈৰ বুকুত সন্ধানহীন হোৱা ২৩ জন সেনা জোৱানৰ ভিতৰত এজনক ইতিমধ্যে কৰা হৈছে উদ্ধাৰ ৷ উল্লেখযোগ্য সেনাৰ ৪১ খন বাহন বোকাত পোত গৈছে।

sikkim flood 3উল্লেখ্য যে,মঙলবাৰে আৰু বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত আৰম্ভ হোৱা পৰ্বতীয়া ৰাজ্য খনত হঠাতে সৃষ্টি হোৱা বানৰ মাজতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি প্ৰকাশ কৰে

গেংটকত এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই ৷ মনকৰিবলগীয়া যে,চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত লোনাক হ্ৰদৰ পানীৰ স্তৰ হঠাতে ১৫ৰ পৰা ২০ ফুট বৃদ্ধি পাইছিল ৷

sikkim flood 4আনহাতে ছিকিমৰ মুখ্য সচিব ভি বি পাঠকে কয় যে দেশ- বিদেশৰ অহা প্ৰায় তিনি সহস্ৰাধিক পৰ্যটক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে। তদুপৰি চুংথাং বান্ধত কৰ্মৰত হৈ থকা কেইবাজনো শ্ৰমিকো আৱদ্ধ হৈ আছে।

একেদৰে ভয়ংকৰ বানে বিধ্বস্ত কৰে বহু বাসগৃহ,পথ – দলং ৷ ৰাজ্য চৰকাৰৰ হাতত পৰা তথ্য অনুসৰি ১৪ খন দলং বানে উটুৱাই নিয়ে ৷ ইয়াৰে নখন সীমান্ত পথ সন্থাৰ বিপৰীতে পাঁচখন ৰাজ্য চৰকাৰৰ ৷

উল্লেখ্য যে,ছিকিমৰ ৰাজধানী গেংটকৰ পৰা ৩০ কিলোমিটাৰ দূৰতস্থিত চিংটামৰ ইন্দ্ৰানী নামৰ তীখাৰ দলং খন বুধবাৰে পুৱতি নিশা তিস্তা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল।

sikkim flood 5শেহতীয়া তথ্য অনুসৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফে প্ৰতিকুল বতৰকো নেওচি এই পৰ্যন্ত উদ্ধাৰ কৰিছে এজন সেনা জোৱানসহ প্ৰায় ১৬৬ জন লোকক ।

ইপিনে এন ডি আৰ এফে বিভাগীয় তিনিটা দল গুৱাহাটী আৰু পাটনাত ছিকিমৰ উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰাখিছে ৷ ইতিমধ্যে পাহাৰীয়া ৰাজ্য খনৰ ভয়াৱহ পৰিস্থিতিক দুৰ্যোগ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

sikkim flood 6ছিকিমৰ ভয়ংকৰ বানত সন্ধানহীন অসমৰ যুৱক:

মঙলবাৰে মাজনিশা উত্তৰ ছিকিমৰ লোনাক হ্ৰদত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণত তিস্তা নৈ হঠাতে জলস্তৰ ১৫ৰ পৰা ২০ ফুট বৃদ্ধি পোৱাত ভয়ংকৰ বানপানী হয় ৷ নৈৰ কুবাল সোঁতত উটি যায় সেনাৰ কনভয় ৷ সন্ধানহীন হয় ২২ জনকৈ সেনা জোৱান ৷ ভয়ংকৰ বানত সন্ধানহীন হয় অসমৰ যুৱক ৷ বাক্সাৰ আনন্দ বজাৰৰ ভাৰতীয় সেনাত কৰ্মৰত আছিল যুৱকজন  ।

flood newচুবুৰীয়া পশ্চিমবংগৰ আলিপুৰদুৱাৰত কৰ্মৰত সেনা জোৱান মিটু কলিতা বিভাগীয় নির্দেশ অনুসৰি ছিকিমলৈ গৈছিল । আনকি আলিপুৰদুৱাৰৰ পৰা ছিকিমলৈ গৈ থকাৰ বিষয়ে নিজ ভাতৃক ফোন কৰি জনাইছিল।

বিভাগীয় কাম সম্পন্ন কৰি আন সকল জোৱানৰ সৈতে আলিপুৰ দুৱাৰলৈ অহাৰ পথত সংঘটিত হৈছিল ভয়াৱহ ডাৱৰ বিস্ফোৰণ।

বৰ্তমানলৈকে পৰিয়ালৰ লোকে কোনো সম্ভেদ পোৱা নাই মিটু কলিতাৰ । বিভাগীয় ভাৱে জsikkim flood 7

আনহাতে অসমৰো বহুলোক আবদ্ধ হৈ আছে ছিকিম আৰু পশ্চিমবংগত ৷ এই সকলৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত তৎপৰ হ’বৰ বাবে আত্মীয় সকলে অসম চৰকাৰৰ সহযোগিতা বিচাৰিছে ৷

ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ :
০৩৩৫৯২-২০২৮৯২, ০৩৫৯২২২১১৫২-, ৮০০১৭-৬৩৩৮৩ ৷
উল্লিখিত তিনিওটা ম’বাইল নম্বৰতো কৰিব পাৰিব যোগাযোগ ৷

আনহাতে জৰুৰীকালীন সেৱাৰ বাবে ১১২নম্বৰ মুকলি কৰাৰ বিপৰীতে ভাৰতীয় সেনাই নিজৰ সেনা জোৱানৰ বাবে নিজাববীয়াকৈ মুকলি কৰিছে তিনিটা হেল্পলাইন নম্বৰ৷
ম’বাইল নম্বৰ কেইটা হ’ল:
উত্তৰ ছিকিমৰ বাবে সেনাৰ হেল্পলাইন নম্বৰ: ৮৭৫০৮৮৭৭৪১

পূব ছিকিমৰ বাবে সেনাৰ হেল্পলাইন নম্বৰ ৮৭৫৬৯৯১৮৯৫

একেদৰে সন্ধানহীন সেনাৰ বাবে হেল্পলাইন নম্বৰ হৈছে ৭৫৮৮৩০২০১১ ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 102 Missing14 Person DEADDisasterNDRFNorth SikkimSDRFSikkim Government Declares
publisher

publisher

Related Posts

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

May 12, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d