Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Explosion In Sikkim:ছিকিমত ডাৱৰ বিস্ফোৰণ

অস্বাভাৱিক হাৰত বৃদ্ধি তিষ্টা নদীৰ জলস্তৰ, বানে বুৰাই পেলালে ১০নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ এটা কনভয়, বৰ্তমানলৈকে সন্ধানহীন ২৩ গৰাকী সেনা জোৱান

publisher by publisher
October 4, 2023
in India, News
Reading Time: 2 mins read
0
Explosion In Sikkim:ছিকিমত ডাৱৰ বিস্ফোৰণ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

বানপীড়িত নেপালত ৫১ জন লোকৰ মৃত্যু!

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

Explosion In Sikkim:

পৰ্বতীয়া ৰাজ্য ছিকিমত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ । ফলত উফন্দি উঠিছে তিষ্টা নদীৰ জলস্তৰ৷ তিষ্টা নদীৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে সদাব্যস্ত ১০নং ৰাষ্ট্ৰীয় ঘাইপথ। একেদৰে প্ৰবল বানে উটুৱাই নিয়ে সেনা বাহিনীৰ এটা কনভয় ৷

ADVERTISEMENT

বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২৩ গৰাকীকৈ সেনা জোৱান ৷ সেনাৰ সন্ধানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰিছে ৷

এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে হিমালয়ান ৰাজ্য খনত৷ ভয়াৱহ বানৰ বাবে ৰাজ্য প্ৰসাশনে জাৰি কৰিছে হাই এলাৰ্ট ।

পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ স্থলী হিচাপে চিহ্নিত ছিকিমত মঙলবাৰে নিশা১:৩০ৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৃষ্টিপাতৰ মাজতে উত্তৰ ছিকিমৰ ল’নক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পাই বিপদসীমা অতিক্ৰম কৰে। নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাই কাষৰীয়া কে’বাটাও সদাব্যস্ত পথ৷ এই পথেদি যোৱা সেনাৰ কনভয় এটি উটি যায় প্ৰৱল বানত। এই পৰ্যন্ত নিৰুদ্দেশ হৈ আছে ২৩জন সেনা জোৱান।

বিশেষ সূত্ৰ এটিয়ে জানিব দিয়া মতে চুংথাং বান্ধৰ পৰা হঠাতে পানী এৰি দিয়াৰ ফলত তিষ্ঠা নদীৰ পানীৰ স্তৰ ১৫-২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছিল। তাৰ পাছতে সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি ৷

আনহাতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙেও চিংটামৰ বানৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আকস্মিক বানৰ কবলত পৰা লোক সকলক উদ্ধাৰ আৰু সাহায্য বিতৰণ কৰিবলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 23 Army MissingExplosionFloodNorth Sikkim
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d