Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    APSC Scam CM’s Reaction:এপিএছচি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

    Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

    Kidnapped Incident In Cachar:কাছাৰত শিলৰ কোৱেৰীৰ পৰা অপহৰণ তিনি চালকৰ

    ED Officer Arrested In Tamilnadu:তামিলনাডুত ইডিৰ বিষয়াক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য

    Dhemaji District BJP President Resigns:ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ

    Mohit Hojai Joins BJP:কাৰামুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত মোহিত হোজাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News International

Hamas’s Deadly Rocket Attack On Israel,Israel declares War On n Palestine: পুনৰ যুদ্ধৰ দাবানল !

ইজৰাইলত হামাছৰ ভয়ংকৰ ৰকেট আক্ৰমণ, হামাছৰ আক্ৰমণৰ পাছতে পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইজৰাইলৰ, জৰুৰীকালীন অৱস্থা ঘোষণা ইজৰাইল চৰকাৰৰ, ঘৰতে আবদ্ধ হৈ থাকিবলৈ দেশৰ নাগৰিকক আহ্বান ইজৰাইল চৰকাৰৰ

publisher by publisher
October 7, 2023
in News, International
Reading Time: 3 mins read
0
Hamas’s Deadly Rocket Attack On Israel,Israel declares War On n Palestine: পুনৰ যুদ্ধৰ দাবানল !
1
SHARES
8
VIEWS
ShareShareShareShare

Hamas’s Deadly Rocket Attack On Israel,Israel declares War On  Palestine:

ৰাছিয়া- ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধ অন্ত নৌহওঁতেই এইবাৰ পুনৰ আন এখন যুদ্ধৰ দাবানল ৷

ADVERTISEMENT

ইজৰাইলৰ সীমান্তৱৰ্তী দেশ পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ সীমা অতিক্ৰম কৰি এটা-দুটা নহয় প্ৰায় বাৰটা শক্তিশালী ৰকেট আক্ৰমণ কৰাৰ পাছতে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাই ৷ প্ৰায় আধাঘণ্টা সময় ধৰি একেলেথাৰিয়ে ৰকেট নিক্ষেপ কৰিছিল হামাছ সন্ত্ৰাসবাদীয়ে ৷

RelatedPosts

Israel-UAE : ঐতিহাসিক বাণিজ্য চুক্তি ইজৰায়েল-আমিৰশ্বাহিৰ

Jerusalem : শ্বিৰিনৰ শেষকৃত্যত আক্ৰমণত ক্ষুব্ধ আমেৰিকা

Journalist died in west bank : ইজৰাইলৰ অভিযান চলাকালীন ৱেষ্ট বেংকত গুলিবিদ্ধ হৈ মৃত্যু মহিলা সাংবাদিক শিৰিনৰ

racket attack 2ক্ষুদ্ধ হৈ পৰিছে বিশ্বৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ অগ্ৰণী দেশ ইজৰাইল ৷ ইতিমধ্যে ইজৰাইল চৰকাৰে পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগতে নিজ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ৷  ইজৰাইলে যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি পেলেষ্টাইনক সকীয়নি দিয়ে ৷

আনহাতে ইজৰাইল চৰকাৰে দেশৰ নাগৰিকক বাহিৰলৈ ওলোৱাত বাধাৰোপ কৰিছে ৷উল্লেখ্য যে,ইজৰাইলৰ ৰাজধানী চহৰ জেৰুজালেমক লক্ষ্য কৰি হামাছে নিক্ষেপ কৰা ৰকেট আক্ৰমণত কে’বাটাও সুউচ্চ অট্টালিকাৰ বিস্তৰ ক্ষতিসাধন হয় ৷

শেহতীয়া খবৰ অনুসৰি হামাছৰ ৰকেট আক্ৰমণত প্ৰায় দহজনৰো অধিক ইজৰাইলী সেনা নিহracket attack 3

ইপিনে পুনৰ হামাছে ৰকেট আক্ৰমণ তীব্ৰতৰ কৰি তোলাত ফেপেৰিপাতি ধৰে ইজৰাইলী চৰকাৰে ৷ যুদ্ধ বিমানেৰে প্ৰত্যাক্ৰমণ কৰে ইজৰাইলে ৷ গাজাষ্ট্ৰীপক টাৰ্গেট কৰি ইজৰাইলী সেনাই অত্যাধুনিক যুদ্ধ সজুঁলি সাজু কৰি তুলিছে ৷

উল্লেখ্য যে, এ এফ পি সাংবাদিকৰ সুত্ৰে প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপৰ পৰা ধাৰাষাৰ ৰকেটৰ নিক্ষেপ কৰিছিল ইজৰাইলক লক্ষ্য কৰি ৷ যাৰ ফলত ইজৰাইলত কমেও এজন লোক নিহত হৈছিল।

ইজৰাইলী সেনাই দেশখনৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলত চাইৰেনৰ সতৰ্কবাণী দি ৰাইজক নিৰাপদ স্থানত অৱস্থান কৰিবলৈ আহ্বান জনাইছিল।

racket attack 4পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ সশস্ত্ৰ শাখাই দাবী কৰে যে,তেওঁলোকে ইজৰাইললৈ ৫,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছিল ৷ “আমি অপাৰেচন আল-আকছা ফ্লাড ঘোষণা কৰিছো আৰু আমি ২০ মিনিটৰ প্ৰথম আক্ৰমণত ৫,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছিলো।”

আনহাতে ইজৰাইলৰ মেগেন ডেভিদ এডম উদ্ধাৰকাৰী সংস্থাই কৈছিল যে দক্ষিণ ইজৰাইলৰ এটা অট্টালিকাত হামাছৰ ৰকেট আক্ৰমণত এগৰাকী ৭০ বছৰীয়া বৃদ্ধা গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আন এঠাইত এজন বিশ বছৰীয়া যুৱক ৰকেট ৰকেটৰ চাৰ্পৰ দ্বাৰা সামান্য আঘাতপ্ৰাপ্ত হৈছিল ৷

শেহতীয়া খবৰ অনুসৰি ইজৰাইলক শত্ৰু বুলি ঘোষণা কৰি হামাছৰ সামৰিক শাখাৰ নেতা মহম্মদ দেইফে কয় যে ইইজৰাইলৰ বিৰুদ্ধে এক নতুন সামৰিক অভিযান আৰম্ভ কৰিছো বুলি উল্লেখ কৰি কয়,”অপাৰেচন আল-আকছা ষ্টৰ্ম” নামাকৰণৰে শনিবাৰে ইজৰাইললৈ ৫,০০০ ৰকেট নিক্ষেপ কৰা হৈছিল। “আমি যথেষ্ট বুলি কোৱাৰ সিদ্ধান্ত লৈছো,” দেইফে সকলো পেলেষ্টাইনী জনতাক ইজৰাইলৰ বিৰুদ্বে মুখামুখি হ’বলৈ আহ্বান জনাই ।

উল্লেখ্য যে,একাধিকবাৰ ইজৰাইলী আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা দুৰ্ধৰ্ষ হামাছৰ শীৰ্ষ নেতা দেইফে এই বক্তব্য সংবাদ মাধ্যমৰ সন্মুখলৈ আহি কোৱাৰ পৰিৱৰ্তে ৰেকডিং প্ৰেছ বিবৃত্তিহে জাৰি কৰি ইজৰাইলক হুংকাৰ দিয়ে ৷

মনকৰিবলগীয়া যে,২০০৭ ত হামাছে গাজা ষ্ট্ৰিপৰ দখল কৰাৰ পিছৰে পৰা ইজৰাইলে গাজাৰ ওপৰত একাধিকবাৰ ৰকেট আক্ৰমণ কৰিছিল৷

আনকি মাজে সময়ে ইজৰাইলে গাজা ষ্ট্ৰিপলৈ লক্ষ্য কৰি বোমা আৰু ৰকেট নিক্ষেপ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল৷

যাৰবাবে হামাছে ইজৰাইলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল ৷ ইতিমধ্যে হামাছে গাজাতস্থিত অন্যান্য সৰু সৰু উগ্ৰপন্থী গোটবোৰক একত্ৰিত কৰি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু কৰি তুলিছে ৷

উল্লেখযোগ্য,গাজা ষ্ট্ৰিপৰ অস্থিৰ পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছিল আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে ৷
ইজৰাইল চৰকাৰে পেলেষ্টাইনক বহুবাৰ সৰ্তক কৰি দিছিল যে,হামাছক প্ৰশ্ৰয় দিয়া বন্ধ কৰক৷ একেদৰে উগ্ৰপন্থী গোটবোৰক তেওঁলোকৰ অস্ত্ৰাগাৰ গঢ়ি তোলাৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনাইছিল ৷ অন্যথাই পৰিস্থিতি বিষম হ’ব বুলি সকীয়নি দিছিল ৷

ইয়াৰ পৰিৱৰ্তে ইজৰাইলৰ এই সকীয়নি সন্দৰ্ভত পেলেষ্টাইন প্ৰশাসনে কয়, ইজৰাইলৰ এই ভাবুকি সামূহিক শাস্তিৰ সমান।

উল্লেখ কৰিব পাৰি যে, চলিতবৰ্ষত ইজৰাইলৰ সামৰিক অভিযানত প্ৰায় দুই শতাধিক পেলেষ্টাইনী নিহত হৈছে বুলি পেলেষ্টাইনে দাবী কৰাৰ বিপৰীতে ইজৰাইলে ৩০ জন লোক racket attack 5দীৰ্ঘসময় ধৰি গাজাষ্ট্ৰীপক লৈ ইজৰাইল আৰু পেলেষ্টাইনৰ স’তে অব্যাহত থকা বিবাদ দীঘলীয়া হোৱাত শেহতীয়াকৈ আন্তৰ্জাতিক মধ্যস্থতাৰ পিছত ছেপ্টেম্বৰৰ শেষৰ ফালৰ পৰা ইজৰাইল আৰু পেলেষ্টাইনে সকলো বিবাদ স্থগিত ৰখা হৈছিল যদিও শনিবাৰে হামাছে ইজৰাইলৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ ৰকেট নিক্ষেপ কৰাত পুনৰ অস্হিৰ হৈ পৰে সীমান্ত অঞ্চল ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Hamas's Deadly Rocket AttackIsraelIsrael declaresWar On  Palestine
publisher

publisher

Related Posts

APSC Scam CM’s Reaction:এপিএছচি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
Assam

December 2, 2023
Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা
Assam

Cultural Journalist Association:সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ দত্ত আৰু অৰুণলোচন দাসৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

December 2, 2023
Kidnapped Incident In Cachar:কাছাৰত শিলৰ কোৱেৰীৰ পৰা অপহৰণ তিনি চালকৰ
Assam

Kidnapped Incident In Cachar:কাছাৰত শিলৰ কোৱেৰীৰ পৰা অপহৰণ তিনি চালকৰ

December 2, 2023
ED Officer Arrested In Tamilnadu:তামিলনাডুত ইডিৰ বিষয়াক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য
Assam

ED Officer Arrested In Tamilnadu:তামিলনাডুত ইডিৰ বিষয়াক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য

December 2, 2023
Dhemaji District BJP President Resigns:ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ
Assam

Dhemaji District BJP President Resigns:ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ

December 2, 2023
Mohit Hojai Joins BJP:কাৰামুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত মোহিত হোজাই
Assam

Mohit Hojai Joins BJP:কাৰামুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত মোহিত হোজাই

December 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: