Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Hamas’s Deadly Rocket Attack On Israel,Israel declares War On n Palestine: পুনৰ যুদ্ধৰ দাবানল !

ইজৰাইলত হামাছৰ ভয়ংকৰ ৰকেট আক্ৰমণ, হামাছৰ আক্ৰমণৰ পাছতে পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ইজৰাইলৰ, জৰুৰীকালীন অৱস্থা ঘোষণা ইজৰাইল চৰকাৰৰ, ঘৰতে আবদ্ধ হৈ থাকিবলৈ দেশৰ নাগৰিকক আহ্বান ইজৰাইল চৰকাৰৰ

publisher by publisher
October 7, 2023
in International, News
Reading Time: 3 mins read
0
Hamas’s Deadly Rocket Attack On Israel,Israel declares War On n Palestine: পুনৰ যুদ্ধৰ দাবানল !
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

Hamas’s Deadly Rocket Attack On Israel,Israel declares War On  Palestine:

ৰাছিয়া- ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধ অন্ত নৌহওঁতেই এইবাৰ পুনৰ আন এখন যুদ্ধৰ দাবানল ৷

ADVERTISEMENT

ইজৰাইলৰ সীমান্তৱৰ্তী দেশ পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ সীমা অতিক্ৰম কৰি এটা-দুটা নহয় প্ৰায় বাৰটা শক্তিশালী ৰকেট আক্ৰমণ কৰাৰ পাছতে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাই ৷ প্ৰায় আধাঘণ্টা সময় ধৰি একেলেথাৰিয়ে ৰকেট নিক্ষেপ কৰিছিল হামাছ সন্ত্ৰাসবাদীয়ে ৷

ক্ষুদ্ধ হৈ পৰিছে বিশ্বৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ অগ্ৰণী দেশ ইজৰাইল ৷ ইতিমধ্যে ইজৰাইল চৰকাৰে পেলেষ্টাইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ লগতে নিজ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ৷  ইজৰাইলে যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি পেলেষ্টাইনক সকীয়নি দিয়ে ৷

আনহাতে ইজৰাইল চৰকাৰে দেশৰ নাগৰিকক বাহিৰলৈ ওলোৱাত বাধাৰোপ কৰিছে ৷উল্লেখ্য যে,ইজৰাইলৰ ৰাজধানী চহৰ জেৰুজালেমক লক্ষ্য কৰি হামাছে নিক্ষেপ কৰা ৰকেট আক্ৰমণত কে’বাটাও সুউচ্চ অট্টালিকাৰ বিস্তৰ ক্ষতিসাধন হয় ৷

শেহতীয়া খবৰ অনুসৰি হামাছৰ ৰকেট আক্ৰমণত প্ৰায় দহজনৰো অধিক ইজৰাইলী সেনা নিহ

ইপিনে পুনৰ হামাছে ৰকেট আক্ৰমণ তীব্ৰতৰ কৰি তোলাত ফেপেৰিপাতি ধৰে ইজৰাইলী চৰকাৰে ৷ যুদ্ধ বিমানেৰে প্ৰত্যাক্ৰমণ কৰে ইজৰাইলে ৷ গাজাষ্ট্ৰীপক টাৰ্গেট কৰি ইজৰাইলী সেনাই অত্যাধুনিক যুদ্ধ সজুঁলি সাজু কৰি তুলিছে ৷

উল্লেখ্য যে, এ এফ পি সাংবাদিকৰ সুত্ৰে প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপৰ পৰা ধাৰাষাৰ ৰকেটৰ নিক্ষেপ কৰিছিল ইজৰাইলক লক্ষ্য কৰি ৷ যাৰ ফলত ইজৰাইলত কমেও এজন লোক নিহত হৈছিল।

ইজৰাইলী সেনাই দেশখনৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলত চাইৰেনৰ সতৰ্কবাণী দি ৰাইজক নিৰাপদ স্থানত অৱস্থান কৰিবলৈ আহ্বান জনাইছিল।

পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ সশস্ত্ৰ শাখাই দাবী কৰে যে,তেওঁলোকে ইজৰাইললৈ ৫,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছিল ৷ “আমি অপাৰেচন আল-আকছা ফ্লাড ঘোষণা কৰিছো আৰু আমি ২০ মিনিটৰ প্ৰথম আক্ৰমণত ৫,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছিলো।”

আনহাতে ইজৰাইলৰ মেগেন ডেভিদ এডম উদ্ধাৰকাৰী সংস্থাই কৈছিল যে দক্ষিণ ইজৰাইলৰ এটা অট্টালিকাত হামাছৰ ৰকেট আক্ৰমণত এগৰাকী ৭০ বছৰীয়া বৃদ্ধা গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আন এঠাইত এজন বিশ বছৰীয়া যুৱক ৰকেট ৰকেটৰ চাৰ্পৰ দ্বাৰা সামান্য আঘাতপ্ৰাপ্ত হৈছিল ৷

শেহতীয়া খবৰ অনুসৰি ইজৰাইলক শত্ৰু বুলি ঘোষণা কৰি হামাছৰ সামৰিক শাখাৰ নেতা মহম্মদ দেইফে কয় যে ইইজৰাইলৰ বিৰুদ্ধে এক নতুন সামৰিক অভিযান আৰম্ভ কৰিছো বুলি উল্লেখ কৰি কয়,”অপাৰেচন আল-আকছা ষ্টৰ্ম” নামাকৰণৰে শনিবাৰে ইজৰাইললৈ ৫,০০০ ৰকেট নিক্ষেপ কৰা হৈছিল। “আমি যথেষ্ট বুলি কোৱাৰ সিদ্ধান্ত লৈছো,” দেইফে সকলো পেলেষ্টাইনী জনতাক ইজৰাইলৰ বিৰুদ্বে মুখামুখি হ’বলৈ আহ্বান জনাই ।

উল্লেখ্য যে,একাধিকবাৰ ইজৰাইলী আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা দুৰ্ধৰ্ষ হামাছৰ শীৰ্ষ নেতা দেইফে এই বক্তব্য সংবাদ মাধ্যমৰ সন্মুখলৈ আহি কোৱাৰ পৰিৱৰ্তে ৰেকডিং প্ৰেছ বিবৃত্তিহে জাৰি কৰি ইজৰাইলক হুংকাৰ দিয়ে ৷

মনকৰিবলগীয়া যে,২০০৭ ত হামাছে গাজা ষ্ট্ৰিপৰ দখল কৰাৰ পিছৰে পৰা ইজৰাইলে গাজাৰ ওপৰত একাধিকবাৰ ৰকেট আক্ৰমণ কৰিছিল৷

আনকি মাজে সময়ে ইজৰাইলে গাজা ষ্ট্ৰিপলৈ লক্ষ্য কৰি বোমা আৰু ৰকেট নিক্ষেপ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল৷

যাৰবাবে হামাছে ইজৰাইলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল ৷ ইতিমধ্যে হামাছে গাজাতস্থিত অন্যান্য সৰু সৰু উগ্ৰপন্থী গোটবোৰক একত্ৰিত কৰি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু কৰি তুলিছে ৷

উল্লেখযোগ্য,গাজা ষ্ট্ৰিপৰ অস্থিৰ পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছিল আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে ৷
ইজৰাইল চৰকাৰে পেলেষ্টাইনক বহুবাৰ সৰ্তক কৰি দিছিল যে,হামাছক প্ৰশ্ৰয় দিয়া বন্ধ কৰক৷ একেদৰে উগ্ৰপন্থী গোটবোৰক তেওঁলোকৰ অস্ত্ৰাগাৰ গঢ়ি তোলাৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনাইছিল ৷ অন্যথাই পৰিস্থিতি বিষম হ’ব বুলি সকীয়নি দিছিল ৷

ইয়াৰ পৰিৱৰ্তে ইজৰাইলৰ এই সকীয়নি সন্দৰ্ভত পেলেষ্টাইন প্ৰশাসনে কয়, ইজৰাইলৰ এই ভাবুকি সামূহিক শাস্তিৰ সমান।

উল্লেখ কৰিব পাৰি যে, চলিতবৰ্ষত ইজৰাইলৰ সামৰিক অভিযানত প্ৰায় দুই শতাধিক পেলেষ্টাইনী নিহত হৈছে বুলি পেলেষ্টাইনে দাবী কৰাৰ বিপৰীতে ইজৰাইলে ৩০ জন লোক দীৰ্ঘসময় ধৰি গাজাষ্ট্ৰীপক লৈ ইজৰাইল আৰু পেলেষ্টাইনৰ স’তে অব্যাহত থকা বিবাদ দীঘলীয়া হোৱাত শেহতীয়াকৈ আন্তৰ্জাতিক মধ্যস্থতাৰ পিছত ছেপ্টেম্বৰৰ শেষৰ ফালৰ পৰা ইজৰাইল আৰু পেলেষ্টাইনে সকলো বিবাদ স্থগিত ৰখা হৈছিল যদিও শনিবাৰে হামাছে ইজৰাইলৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ ৰকেট নিক্ষেপ কৰাত পুনৰ অস্হিৰ হৈ পৰে সীমান্ত অঞ্চল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hamas's Deadly Rocket AttackIsraelIsrael declaresWar On  Palestine
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d