Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Train Accident In Bihar:বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা !

অসমৰ দুগৰাকী যাত্ৰী সহ চাৰিজনৰ মৃত্যু,আহত শতাধিকৰো অধিক, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা

publisher by publisher
October 12, 2023
in India, News
Reading Time: 3 mins read
0
Train Accident In Bihar:বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা !
2
SHARES
24
VIEWS
ShareShareShareShare

Train Accident In Bihar:

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ৰাজ্য খনৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত বুধবাৰে নিশা ৯.৩৫ বজাত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটি ৷ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত লাইনচ্যুত হয় দিল্লীৰ পৰা কামাখ্যা অভিমুখী নর্থ ইষ্ট এক্সপ্ৰেছ।

ADVERTISEMENT

buxar train accident 3প্ৰাপ্ত খবৰ অনুসৰি, ২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখনে বক্সাৰৰ পৰা ৰঘুনাথপুৰত উপস্থিত হোৱাৰ সময়তে কেইবাটাও ডবা হঠাতে লাইনচ্যুত হয়। ইয়াৰ পাছতে হুৱাদুৱা লাগে ৷ ঘটনাটো সংঘটিত পাছত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে ৷

RelatedPosts

Uttarkhand Haldwani Violence:উত্তৰাখণ্ডত মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ অগ্নিগৰ্ভা পৰিস্থিতি

Earthquake In Nepal:নেপালত ভূমিকম্পৰ জোকাৰণি

Haryana Nuh Violence:মণিপুৰৰ পাছত হাৰিয়ানাত অগ্নিগৰ্ভা পৰিস্থিতি

buxar train accident 5আনহাতে, বক্সাৰৰ আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমক সদৰি কৰা মতে নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় অসমৰ ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ । মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত । ঊষা ভাণ্ডাৰীৰ আন এগৰাকী যমজ কন্যা অদিতি ভাণ্ডাৰী আৰু স্বামী দীপক ভাণ্ডাৰী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ৷ আন দুজনক চিনাক্ত হোৱা নাই ৷

এই দুৰ্ঘটনাত প্ৰায় শতাধিক ৰে’ল যাত্ৰী আহত হয় ৷ ইয়াৰে কে’বাজনৰো অৱস্থা সংকটজনক ৷ আহত সকলোকে বক্সাৰৰ চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে ৷

buxar train accident 4ল্লেখ্য যে, দুৰ্ঘটনাটি ইমানেই ভয়ংকৰ আছিল যে, যিসমূহ ডবা লাইনচ্যুত হৈ বাগৰি পৰিছে সেই ডবাসমূহ গেছ কাটাৰৰে কাটি আবদ্ধ হৈ থকা যাত্রীসকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে । দুৰ্ঘটনাটিৰ ভয়াৱহতালৈ চাই হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও পুৱা প্ৰায় সংখ্যক আহত যাত্ৰীক উদ্ধাৰ কৰা হয় ।

ইপিনে ,বিহাৰত দুৰ্ঘটনাত পতিত অসমৰ সকলো যাত্ৰীক অনা হৈছে বিশেষ ৰে’লযোগে । কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ সামৰি ৰে’লখনত আছে ৫৪০জন যাত্ৰী।

যে,বিহাৰত দুৰ্ঘটনাগ্ৰস্ত নৰ্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী। যাত্ৰীৰ সুবিধাৰ্থে কামাখ্যা ৰে’লৱে ষ্টেচনে হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা সদৰি কৰে কামাখ্যা ৰে’ল ষ্টেচনৰ অধীক্ষক এ কে সিনহাই । হেল্পলাইন নম্বৰটো হ’ল-০৩৬১-২৬৭৪৮৫৭ ।

buxar train accident 1আনহাতে,ৰে’ল দুৰ্ঘটনাত নিহত – আহতলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা ৷ নিহতৰ পৰিয়াললৈ ১০ লাখ ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতলৈ ২.৫ লাখ টকা আৰু সামান্যভাৱে আহতলৈও ৫০ হাজাৰ টকা ঘোষণা কৰা হয় ৷

ইপিনে, বিহাৰৰ ৰে’ল দুৰ্ঘটনাক লৈ টুইটযোগে শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আঘাতপ্ৰাপ্তৰ দ্ৰুত আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 100 Person InjuredaNNOUNCEMENT oF fINANCIAL aSSISTANCEBihar Train AccidentFour Deadpm MODI condoles
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d