Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক

কলকাতাৰ পৰা চেন্নাই অভিমুখী ক'ৰমণ্ডলএক্সপ্ৰেছ আৰু মালবাহী ৰেলৰ মুখামুখি সংঘর্ষ, বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰে ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণব, ৰে'ল দুৰ্ঘটনাৰ বাবে বাতিল ৪৮ খন যাত্ৰীবাহী ৰে'ল

publisher by publisher
June 3, 2023
in India, News
Reading Time: 3 mins read
0
Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Odisha Coromandel Express Accident:

ওড়িছাৰ বালাচ’ৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেছনৰ কাষতে শুক্ৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুর্ঘটনা। কলকাতাৰ পৰা চেন্নাই অভিমুখী চালিমাৰ চেন্নাই ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে বিপৰীত দিশৰ পৰা এখন মালবাহী ৰে’লৰ স’তে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনাত যাত্রীবাহী ৰে’লখনৰ আঠটাকৈ দবা লাইনচ্যুত হৈ বাগৰি পৰে।

ADVERTISEMENT

তীব্ৰবেগী ৰে’লখনৰ এই দুর্ঘটনাত তিনি শতাধিক লোক নিহত হোৱা বুলি প্রাথমিক তথ্যত প্রকাশ পাইছে। ভাৰতীয় ৰে’লৱেই প্ৰকাশ কৰা তথ্য মতে, ক’ৰমণ্ডল এক্সপ্ৰেছৰ কে’বাটাও দবা বাগৰি কাষেৰে পাৰ হৈ যোৱা ৰে’লপথ আবদ্ধ কৰিছিল। সেই সময়তে সেই পথটোৰে যশৱন্তপুৰ এক্সপ্ৰেছ ৰেলখনেও ক’ৰমণ্ডলৰ পৰাত খুন্দা খোৱাত কেবাটাও দবা লাইনচ্যুত হয়।

উল্লেখ্য যে হাওৰা অভিমূখী বশৱপুৰ এক্সপ্ৰেছৰ তিনি-চাৰিটা দবা লাইনচ্যুত হোৱা বুলি ৰেলৱেৰ মুখপাত্র অমিতাভ শৰ্মাৰ উদ্ধৃতি দি সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে।

ইফালে, ৰেল দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ‘মণ্ডল এক্সপ্ৰেছ সহস্ৰাধিক যাত্রীক চিকিৎসাধীন কৰা হৈছে। কলকাতাৰ পৰা চেন্নাই অভিমুখে যাত্রা কৰা ১২৮৪১ ইউপি ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনৰ হতাহতসকলৰ অধিকাংশই পশ্চিমবংগৰ বুলি ঠাৱৰ কৰা হৈছে।

দুর্ঘটনাৰ পাছতে নিকটবর্তী অঞ্চলসমূহৰ পৰা আৰক্ষী, এনডিআৰএফ আৰু এইডিআৰএফৰ কেবাটাও গোট উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ৰেল দুর্ঘটনাত আহতসকলক চিকিৎসাধীন কৰাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ বাবে প্ৰায় ৫০ জন এগুলেখাকে অভিযান চলোৱা হয়।

ওড়িশাৰ মুখ্য সচিবে সদৰী কৰা মতে, আহতসকলক এগুলেৰ উপৰি কিছু সংখ্যকক বাহেৰেও চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ চিকিৎসালয়ত অৰ্ধ শতাধিক যাত্ৰীক ভৰ্তি কৰা হয়। উল্লেখ্য যে ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে সন্মুখৰ পৰা অহা মালবাহী ৰে’লখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি লাইনচ্যুত হোৱাৰ সমগ্ৰ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ শুক্ৰবাৰে নিশা পর্যন্ত স্পষ্ট কৰা নাই ৰে’ল বিভাগে।

একেটা পথেৰে মুখামুখিকৈ দুখন ৰে’ল অগ্ৰসৰ হোৱাৰ অতি সংকটৰ বিভ্রান্তি নে ৰে’ল চালকৰ ভুল সেই সকলো তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি ৰে’লৱেৰ মূখপাত্রই প্রকাশ কৰিছে।

উল্লেখ্য যে নিশাৰ আধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু ব্যাঘাত জন্মিছে যদিও বিভিন্ন স্থানৰ পৰা অহা এনডিআরএফৰ লগতে ওড়িছাৰ দুর্যোগ ব্যবস্থাপনা বিভাগৰ জোৱানৰ দলে নিশাৰে পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ওড়িশাত যোৱা নিশা সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ পাছতে গভীৰ শোক প্ৰকাশ কৰিছে দ্রৌপদী মুর্মুৱে। এক বিবৃতিযোগে ৰাষ্ট্ৰপতিয়ে কয় যে দুর্ঘটনাত নিহত লোকসকলৰ পৰিয়ালক তেওঁ সমবেদনা জনাইছে আৰু উদ্ধাৰ অভিযান তথা আহত লোকসকল যাতে সোনকালে আৰোগ্য হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

শুক্ৰবাৰে সন্ধিয়া ৭-২০ বজাত বাহানাথা বাজাৰ ষ্টেচনৰ সমীপত সংঘটিত হোৱা এই দুর্ঘটনাটোৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ আৰু শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে গুড়িশাত সংঘটিত এই দুর্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আত আৰোগ্য কামনা কৰাৰ লগতে ইতিমধ্যে তেওঁ ৰেলমন্ত্রীক পৰিস্থিতি পর্যবেক্ষণৰ বাবে নির্দেশ দিছে । চৰকাৰীভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ উপৰি প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱা হ’ব বুলিও প্রধানমন্ত্রীয়ে নিশ্চিতি দিয়ে।

ইপিনে আজি দুপৰীয়া বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰে দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণব ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ঘটনাৰ বুজ লোৱাৰ লগতে চিকিৎসালয়ত আহত সকলৰ কাষত উপস্থিত হৈ আহত সকল আৰু পৰিয়ালৰ স’তে মতবিনিময় কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে দুৰ্ঘটনা সম্পৰ্কত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে ৷

train accident
আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ৰে’ল দুর্ঘটনাত নিহত হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা প্রকাশ কৰি কৰে যে ইতিমধ্যে এনডিআৰএফৰ কেবাটাও দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

আনহাতে এন ডি আৰ এফৰ বহুসংখ্যক জোৱানক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি কেন্দ্রীয় গৃহমন্ত্রীজনে প্রকাশ কৰে। তেওঁ আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰে।

ওড়িশাৰ বালাচৰত সংঘটিত দুর্ঘটনাটোৰ পাছতে ৰাজ্য চৰকাৰে কেবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। হাওধান হেল্পলাইন নম্বৰ হ’ল -২৬৩৮২২১৭, ডগপুৰৰ হেল্পলাইন নম্বৰ ৮৯৭-০৭৩৯২৫ আৰু ১০০২৩৯ ২০০৯,৯৯০৩৩-৭০৭৪৬৷

বালাচ বা হেল্পলাইন নম্বৰ ৮২৪১৫১১৫৫১ আৰু ৭৯৭৮৪১৮৩২২ আৰু হালিমাৰৰ হেল্পলাইন নম্বৰ হ’ল ভূমিকম্পৰ দৰে জোঁকাৰণি হৈছিল সমগ্ৰ ৰে’লখনত কলকাতা ছালিমাৰৰ পৰা চেয়াই অভিমুখে ৰাওনা হোৱা দ্ৰুতবেগী ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে দুর্ভাগ্যজনক পৰিস্থিতিত বালাচৰৰ সমীপত বিপৰীত দিশৰ অহা এখন মালবাহী ৰেলৰ স’তে মুখামুখি সংঘৰ্ষৰ ফলত লাইনচ্যুত হোৱাৰ লগে লগে ট্ৰেকৰ বাকীসমূহ দবাৰ আৰোহীসকল এক শক্তিশালী ভূমিকম্পৰ দৰে জোঁকাৰনি অনুভব কৰিছিল। ৰেলখনৰ এজন যাত্রীয়ে এই অনুভৱ বাস্ত কৰিছে। উল্লেখ্য যে দুর্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে লাইনত আতংকিত যাত্ৰীসকলৰ প্ৰাণকাতৰ আৰ্তনাদে কঁপাই তুলিছিল অঞ্চলটো।

অভিশপ্ত কৰমণ্ডল এক্সপ্রেছহখনে চেন্নাইলৈ যাত্ৰা কৰা পশ্চিমবংগৰ গোবিন্দ মণ্ডল নামৰ যাত্ৰীজনে আজি গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অবস্থাত কম যে বেলখনে প্রচণ্ড শব্দ আৰু নিয়ন্ত্রণ হেৰুৱাই ইটোৰ পাছত সিটোকৈ দখাবোৰ বাগৰিবলৈ ধৰোতে সকলো আশা শেষ বুলি ভাবিছিলো।

এনে লাগিছিল যেন মোৰ মৃত্যু ঘটিল। তেনে অবস্থাতে দেখিলো কেইজনমান সহযাত্রীয়ে এখন ভগা খিৰিকীৰে দবাটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছে। ময়ো খিৰিকী খনেৰে বাহিৰলৈ ওলাই আহিছে অনুভৱ কৰিলো যে মোৰ প্ৰাণ ৰক্ষা পৰিল। লগে লগে আমাক ওচৰৰ চিকিৎসালয়লৈ নি প্রাথমিক চিকিৎসাৰ অন্তত নিকটৱর্তী আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে। মোৰ দবাটোত মই বহুকেইজন লোকক আহত অবস্থাত চিঞৰি থকা দেখিছো। তাৰ ভিতৰত এজনে বুকুত বিষ হোৱাত সহায় বিচাৰি চিঞৰি থকা শুনিছিলো।

শুক্ৰবাৰে ওড়িশাৰ বাহানাগা বাজাৰ ষ্টেছনৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় ৰেলমন্ত্রী অশ্বিনী বৈষ্ণবে এই ঘোষণা কৰি আহত সকলকো দুই লাখ টকাকৈ সাহায্য নিয়াৰ কথা সদৰী কৰে। একেদৰে আহতসকলক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ দিয়ে ৰে’ল মন্ত্রীজনে। তেওঁ কয় যে দুর্ঘটনাত গুৰুতৰভাৱে আহতসকলক দুই লাখ টকা আৰু সামান্যভাৱে আহতসকলক ৫০ হেজাৰকৈ টকা সাহায্য দিয়া হ’ব। ইফালে, দুর্ঘটনাস্থলীলৈ এখন জৰুৰীকালীন চিকিৎসাৰ সা-সুবিধাযুক্ত ৰেল প্ৰেৰণৰ কথাও সদৰী কৰে।

দুর্গতসকলক সহায় কৰিবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি কয় যে ক’ৰমণ্ডল এক্সপ্ৰেছৰ দুর্ঘটনাত বিসকালে প্ৰাণ হেৰুৱাইছে সেই লোকসকলৰ আত্মীয়-স্বজনক তেওঁ সমবেদনা জনাইছে। আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীসকলক দুর্ঘটনাস্থলীত উদ্ধাৰ অভিযানত নিয়োজিত হ’বলৈ আহ্বান জনায় ৷

পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ উদ্বেগ প্রকাশ : ঘটনাস্থলীত উপস্থিত মমতা বেনাৰ্জী, উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ

যোৱা নিশা সংঘটিত ৰে’ল দুর্ঘটনাৰ পাছতে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ওড়িশালৈ ৰাজ্য চৰকাৰৰ এটা উচ্চস্তৰীয় দলক প্ৰেৰণ কৰাৰ লগতে আজি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, ৰে’লখনৰ অধিকাংশ যাত্রীয়ে পশ্চিমবংগৰ সেয়েহে গৃহৰাজ্যৰ দুৰ্গত লোকসকলক উদ্ধাৰ আৰু সহায় আগবঢ়োৱাৰ বাবে পশ্চিমবংগ চৰকাৰৰ দলটোক প্ৰেৰণ কৰা হৈছে বুলি মুখ্যমন্ত্রী বেনাৰ্জীয়ে প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 1000 Injured300 Passenger DeadOdisha Train AccidentSpots Visit PM Modi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d