Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Uttarkhand Haldwani Violence:উত্তৰাখণ্ডত মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ অগ্নিগৰ্ভা পৰিস্থিতি

উত্তেজিত লোকৰ দ্বাৰা প্ৰসাসনৰ লোকক আক্ৰমণ,  জ্বলাই দিয়ে থানা আৰু অৰ্ধ শতাধিক যান-বাহন, চাৰিজনৰ মৃত্যু,দুই শতাধিক আহত, হালদ্বানীত কাৰ্ফিউ আৰু ইন্টাৰনেট সেৱা বন্ধ, দুর্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি চৰকাৰৰ

publisher by publisher
February 9, 2024
in Crime, India, News
Reading Time: 3 mins read
0
Uttarkhand Haldwani Violence:উত্তৰাখণ্ডত মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ অগ্নিগৰ্ভা পৰিস্থিতি
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰাখণ্ডত পাকিস্তানৰ স’তে গুপ্তচৰ সংযোগৰ অভিযোগত এজন গ্ৰেপ্তাৰ

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

উত্তৰাখণ্ডৰ ২৫খন গাঁৱত বিয়াত নিষিদ্ধ দামী উপহাৰ! 

Uttarkhand Haldwani Violence:

ADVERTISEMENT

উত্তৰাখণ্ডৰ হালদ্বানীত অবৈধভাবে থকা মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ উত্তেজিত লোকে প্ৰসাসনৰ লোকক আক্ৰমণ কৰাৰ লগতে জ্বলাই দিয়ে থানা আৰু অৰ্ধ শতাধিক যান-বাহন ৷

উল্লেখ্য যে,বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ হালদ্ৰানীৰ বনভুলপুৰা অঞ্চলত থকা মাদ্ৰাছা আৰু মছজিদ সমূহ আদালতৰ নিৰ্দেশক্ৰমে পৌৰ নিগমৰ দলে ভাঙি পেলায়। ইয়াৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় ব্যাপক হিংসাত্মক ঘটনা ৷পৰিস্থিতিয়ে লয় ভয়ংকৰ ৰূপ ৷

হিংসাত্মক ঘটনাত চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত হয় আঢ়ৈ শতাধিক ২৫০ৰো অধিক লোক ৷ আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হয়
হালদ্ৰানীৰ চিভিল হাস্পতালত ৷

একাংশ উত্তেজিত লোকে আৰক্ষী আৰু একাংশ লোকক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিয়ে বহু সংখ্যাক যান-বাহন ৷ হালদ্বানী থানাৰ একাংশ জ্বলাই দিয়াৰ পাছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে ৷

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত অতিৰিক্ত নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷ অৱশ্যে এতিয়া অব্যাহত আছে চেপা উত্তেজনা ৷

হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাটে ইতিমধ্যে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন আৰু দুর্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে ৷ আনহাতে ৰাজ্যৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷

প্ৰাপ্ত বিতং খবৰ মতে, বনভুলপুৰাৰ ইন্দিৰা নগৰ অঞ্চলৰ মালিকৰ বাৰীত অবৈধ মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰা হৈছে বুলি পৌৰ নিগমৰ দলে জেচিবিৰে সকলোবোৰ ভাঙি পেলায়। মাদ্রাছা-মছজিদ ভঙাৰ আৰম্ভ হোৱাৰ লগে লগে বৃহৎ সংখ্যক মহিলাকে ধৰি ক্ষুব্ধ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।

পৌৰ নিগমৰ দলে নিৰ্মাণ কৰা বেৰিকেড ভাঙি অভিযানত নিয়োজিত আৰক্ষীৰ সৈতে তৰ্ক কৰাৰ পিছতেই ক্ষুব্ধ জনতাই বনভুলপুৰা আৰক্ষী চকীত অগ্নিসংযোগ কৰে। ফলস্বৰূপে বহু সংখ্যক আৰক্ষী আহত হয়। তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্রিত কৰিবলৈ আৰক্ষীয়ে কে’বা ৰাউণ্ড গুলী চালনা কৰিবলৈও বাধ্য হৈছিল ।

ইপিনে,এই হিংসাত্মক ঘটনাত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়া- বৰ্গক আক্ৰমণক মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে গুৰুত্বসহকাৰে লৈ অশান্তি বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ প্ৰশাসনক কঠোৰ নির্দেশ দিছে ।

শেহতীয়া খবৰ অনুসৰি হালদ্বানীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীয়ে ৰাজধানী ডেৰাদুনত জ্যেষ্ঠ মন্ত্ৰী আৰু আমোলাৰ স’তে এক বৈঠকত মিলিত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধ সামৰিক বাহিনী ঘটনাস্থলীলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে ৷ আইন হাতত তুলি লোৱা কোনো লোকক ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰি সকলোকে কৰায়ত্ত কৰিবলৈ ইতিমধ্যে আৰক্ষীক নিৰ্দেশ দিয়া হয় বুলি সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 250 InjuredCurfew ImposedFour DeadHaldwani ViolenceInternet BanUttarakhand
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d