Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Amrit Kalash Yatra:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান

ৰাজ্যিক আনুষ্ঠানিক সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

publisher by publisher
October 26, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Amrit Kalash Yatra:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান
1
SHARES
6
VIEWS
ShareShareShareShare

Amrit Kalash Yatra:

:ৰাজ্য চৰকাৰৰ উদ্যোগত বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷

ADVERTISEMENT

এই উপলক্ষে আয়োজিত ৰাজ্যিক আনুষ্ঠানিক সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৷

RelatedPosts

Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন

Registration fee for building purchase increased to 40 per cent:অট্টালিকা ক্রয়ত ৪০ শতাংশলৈ বৃদ্ধি পঞ্জীয়ন মূল্য

BTC Monsoon Session Will Start From 8 June:৮ জুনৰ পৰা আৰম্ভ হ’ব বিটিচিৰ বৰ্ষাকালীন অধিৱেশন ৰাজ্যপালে জাৰি কৰিলে নিৰ্দেশনা

amrit kalash yatra 1অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সভাখনৰ আতঁধৰি কয় ,আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “মোৰ মাটি মোৰ দেশ” কাৰ্য্যসূচীৰ অন্তৰ্গত ‘অমৃত কলহ” যাত্ৰাৰ ৰাজ্যিক অনুষ্ঠানৰ জৰিয়তে  সামৰণি পৰে অমৃত কলহ যাত্ৰাৰ ৷

বহুজনৰ ত্যাগ আৰু আহুতিৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই ত্যাগ আৰু প্ৰান আহুতি দিয়া শ্ৰদ্ধাৰ ব্যক্তি সকলৰ সন্মানাৰ্থে দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষক স্বাধীনতাৰ অমৃত মহোৎসৱ হিচাবে উদযাপন কৰি ইতিহাসৰ সেই স্বর্ণীল ইতিহাস, সংস্কৃতি আৰু প্ৰাপ্তিক নৱ প্ৰজন্মৰ সন্মুখত উদ্ভাসিত কৰি তুলিব বিচৰা হৈছিল।

amrit kalash yatra 3এই স্বাধীনতা অমৃত মহোৎসৱৰ চূড়ান্ত কাৰ্যসূচী হৈছে- ‘মোৰ মাটি মোৰ দেশ’ । সমগ্ৰ দেশৰ লগতে মুখ্যমন্ত্ৰী ড°‌ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ বীৰ সকলৰ স্মৰণত প্ৰান্তে প্রান্তে শিলা ফলকৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ লগতে পঞ্চপ্ৰাণ শপত, বীৰৰ বন্দনা, বসুধা বন্দনা আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন তথা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচী লোৱা হৈছিল।

“মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ জৰিয়তে যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ ৰাজ্যৰে প্ৰায় ২৬,০৯৮ খন গাৱৰ প্ৰতিঘৰৰ পৰা মাটি সংগ্ৰহ কৰা হয়।

amrit kalash yatra 2এই ক্ষেত্ৰত আত্মসহায়ক গোট, জীৱিকা সখী, স্থানীয় যুৱক-যুৱতী, ক্রীড়া সংগঠন, আশা কর্মী সকলে সক্রিয়ভাবে মাটি সংগ্রহ কার্য্যত ওতঃপ্ৰোত ভাৱে জড়িত হৈ এই কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মন্ত্ৰী বৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভাষণত ৷

উল্লেখ্য যে,এক মাটি এক শোভাযাত্ৰাৰে গাঁও পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ লৈ অহা হৈছিল । এই শোভাযাত্ৰাত সৰ্বসাধাৰণ জনতাৰ লগতে মন্ত্রী, বিধায়ক, সাংসদ সকলেও অংশ গ্ৰহণ কৰিছিল।

এই মাটি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় আৰু নগৰৰ পৌৰসভা আদিৰ কাৰ্য্যালয়ত একত্ৰিত কৰি দুটাকৈ কলহত ভৰোৱা হৈছিল । এই কাৰ্য ৮ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ সমগ্ৰ অসমতে কৰা হয় ।

আজি ৰাজ্যিক পৰ্যায়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ২৭০ স্থানৰ পৰা সৰ্বমুঠ ৫৪০ টা অমৃত কলহ কঢ়িয়াই অনা হৈছে । ইয়াৰে ২৭০ টা অমৃত কলহ প্রস্তাৱিত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে সংৰক্ষণ কৰা হ’ব।

বাকী ২৭০ টা অমৃত কলহ দেশৰ বীৰ সকলৰ সন্মানার্থে নিৰ্মান হ’ব লগা ‘অমৃত বাটিকা’ত ব্যৱহাৰৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হ’ব। আনুষ্ঠানিকভাৱে শুক্ৰবাৰে ৰে’লযোগে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব প্ৰথমটি কলহ ৷

আজিৰ সামৰণি অনুষ্ঠানত মন্ত্ৰীদ্বয় অতুল বৰা, ডা:ৰণোজ পেগু আৰু ইউ জি ব্ৰক্ষ্ম,মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷

উল্লেখ্য যে,শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠানতে ৰাজ্যৰ পৌৰ নিকায় সমূহৰ পৰা সংগ্ৰহ কৰা হয় দুটাকৈ কলহ ৷ মুঠ সংগৃহীত কলহৰ সংখ্যা ৫৪০ টা ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amrit Kalash Yatraclosing ceremony programmeGovernor Gulab Chand KatariaSrimanta Sankaradeva Kalakshetra
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d