Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Registration fee for building purchase increased to 40 per cent:অট্টালিকা ক্রয়ত ৪০ শতাংশলৈ বৃদ্ধি পঞ্জীয়ন মূল্য

মিছন বসুন্ধৰা-৩ৰ উদ্বোধনত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে প্রতিক্রিয়া, সাধাৰণ মানুহৰ বাবে গৃহ ক্রয় অলীক সপোন হ'ব, কোৰোণাৰে ধন চপোৱা দুর্নীতিগ্রস্তৰ সপোনহে পূৰণৰ ব্যৱস্থা, অট্টালিকা ক্রয়ত ৪০ শতাংশলৈ বৃদ্ধি পঞ্জীয়ন মূল্য, নতুন ব্যৱস্থাই গৃহ ক্ৰয়ত সাধাৰণ লোকৰ হাত-ভৰি বান্ধিলে, অসম আৰ্হিৰ গৃহত আদায় দিব লাগিব ২৭ শতাংশ

samimsultana by samimsultana
October 21, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Registration fee for building purchase increased to 40 per cent:অট্টালিকা ক্রয়ত ৪০ শতাংশলৈ বৃদ্ধি পঞ্জীয়ন মূল্য
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Registration fee for building purchase increased to 40 per cent:

অসমত ভূমি সংস্কাৰৰ ক্ষেত্ৰত এক স্বর্ণিল যুগৰ সুচনা কৰিছে বুলি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই দাবী কৰাৰ লগতে দেওবাৰে ‘মিছন বসুন্ধৰা-৩’ উদ্বোধনী ভাষণত ঘোষণা কৰা ব্যৱস্থাৱলীয়ে নগৰাঞ্চলৰ লোকসকলক আশংকিত কৰিছে।

ADVERTISEMENT

মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ‘মিছন বসুন্ধৰা-৩’ৰ আৰম্ভণি কৰি কয় যে নগৰাঞ্চলসমূহত বহু লোকক মাটিৰ পট্টা দিয়াৰ পাছতো আদায় দিবলগীয়া প্রিমিয়ামৰ বাবে মাটিৰ সুবিধা গ্রহণ কৰিব পৰা নাই।

AGRADOOT 66তেওঁ কয় যে প্রিমিয়াম প্ৰদানৰ বাবে বিভিন্ন সা-সুবিধা দিয়া হৈছিল। জনসাধাৰণে এই ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যা অৱগত কৰিছিল আৰু এই দিশত চৰকাৰে বিবেচনাৰ আশ্বাস দিছিল। এই কথা প্রকাশ কৰি তেওঁ কয়, ‘জনসাধাৰণৰ প্রিমিয়ামৰ বোজা লাঘৱৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ এশ শতাংশৰ পৰিৱৰ্তে বর্তমান আদায় দিবলগীয়া প্রিমিয়ামৰ পৰিমাণ ১০ শতাংশ কৰা হৈছে।

আনহাতে, অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্রিমিয়ামৰ পৰিৱর্তে আঞ্চলিক মূলাংকন তিনি শতাংশ দিব
লাগিব।’ ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে কয়, ‘অট্টালিকা – থকা মানুহে মাটি ক্রয়-বিক্রয় কৰিব লাগিলে আঞ্চলিক মূলাংকন ৪০ শতাংশ আৰু অসম আৰ্হিৰ ঘৰ থকা মানুহে মাটিৰ ক্রয়-বিক্রয় কৰিলে ২৭ শতাংশ পঞ্জীয়নৰ সময়ত দিব লাগিব। ‘মিছন

বসুন্ধৰা-২’ৰ জৰিয়তে যিসকলে ভূমি আবণ্টন পাইছিল, তেওঁলোকৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হ’ব।’ মুখ্যমন্ত্ৰীৰ এই ভাষ্যই ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত নতুন ব্যৱস্থাৱলীত আদায় দিবলগীয়া ধনৰ মূল্য বহু গুণে বৃদ্ধি পোৱাত নগৰাঞ্চলৰ বাসিন্দাসকল একপ্ৰকাৰ আতংকিত হৈছে।

এই ঘোষণাই মহানগৰীৰো সচেতন মহলত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ঘৰ ক্রয়-বিক্রয়ৰ ব্যৱসায়ত জড়িত থকাসকলকো গভীৰ চিন্তাত পেলাইছে। এনে এজন সচেতন লোকে কয়, ‘পঞ্জীয়নৰ সময়ত এনে বৃহৎ ধন আদায়ৰ ব্যৱস্থাই ঘৰৰ কিনা-বেচা সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে অসম্ভৱ বিষয় কৰি তুলিব। সোঁৱে-বাঁৱে দুর্নীতিৰে ধন চপোৱাসকলেহে এতিয়াৰে পৰা ঘৰ কিনিব পাৰিব।

পঞ্জীয়নৰ নামত যদি চৰকাৰক এইদৰে বৃহৎ পৰিমাণৰ ধন আদায় দিবলগীয়া, তেন্তে সাধাৰণ লোকে সপোনতো ঘৰ কিনাৰ কথা ভাবিব নোৱাৰে বুলি কয় মহানগৰৰ বাসিন্দাই। এনে এজন বাসিন্দাই কয়, ‘চৰকাৰে প্ৰথমতে মাটিৰ পট্টা প্ৰদানৰ বাবে প্রিমিয়ামৰ হ্ৰাসৰ কথা কৈ মানুহক ভালৰি বোলাই লৈ একে সময়তে মাধমাৰ দিলে।’

ইপিনে, মুখ্যমন্ত্ৰীয়ে পুনৰ ভাষণত কয় যে এতিয়াৰে পৰা ভূমি উপদেষ্টা সমিতিৰ বৈঠক সমজিলা ভিত্তিক হ’ব। তেওঁ কয় যে অসমৰ একচনীয়া ভূমিসমূহ শৃংখলিত কৰিলে দালালৰাজ বন্ধ হ’ব। এইবাৰ এক শতাংশ প্রিমিয়ামৰে একচনীয়া মাটি ম্যাদী কৰিব পাৰিব বুলিও লগতে কয়। তেওঁ কয়, ‘মিছন বসুন্ধৰা-৩’ অসমৰ জনসাধাৰণৰ ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে লোৱা এক দৃঢ় পদক্ষেপ হিচাপে চিহ্নিত হ’ব।

২০২১ৰ পৰা ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাই ৰাইজক ভূমি অধিকাৰপ্ৰদানৰ ক্ষেত্ৰত তথা ভূমি সংস্কাৰৰ ক্ষেত্রত অসমত এটা স্বর্ণিল যুগৰ সূচনা কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰযুক্তিৰ সহায়ত দুবছৰৰ ভিতৰত অসমৰ ভূমি ৰাজহ প্ৰশাসন ব্যৱস্থাত কৰা ভূমি সংস্কাৰ ভাৰতৰ ভিতৰতে উৎকৃষ্ট হ’ব আৰু এইটোৱে হৈছে মিছন বসুন্ধৰাৰ ডাঙৰ সফলতা।

HBS 2 1‘মিছন বসুন্ধৰা-৩’ৰ জৰিয়তে মিছন বসুন্ধৰা-২ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা নগৰ আৰু কাষৰীয়া অঞ্চলত বেহাই প্রিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্রাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চলৰূপে ঘোষিত অঞ্চলত দখলীস্বত থকা ৰায়তক মালিকীস্বত্ব প্রদান, বন্দৱস্তি নোহোৱা পূৰ্বৰ ভূদান- গ্রামদান ভূমিৰ বন্দৱস্তি প্রদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তন, চাহ অনুদান-গ্ৰান্টণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্রমে পট্টা প্রদান, তদুপৰি বসুন্ধৰা-২ৰ অধীনৰ সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান (গ্রামাঞ্চল) আৰু খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন সেৱা জনসাধাৰণৰ বাবে মিছন বসুন্ধৰা-৩ৰ জৰিয়তে উপলব্ধ হ’ব।

ভাষণত মুখ্যমন্ত্রী ড: শৰ্মাই মিছন বসুন্ধৰা-৩ আৰম্ভ হোৱা আজিৰ দিনটো আনন্দ আৰু স্মৰণীয় দিন বুলি অভিহিত কৰে। তেওঁ কয় যে ক’ভিডৰ পৰিৱেশৰ মাজত বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়িত্ব গ্রহণ কৰিছিল আৰু সেই সময়ছোৱাত উন্নয়নৰ কথা কোৱাটো এক অলীক কল্পনা আছিল।

প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজহ সংস্কাৰৰ দিশত যুগান্তকাৰী পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ২০২১ৰ দুই অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল। মিছন বসুন্ধৰা-১.০ত ৮,১৩,৯৮১খন ভূমি সংক্রান্তীয় আবেদন নিষ্পত্তি কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaGrand openingMission Basundhara 3.oSrimanta Sankaradeva Kalakshetra
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d