Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mla A k Rashid Alom Pressmeet:অমৃত কলহ যাত্ৰাকলৈ কংগ্ৰেছত কন্দল !

বিধায়ক এ কে ৰছিদ আলমৰ বিস্ফোৰক মন্তব্যৰ বাবেই, দলৰ পৰা নিলম্বিত গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰী, দলীয় ৰোষত পৰাৰ ভয়ত ইউটাৰ্ণ বিধায়ক এ কে ৰছিদ আলমৰ, দলৰ নিয়ম সকলোৰে বাবে সমান হ'ব লাগে- নিলম্বিত আফুজা বেগম

publisher by publisher
October 10, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Mla A k Rashid Alom Pressmeet:অমৃত কলহ যাত্ৰাকলৈ কংগ্ৰেছত কন্দল !
11
SHARES
105
VIEWS
ShareShareShareShare

RelatedPosts

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

Wild Elephant Attack:গোৱালপাৰাত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

Accident:গোৱালপাৰাৰ জলেশ্বৰত ৰাজপথত ই- ৰিক্সাৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ

Mla A k Rashid Alom Pressmeet:

অমৃত কলহ যাত্ৰাকলৈ কংগ্ৰেছত আৰম্ভ হৈছে কন্দল । ইপিনে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে দিয়া বিস্ফোৰক মন্তব্যৰ বাবেই গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰীক মঙলবাৰে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

ADVERTISEMENT

উল্লেখ্য যে দাম্ভিকতাপূর্ণ মন্তব্যৰে সদায় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচৰা বিধায়ক এ কে ৰছিদ আলমে সংবাদমাধ্যমৰ আগত দলৰ কেতবোৰ নীতিৰ বিৰুদ্ধে তথা দলৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী সর্বেসর্বা নহয় বুলি কোৱাৰ লগতে অমৃত কলহ যাত্ৰা চৰকাৰী কাৰ্যসূচী হোৱা হেতুকে সকলো লোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰিছিল ।

কিন্তু আজি নিজ বাসভৱনত এখন সংবাদমেলৰ আয়োজন কৰি দুদিন পূর্বে সংবাদমাধ্যমত দিয়া মন্তব্য ২৪ ঘন্টাৰ ভিতৰত ইউটাৰ্ণ লৈ সংবাদ মাধ্যমত ভূলকৈ উপস্থাপন কৰা হৈছে বুলি কৈ মন্তব্য কৰে বহুবল্কী বিধায়কগৰাকীয়ে।

দলীয় অনুশাসনৰ বলি হোৱাৰ ভয়ত দুদিন পূৰ্বে দলৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক দলৰ সৰ্বেসর্বা নহয় বুলি দাম্ভিকতাৰে মন্তব্য দিয়া বিধায়ক গৰাকীয়ে আজি সুৰ সলনি কৰি কেৱল ভূপেন বৰাৰ প্ৰশংসাত গদ গদ হৈ পৰে ।
পূৰ্বৰ স্থিতি সলনি কৰি বিধায়ক এ কে ৰছিদ আলমে সংবাদমাধ্যমৰ আগত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ বলিষ্ঠ নেতৃত্বত কংগ্ৰেছ দল অতি সুন্দৰভাৱে চলি আহিছে।

“ইণ্ডিয়া” গঠনত সভাপতি ভূপেন বৰাৰ যি অৰিহনা তাক সকলোৱে স্বীকাৰ কৰিব লাগিব বুলি কৈ সভাপতি ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়কগৰাকীয়ে। ইফালে বিধায়ক গৰাকীৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি গোৱালপাৰাৰ দুই কংগ্ৰেছ নেতাক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিলম্বন কৰা সন্দৰ্ভত দলৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগত কথা পাতি নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাব বুলি মন্তব্য কৰে ।

তাৰোপৰি বিধায়কগৰাকীৰ বিৰুদ্ধে দলে কিবা অনুশাসনমুলক ব্যৱস্থা গ্ৰহন কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত আলমে দাম্ভিকতাৰে কয় যে মোৰ বিৰুদ্ধে দলে কেতিয়াও কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহন কৰিব নোৱাৰে সেয়া মোৰ আত্মবিশ্বাস আছে।

কাৰন কংগ্ৰেছ দলত মোৰ অৱদান যথেষ্ট আছে। মোৰ নেতৃত্বত গোৱালপাৰাৰ কংগ্ৰেছ ভৱনটো কংগ্ৰেছ ভৱন হৈছে। তাৰোপৰি গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা কংগ্ৰেছ কার্যালয় চৌহদত বিধায়ক গৰাকীৰ নেতৃত্বত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুন গগৈৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাবেই অসম প্ৰদেশকংগ্ৰেছে গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বুদুচৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আফুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি তথা সূর্যগিৰি গাওঁ পঞ্চায়তৰ সভাপতি আইনুল হক চৌধুৰীক নিলম্বন কৰে।

উক্ত নিলম্বন পত্ৰত উল্লেখ কৰা মতে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে বৈদ্যুতিন মাধ্যম্যত সাক্ষাৎকাৰ দি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতিয়ে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা বুলি কৈছিল।

বিধায়কৰ উক্ত সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ অনুমোদন মৰ্মে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে আজি গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগম আৰু মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে ৷

ইফালে নিলম্বিত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্রুজা বেগমে সংবামাধ্যমৰ আগত ক্ষোভ উজাৰি কৰি কয় যে দলৰ নীতিনিয়ম সকলোৰে বাবে সমান হব লাগে ৷ ১০ গৰাকী বিধায়কে অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ পাছতো বিধায়ক সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰি আমাৰ দৰে সৰু সৰু দলৰ কৰ্মী সকলৰ বিৰুদ্ধে অনুশাসনমুলক ব্যৱস্থা লৈছে ৷

মই কংগ্ৰেছৰ এগৰাকী নিষ্ঠাবান কর্মী। দলৰ হৈ মোৰ পঞ্চায়তত যথেষ্ট কাম কৰি আহিছোঁ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ নকৰিবলৈ দলৰ কোনো নিৰ্দ্দেশ আমি পোৱা নাছিলো৷ ম‍ই যিহেতু গাঁও পঞ্চায়তৰ সভানেত্রী সেয়ে ৰাইজৰ প্ৰতিনিধি হিচাপে মই অমৃত কলহ কাৰ্যসূচীত উপস্থিত আছিলোঁ বুলি মন্তব্য কৰে আফ্রুজা বেগমে।

ইফালে মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনুল হক চৌধুৰীয়ে কয় যে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ বাবে দলৰ ফালৰ পৰা কোনো নিৰ্দেশ নোপোৱাৰ বাবেই অংশগ্ৰহণ কৰিছিলো।

ইপিনে নাম প্রকাশত অনিচ্ছুক কংগ্ৰেছ একাংশ কংগ্ৰেছ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে দাম্ভিকতাৰে বিস্ফোৰক মন্তব্য কৰা বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি অৰ্থাৎ ৰৌ বৰালিক ৰক্ষনা বেক্ষন দি কেৱল পুঠি খলিহনা সদৃশ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটোৱে কি সুচাইছে বুলি মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: amrit Kalah YatraApcc OrderGOALPARAMla A k Rashid Alom PressmeetTwo Congress Leader Suspension
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d