Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

App Assam Pressmeet:ক’ত অন্তধ্যান হয় অসম ৰাজ্যিক চিৰিয়াখানাৰ একাংশ মৃত জীৱ-জন্তুৰ সবিশেষ তথ্য

কাৰ গাফিলতিত চিৰিয়াখানাত হেৰাল ২০০১ চনৰ পৰা ২০১১ চনলৈ অন্য ৰাজ্যৰে সৈতে আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰ অতি গুৰুতৰ নথি-পত্ৰ

publisher by publisher
October 26, 2023
in India, Assam, News
Reading Time: 3 mins read
0
2
SHARES
18
VIEWS
ShareShareShareShare

App Assam Pressmeet:

অসমৰ গৌৰৱ তথা অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানা খনত শেহতীয়াকৈ ব্যাপক অৰাজকতাই দেখা দিয়া পৰিলক্ষিত হৈছে। চৰকাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে বছৰি কোটি কোটি টকাৰ অনুদান আগবঢ়াই আহিছে যদিও আজি লৈকে অসমৰ একমাত্ৰ চিৰিয়াখানা খন সংস্কাৰমুখী নহল। এতিয়া যেন বিতৰ্কৰ অন্য এক নাম হৈ পৰিছে অসম চৰকাৰৰ বন বিভাগৰ অধীনত থকা অসম ৰাজ্যিক চিৰিয়াখানা।

ADVERTISEMENT

শেহতীয়াকৈ আম আদমি পার্টি (আপ)ৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত কৰা এখন আবেদনৰ ওপৰত ভিত্তি কৰি চিৰিয়াখানা কর্তৃপক্ষই দিয়া উত্তৰ দেখি চকু কপালত উঠিছে।

RelatedPosts

Volga to Brahmaputra Cyclothon:অসম পৰ্যটনৰ প্ৰচাৰ চলাই ১২০ দিনত অতিক্ৰমি ৯,০০০ কিলোমিটাৰ

Cm Pressmeet: এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে অসমত বিনিয়োগ হ’ল ৫,১৮,২৯৫ কোটি টকাৰ বিনিয়োগ

Education Minister Ranoj Pegu Announced:লখিমপুৰত শিক্ষামন্ত্ৰীৰ শিক্ষা সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা

উল্লেখযোগ্য যে, আৰ টি আইৰ উত্তৰত লাভ কৰা তথ্যৰ ওপৰত সন্দেহ প্ৰকাশ কৰি আজি আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আপৰ মুখপাত্ৰ গৰাকীয়ে এখনি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।

সংবাদ মেলত আপৰ মুখপাত্র গৰকীয়ে সাংবাদিকৰ আগত কয় যে, অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া এক বিশেষ অদৃশ্য শক্তিয়ে বিৰাজ কৰিছে, যি অদৃশ্য শক্তিৰ ছত্ৰছায়াত চিৰিয়াখানাত মৃত্যু হোৱা একাংশ জীৱ জন্তুৰ নাম তথা মৃত্যুৰ সবিশেষ মৃত জীৱ-জন্তুৰ পঞ্জীয়ন তালিকাৰ পৰা নোহোৱা হৈ যায়, আৰু চৰকাৰী নথি-পত্ৰ নোহোৱা হয়।

লগতে আজিৰ এই সংবাদ মেলত আপৰ মুখপাত্র গৰাকীয়ে যোৱা বিগত ২০২২ বৰ্ষৰ এটা ঘটনাৰ ফটো আৰু বাতৰিৰ প্ৰদৰ্শন কৰি কয় যে,২০২২ চনৰ ২ নৱেম্বৰৰ নিশা গণেশগুৰি, নয়নপুৰ অঞ্চলৰ পৰা ৰাইজৰ সহযোগত মূল পথত ঘূৰি থকা অৱস্থাত আঘাতপ্রাপ্ত এটা পহু উদ্ধাৰ কৰি গীতানগৰ আৰক্ষী আৰু সংবাদমাধ্যমৰ সহযোগত চিৰিয়াখানা কর্তৃপক্ষক গতাই দিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত পহুটোৰ চিকিৎসা হৈছিল যদিও অতি দূর্ভাগ্যজনক ভাৱে বিগত বৰ্ষৰে ৮ নবেম্বৰত পহুটোৰ মৃত্যু হোৱা বুলি নাথক চিৰিয়াখানাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জানিবলৈ দিয়ে।

কিন্তু অতি আচৰিত বিষয়টো হৈছে যে, চিৰিয়াখানাৰ মতে ৮ নবেম্বৰ ২০২২ তাৰিখে মৃত্যু হোৱা এই পহুটোৰ মৃত্যু হোৱাৰ কোনো ধৰণৰ তথ্য অসম ৰাজ্যিক চিৰিয়াখানাই মৃত জীৱ জন্তুৰ নাম, তথা সবিশেষ লিপিবদ্ধ কৰি ৰখা পঞ্জীয়ন তালিকাত উল্লেখ নাই।

বৰঞ্চ অসম ৰাজ্যিক চিৰিয়াখানাই আপৰ ৰাজ্যিক মুখপাত্র সুশান্ত কুমাৰ নাথক প্ৰদান কৰা ২০০১ চনৰ পৰা ২০২৩ চনৰ লৈকে চিৰিয়াখানাত মৃত্যু হোৱা সকলো জীৱ-জন্তুৰ পঞ্জীয়ন তালিকাটো মৃত উক্ত পহুটোৰ কোনো কথাই উল্লেখ নাই।

চিৰিয়াখানাই মৃত জীৱ-জন্তুৰ নাম লিপিবদ্ধ কৰি ৰখা মূল লিষ্টত ৮ নবেম্বৰ ২০২২ তাৰিখে কোনো জন্তুৰে মৃত্যু হোৱাৰ কথাই উল্লেখ নাই।

ইয়াৰ ওপৰিও আপ অসমৰ মুখপাত্র সুশান্ত কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইনৰ ২০০৫ ৰ অধীনত ২০০১ চনৰ পৰা ২০২৩ চনলৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা অন্য ৰাজ্য তথা দেশলৈ আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰ খতিয়ান বিচাৰি কৰা আবেদনৰ উত্তৰত চিৰিয়াখানাই অতি আশ্বৰ্য্যজনক ভাবে ২০০১ চনৰ পৰা ২০১১ চনলৈ মুঠ দহ বছৰৰ অসম ৰাজ্যিক চিৰিয়াখানাত আমদানি-ৰপ্তানি হোৱা জীৱ-জন্তুৰ কোনো চৰকাৰী তথ্য বর্তমান নাই বুলি অভিহিত কৰি কেৱল ২০১২ চনৰ পৰা ২০২২ চনলৈ অন্য ৰাজ্যৰে সৈতে আমদানি-ৰপ্তানি কৰা জীৱ-জন্তুৰহে তালিকা প্ৰদান কৰে।

ইয়াৰ ওপৰিও আপৰ মুখপাত্ৰ গৰাকীয়ে চিৰিয়াখানাত বৰ্তমান থকা সকলো জীৱ-জন্তুক দৈনিক খাদ্য যোগান ধৰাৰ বাবে কিমান টকাৰ খৰচ হয় বুলি সোধা এক প্ৰশ্নৰ উত্তৰত চিৰিয়াখানা কর্তৃপক্ষই অতি চল-চতুৰিৰে উক্ত প্রশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকাটো অতি দূর্ভাগ্যজনক বুলি আজিৰ সংবাদ মেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপ অসমে।

অতি পৰিতাপৰ কথাটো হল যে, অসম ৰাজ্যিক চিৰিয়াখানাৰ হাতত নাই ২০০৭ চনৰ পৰা ২০১১ চনলৈ লাভ কৰা চৰকাৰী পুঁজিৰ অফিচ ৰেকৰ্ড। আজিৰ এই সংবাদমেলত আপে অসম চৰকাৰৰ বন বিভাগ আৰু চিৰিয়াখানাক প্ৰশ্ন কৰি কয় যে, কিয় আৰু কি কাৰণত চিৰিয়াখানাৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ পৰা এনেকৈ চৰকাৰী নথি-পত্ৰ নোহোৱা হৈছে? দুৰ্নীতি আৰু অনিয়ম দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী জনৰ চৰকাৰৰ দিনতেই চিৰিয়াখানাত চলি থকা এনেবোৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰ কেতিয়া কঠোৰ হ’ব? আৰু চৰকাৰী কাৰ্যালয়ত চৰকাৰী নথি সুৰক্ষিত কৰি ৰাখিব নোৱাৰা কৰ্মচাৰীৰ ওপৰত চৰকাৰ তথা বন বিভাগৰ ইমান নৰম স্থিতি কিয় বুলি প্ৰশ্ন কৰে আপ অসমে।

বৰ্তমান চৰকাৰ আৰু একাংশ বিভাগৰ চৰকাৰী কাৰ্যালয় ঢাল -তৰোৱাল বিহীন নিধিৰাম চৰকাৰলৈ পৰিণত হৈছে। য’ত চৰকাৰ আছে ঠিকেই, বিভাগ আছে ঠিকেই, কিন্তু কাম একো হোৱা নাই বুলি কঠোৰ ভাষাৰে চৰকাৰক নিন্দা কৰে আপ অসমে।

লগতে আপে এই কথাও দাবী জনায় যে, ২ নবেম্বৰ ২০২২ তাৰিখে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিৰিয়াখানাক গতাই দিয়া পছটো ৮ নবেম্বৰ ২০২২ তাৰিখে চিৰিয়াখানাই মৃত্যু হৈছে বুলি কৈছে যদিও, সমগ্র ঘটনাটো সন্দেহৰ আৱৰ্তত। অসমৰ বন মন্ত্ৰী গৰাকীক নিজৰ বিভাগত ঘটি থকা এনেবোৰ ব্যাপক অনিয়মৰ বিৰুদ্ধে তদন্ত চলাই ব্যবস্থা গ্ৰহণ কৰিবলৈ কুম্ভকৰ্ণ নিদ্ৰাত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিদ্ৰা ভংগ কৰিবলৈ আজিৰ এই সংবাদ মেলত অনুৰোধ জনায় আপৰ মুখপাত্র সুশান্ত কুমাৰ নাথে।

উল্লেখযোগ্য যে, আজিৰ এই সংবাদ মেলত উপস্থিত থাকে আপ অসম যুৱশক্তিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক নীলমণি শ‍ইকীয়া, আৰু যুৱশক্তিৰ যুটীয়া সম্পাদক লক্ষ্যজিৎ গগৈ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AppAssam State Zoo cum Botanical GardenPressmeet
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d