Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

King of Bhutan on a Three-Day Visit to Assam:তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ সপত্নীক ভূটানৰ ৰজা

কামাখ্যা মন্দিৰ দৰ্শন আৰু পদাৰ্পণ কৰিব কাজিৰঙা অভয়াৰণ্য

samimsultana by samimsultana
October 30, 2023
in India, Assam, News
Reading Time: 2 mins read
0
King of Bhutan on a Three-Day Visit to Assam:তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ সপত্নীক ভূটানৰ ৰজা
2
SHARES
15
VIEWS
ShareShareShareShare

King of Bhutan on a Three-Day Visit to Assam:

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা তিনি নৱেম্বৰত অসমত উপস্থিত হ’ব চুবুৰীয়া দেশ ভূটানৰ ৰজা জিগমে খেচাৰ নামগাইল ৱাংছুক ৷

ADVERTISEMENT

ৰজাৰ স’তে আহিব ৰাণী জেটচুন পেমা আৰু দুই শিশু পুত্ৰ ৷ ৰয়েল ভূটানী ৰজা গৰাকী দেশখনৰ ৰাজধানী থিম্ফুৰ পৰা বিশেষ বিমানেৰে অৱতৰণ কৰিব গুৱাহাটী বিমানকোঠত ৷ তাৰ পৰা পোনে পোনে নীলাচল পাহাৰৰ কামাখ্যাধামত উপস্থিত হৈ পূজা – অৰ্চনা কৰিব ৰজা আৰু ৰাণীয়ে ৷

RelatedPosts

Rhino:সুদীৰ্ঘ সাত বছৰৰ পাছত আপোন গৃহ কাজিৰঙাৰ সেউজ বনত কানাই-চন্দ্র

Kaziranga:কাজিৰঙাত পৰিভ্ৰমী চৰাই চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ৫ চোৰাং চিকাৰী

এটা শতিকাত কাজিৰঙাত তিনিশ বৰ্গকিলোমিটাৰ বননি হ্রাস পালে

bhutani king 2নিশা ভাগত ৰজাৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব ৷ একেদৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ৰয়েল ফেমেলিৰ বাবে নৈশ ভোজনৰ ব্যৱস্থা কৰিব ৷

আনহাতে ভূটানী ৰজা জিগমে খেচাৰ নামগাইল ৱাংছুক আৰু ৰাণী জেটচুন পেমাই এশিঙিয়া গড়ৰ ৰম্যভূমি কাজিৰঙা অভয়াৰণ্যৰ কহঁৰাত অহা ৪ নৱেম্বৰত উপস্থিত হ’বহি ৷

দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হ’বলগীয়া ভূটানৰ ৰাষ্ট্ৰ প্ৰধান গৰাকীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষ আৰু গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলা প্ৰশাসন ৷

আনহাতে কাজিৰঙাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ভূটানী ৰজা আৰু ৰাণীৰ উস্ম আদৰণি জনাব ৷ নিশালৈ ৰজাৰ সন্মানাৰ্থে বিশেষ ভোজনৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে ৷

চুবুৰীয়া ৰাষ্ট্ৰ খনৰ ৰয়েল ফেমেলিৰ আগমনৰ বাবে ইতিমধ্যে প্ৰশাসনে কাজিৰঙাৰ চৰকাৰী অতিথি শালাৰ লগতে আন আন লজ সমূহৰ শতাধিক কোঠা বুক কৰিছে ৷

উল্লেখ্য যে, ১৫ অক্টোবৰত কাজিৰঙাৰ জীপ ছাফাৰী মুকলি হোৱাৰ পাছত অহা ১ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ’ব হাতী ছাফাৰীও ৷ কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰুটিন অনুসৰি ভূটানৰ ৰজাই হাতী ছাফাৰী আৰু জীপ ছাফাৰী কৰাৰ সম্ভাৱনা আছে ৷

চুবুৰীয়া দেশখনৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট,কাৰ্বি আংলং আৰু নগাঁও জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাৰ বাবে সাজু হৈছে । একেদৰে ৰজা, ৰাণী আৰু দুই কণমানি যুৱৰাজৰ অভয়াৰণ্য পৰিদৰ্শনত যাতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: kamakhy MandirKaziranga National ParkKing of BhutanThree-Day Visit to Assam
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d