Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

G-20 Summit Update:মার্কিন ৰাষ্ট্ৰপতিৰ বাবে তিনি তৰপীয়া নিৰাপত্তা বলয়ৰে ঘেৰি ধৰিছে দিল্লীক

জি-২০ সন্মিলনৰ স্মৃতিৰূপে বাইডেনে ৰোপণ কৰিব জাৰুল, ছুনাকে উইলো, ১৭ দেশৰ পৰা অনা হৈছে বিভিন্ন প্ৰজাতিৰ গছ, ৰাজধানীৰ অলিয়ে-গলিয়ে চোৰাংচোৱা বিষয়াৰ বিচৰণ, আকাশতো উৰিব বায়ুসেনা-ভাৰতীয় সেনাৰ হেলিকপ্টাৰ ,আহি আছে ‘দ্য বিষ্ট’

publisher by publisher
September 8, 2023
in India, News
Reading Time: 2 mins read
0
G-20 Summit Update:মার্কিন ৰাষ্ট্ৰপতিৰ বাবে তিনি তৰপীয়া নিৰাপত্তা বলয়ৰে ঘেৰি ধৰিছে দিল্লীক
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

G-20 Summit Update:

শনিবাৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি- ২০ শীর্ষ সন্মিলনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতাৰ সৃষ্টি হৈছে। এই বৈঠকত যোগদানৰ উদ্দেশ্যে আগমন ঘটিব মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনকে ধৰি বিশ্বৰ বহু প্ৰভাৱশালী ৰাষ্ট্ৰ নেতাৰ। বাইডেনৰ নিৰাপত্তাক কেন্দ্ৰ কৰি বিশেষভাৱে ব্যস্ত হৈছে দিল্লী আৰক্ষীৰ লগতে কেন্দ্ৰীয় নিৰাপত্তা বাহিনী।

ADVERTISEMENT

হোৱাইট হাউছে জনোৱা মতে, আজি ৱাশ্বিংটন ডিচিৰ পৰা দিল্লী অভিমুখে ৰাষ্ট্ৰপতি বাইডেনে উৰা মাৰিছে। তেওঁৰ লগত আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ চৰকাৰী বাহন ‘দ্য বিষ্ট’। সুত্ৰত প্রকাশ যে আমেৰিকাৰ পৰা বিমানযোগে এই বাহনখন অনা | হৈছে। ভাৰত ভ্ৰমণকালত তেওঁ এই নিজস্ব চৰকাৰী বিশেষ বাহনখনতে চলাচল কৰিব।

বিশ্বৰ সৰ্বাধিক শক্তিশালী আৰু নিৰাপদ বাহন বুলি কোৱা হয় এইখনক। বুলেটপ্রুফ এই বাহনখন সকলো সময়তে বাইডেনৰ নিৰাপত্তাৰক্ষীয়ে পহৰা দি থাকে। দিল্লীত বাহনখনৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

সেয়েহে সাতে পাঁচে মিলি আন ৰাষ্ট্ৰ নেতাতকৈ তুলনামূলকভাবে বাইডেনক লৈ দিল্লীত চৰম ব্যস্ততা দেখা গৈছে। তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰে দিল্লীক ঘেৰি পেলোৱা হৈছে।

এই তিনি তৰপীয়া নিৰাপত্তা বলয়ৰ একেবাৰে বাহিৰৰ স্তৰত থাকিব অৰ্ধসামৰিক বাহিনী, দ্বিতীয় স্তৰত বিশেষ প্রশিক্ষণপ্রাপ্ত কমাণ্ডো বাহিনী আৰু প্ৰথম স্তৰত অৰ্থাৎ একেবাৰে ভিতৰণ বলয়ত থাকিব চোৰাংচোৱা বিভাগৰ ছদ্মবেশধাৰী বিষয়াসকল।

ৰাষ্ট্ৰপতি বাইডেন ভাৰতত থকাৰ সময়ছোৱাত দিল্লীৰ ওপৰত আকাশমাৰ্গৰ পৰা দৃষ্টি ৰাখিবলৈ অহৰহ বিচৰণ কৰিব ভাৰতীয় সেনাবাহিনীৰ হেলিকপ্টাৰ।

এই হেলিকপ্টাৰসমূহত সেনাবাহিনী আৰু নেচনেল ছিকিউৰিটি গার্ড (এন এছ জি)ৰ কমাণ্ডো থাকিব। দিল্লীৰ বহু মহলীয়া ভৱনসমূহতো এনএছজি আৰু সেনাবাহিনীৰ স্নাইপাৰসকলক নিয়োগ কৰা হৈছে।

দিল্লী আৰক্ষীকো বিভিন্ন দায়িত্বত ন্যস্ত কৰা হৈছে। মার্কিন ৰাষ্ট্ৰপতিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিভিন্ন স্থানত ড্রান প্ৰতিৰোধী প্রযুক্তি ব্যৱহাৰ কৰা হৈছে যাৰ ফলত এই অঞ্চলসমূহত ড্রোনে বিচৰণ কৰিব নোৱাৰিব।

সূত্ৰত প্ৰকাশ যে বাইডেন আৰু আমেৰিকাৰ পৰা অন্যান্য প্রতিনিধিসকলৰ আইটিচিৰ এক বিলাস বহুল হোটেলৰ চাৰিটা কোঠা বুক কৰা হৈছে। ১৪ মহলাৰ কোঠাত থাকিবলগীয়া

বাইডেনৰ ভূমিমহলালৈ অহা-যোৱাৰ বাবে বিশেষ লিফটৰ ব্যৱস্থাও কৰা হৈছে। তেওঁ থকা স্থানলৈ মাত্ৰ কেইজনমান লোক যাব পৰাৰ অনুমতি আছে। চকুৰ পলকতে এতিয়া দিল্লীক এনে এক ৰূপত দেখা যায় য’ত কেৱল জি-২০ উপলক্ষেই ব্যস্ততা।

দিল্লীৰ চুকে কোনে বিচৰণ কৰি আছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ বিষয়াসকল। বিভিন্ন স্থানত দেখা গৈছে হাতত উদ্যত বন্দুকসহ পহৰাৰত হৈ আছে কমাণ্ডো। হেলিকপ্টাৰৰ জৰিয়তে আকাশমাৰ্গৰ পৰা দিল্লীৰ বিভিন্ন অলিয়ে গলিয়ে চোকা দৃষ্টি দিছে ভাৰতীয় সেনাবাহিনী আৰু এনএছজিৰ কমাণ্ডো।

সম্মিলনলৈ আহিবলগীয়া অন্যান্য বিদেশী অতিথিসকল যিসমূহ হোটেলত থাকিব তাতো ঢোকা দৃষ্টি ৰাখিছে ভাৰতীয় চোৰাংচোৱাই। দিল্লী আৰু গুৰুগ্ৰামৰ বিভিন্ন হোটেলত প্রায় ৩৫০ টা কোঠা ভাড়ালৈ লোৱা হৈছে। সূত্ৰত প্ৰকাশ যে দিল্লীৰ হোটেলসমূহতে থাকিব ৰাষ্ট্ৰ প্ৰধানসকল।

জি-২০ দেশসমূহৰ উপৰি আন কে’বাখনো দেশৰ ৰাষ্ট্ৰনেতাসকলক দিল্লীলৈ অতিথি হিচাপে অনা হৈছে। এই দেশসমূহৰ ভিতৰত আছে বাংলাদেশ, মিচৰ, মৰিছাছ, নেডাৰলেণ্ড, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু সংযুক্ত আৰব আমিৰশ্বাহি।

এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি বাইডেনৰ আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে আইটিচি মৌর্য শ্বেৰাটনত। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ বাবে দিল্লীৰ তাজ পেলেচত ব্যৱস্থা কৰা হৈছিল যদিও তেওঁ নাহিব বুলি ৰাষ্ট্ৰখনৰ বৈদেশিক মন্ত্রণালয়ে অৱগত কৰিছে। চীনৰ প্ৰধানমন্ত্ৰী হিচাপে উপস্থিত থাকিব প্রধানমন্ত্রী লি কিয়াং। একেখন হোটেলতে থাকিব অষ্ট্ৰেলিয়াৰ প্রতিনিধি দল।

দিল্লীৰ কণাট প্লেচৰ ছাংহেৰা হোটেলত ব্ৰিটেইনৰ প্ৰধানমন্ত্রী ঋষি চুনাক তথা জাৰ্মানীৰ চেঞ্চেলসহ প্ৰতিনিধিৰ দল থকাৰ কথা আছে। আন এখন বিলাসবহুল ক্লেৰিজেছ হোটেলত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ থকাৰ কথা। ইপিনে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্টনি আলবেনিজ থাকিব ইম্পেৰিয়েল হোটেলত । তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়েপ এডোগান থকাৰ সম্ভাৱনা আছে অ’বেৰয় হোটেলত।

ইপিনে, ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছাগেই লাভৰ’ত অ’বেয় হোটেলতে থাকিব। জে ডব্লিউ মেৰিয়ট আৰু হায়াট ৰিজেন্সিত দুটা প্রতিনিধি দল থকাৰ কথা। আনহাতে, দিল্লীৰ লা মেৰিডিয়ান হোটেলত থাকিব নেডাৰলেণ্ড, নাইজেৰিয়া আৰু ইউৰোপৰ প্ৰতিনিধিসকল। কানাডা আৰু জাপানৰ প্রতিনিধিসকল থাকিব ললিত হোটেলত ।

ইপিনে, গুৰুগ্ৰামৰ অ’বেৰয় হোটেলত দক্ষিণ কোৰিয়াৰ প্ৰতিনিধি দল থকাৰ ব্যৱস্থা কৰা হৈছে আৰু ছৌদি আৰবৰ প্ৰতিনিধি দল গুৰুগ্ৰামৰ লীলা হোটেলত থকাৰ কথা।

শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে আহিছে বহুৰাষ্ট্ৰৰ মুৰব্বী৷ সন্ধিয়া উপস্থিত হ’বহি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৷ ৰাষ্ট্ৰপতি গৰাকী এয়াৰপৰ্টৰ পৰা পোনে পোনে ৰাওনা হ’ব মৌৰ্য চেৰাটন হোটেললৈ ৷ ইয়াতে থাকিব মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী ৷

আনহাতে দিল্লীত উপস্থিত হৈছে বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ather World leaders To Arrive In Delhi Todaybitish pm rishi sunak arrival delhiG-20 Summit Update
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d