Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    RSS:মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

IIIegal Coal Syandicate And Two Bjp Mla:কয়লা ছিণ্ডিকেট ফাদিল হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা দিছপুৰৰ

কয়লাখনিৰ পৰা ডিগবৈৰে পাৰ কৰা ভাস্কৰ শৰ্মাৰ প্ৰতিখন ট্ৰাকৰ হিচাপ ৰাখে সুৰেণ ফুকনে

publisher by publisher
November 10, 2023
in Uncategorized
Reading Time: 3 mins read
0
IIIegal Coal Syandicate And Two Bjp Mla:কয়লা ছিণ্ডিকেট ফাদিল হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা দিছপুৰৰ
7
SHARES
66
VIEWS
ShareShareShareShare

IIIegal Coal Syandicate And Two Bjp Mla:

কয়লা ছিণ্ডিকেটক লৈ দুই শাসকীয় বিধায়কৰ সমুখ সমৰে জোঁকাৰণি তুলিছে দিছপুৰত। ডিগবৈৰ ৰাজপথত স্থানীয় বিধায়ক সুৰেন ফুকন আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উভয়ে উভয়ক কয়লাৰ ছিণ্ডিকেটক লৈ বাহুবল প্ৰদৰ্শনৰ ঘটনাই অঞ্চলবাসীৰ চকু কপালত তুলিছে।

ADVERTISEMENT

দুই বিধায়কৰ একপ্ৰকাৰ নীৰৱ ৰণথলী হৈছে ডিগবৈৰ ৰাজপথ । ইতিপূর্বে বিধায়ক ফুকনে কয়লা ট্রাক মাৰ্ঘেৰিটালৈ ওভতাই পঠিওৱাৰ পাছত তেওঁক মুকলি প্ৰত্যাহ্বান জনাই মাৰ্ঘেৰিটাৰ বিধায়ক শৰ্মাই ডিগবৈৰ ৰাজপথত থিয় হৈ নিজে নেতৃত্ব লৈ খোজ কাঢ়ি-বৃহৎ বাহিনীসহ বিলাসী গাড়ীৰ সমদলৰে কয়লাৰ ট্ৰাক পাৰ কৰোৱাৰ দৃশ্যই বিজেপি দল আৰু চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে।

RelatedPosts

No Content Available

আনকি দেওবাৰে ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লাভৰ্তি ট্ৰাক ঘূৰাই পঠিয়ালে ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত এটা দ’লে ৷ মঙলবাৰে নিশা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই পাৰ কৰিলে শ-শ কয়লাভৰ্তি ট্ৰাক ।

ছিণ্ডিকেটৰ ধনক লৈ দুই বিধায়কৰ মুকলি যুদ্ধত সততে ছিণ্ডিকেট নাই বুলি দাবী কৰি অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাও বিব্ৰত হৈছে। সেয়েহে বিতর্ক অবিহনে পূর্ণোদ্যমে ছিণ্ডিকেট চলাই নিয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে দুয়োজনকে মুখ্যমন্ত্ৰী ড° শৰ্মাই দিছপুৰলৈ তলব কৰা বুলি সূত্ৰত শীঘ্ৰে দুয়োকে হাজিৰ হ’বলৈ কৈছে মুখ্যমন্ত্ৰীয়ে।

বিধায়কদ্বয়ৰ মাজত মতানৈক্য দূৰ কৰি ছিণ্ডিকেট অব্যাহত ৰখাৰ উদ্দেশ্যেই দুয়োকে এনেদৰে তলব কৰা বুলি চৰ্চা হৈছে। সাধাৰণ ৰাইজৰ ওপৰত বল প্ৰদৰ্শন কৰা আৰক্ষীয়ে ৰাজপথৰ যুঁজ চাই কিয় মনে মনে থাকিল বুলি ৰাইজে প্ৰশ্ন কৰাৰ সময়তে মুখ্যমন্ত্রীয়ে কি ভূমিকা লয় সেয়া লক্ষ্যণীয় হ’ব।

বিধায়কদ্বয়ৰ এই শীতল যুদ্ধৰ পৰিৱেশত কয়লাৰ সম্ভাৰৰে চহকী আৰু ছিণ্ডিকেটৰ মূল পীঠৰূপে খ্যাত মাৰ্ঘেৰিটাত এক অস্বাভাৱিক আৰু চেপা পৰিৱেশে বিৰাজ কৰিছে।

দুই বিধায়কৰ যুঁজত আন কয়লা মাফিয়াও সন্ত্ৰস্ত হৈছে। ছিণ্ডিকেটৰ বাবেই ৰাজপথত যে মুকলিকৈ এইদৰে জনপ্ৰতিনিধি নামি পৰিব সেয়া কোনোপধ্যে কোনেও ধাৰণা কৰিব পৰা নাছিল।

সূত্ৰত প্ৰকাশ যে বিগত কে’বামাহ ধৰি বিধায়ক ফুকন আৰু শৰ্মাৰ মাজত কয়লা ছিণ্ডিকেটৰ ধনৰ ভাগ বাটোৱাৰাক লৈ শীতল যুদ্ধ চলি আছিল।

শেহতীয়াভাৱে ৰাজপথত বিধায়কদ্বয়ৰ নিৰ্লজ্জ শক্তি প্ৰদৰ্শনত শংকাত থৰকাছুটি হেৰুৱাইছে অঞ্চলটোৰ সৰু সৰু কয়লা মাফিয়াই।

উল্লেখ্য যে দুই শাসকীয় বিধায়কৰ বাহুবল প্ৰদৰ্শনৰ সময়ত অন্যান্য মধ্যস্থতাকাৰীসকলে পলাই পত্ৰং দিছিল। কয়লা ছিণ্ডিকেট যিহেতু দিছপুৰৰ পৰাই নিয়ন্ত্রিত হয়, সেয়েহে ইয়াৰ তথ্য লাভ কৰিছে চৰকাৰৰ বৰমূৰীয়াসকলে ইতিমধ্যে এই বাতৰি লাভ কৰিছে। ফলত দুয়োকে মিলিজুলি থাকিবলৈ পৰামৰ্শ দিয়াৰ বাবে তৎপৰ হোৱা বুলি দলীয় মহলত চৰ্চা চলিছে।

প্রশ্ন হ’ল বিধায়কদ্বয়ৰ মাজত মৰণপণ যুঁজৰ আঁৰৰ কাৰণ কি? মাৰ্ঘেৰিটাৰ এজন অন্যতম পুৰণি তথা সাম্প্ৰতিক পৰিস্থিতি শংকিত হোৱা কয়লা ব্যৱসায়ীয়ে দৈনিক অগ্রদূত’ক কয়, ‘দুই শাসকীয় বিধায়কৰ মাজৰ অভিযোগ- প্রতি অভিযোগ বহু পুৰণি।

বিধায়ক ফুকনৰ দাবী যে তেওঁৰ মানুহে ২৪ ঘণ্টাই মাৰ্ঘেৰিটাৰ পৰা দৈনিক কিমান কয়লাভর্তি ট্রাক বাহিৰ হয় তাৰ ওপৰত চকু ৰাখে। অর্থাৎ ডিগবৈৰ মাজেদি মাৰ্ঘেৰিটাৰ পৰা অহা কয়লাভৰ্তি ট্ৰাকৰ সংখ্যা বিধায়ক ফুকনে তেওঁৰ দ্বাৰা নিযুক্ত বাহিনীৰ পৰা দৈনিক লাভ কৰে আৰু সেই সংখ্যাৰ আধাৰতে সতীর্থ বিধায়ক ভাস্কৰ শৰ্মাৰ পৰা ধনৰ ভাগ বিচাৰে।

বিধায়ক ফুকনৰ অভিযোগ অনুসৰি, সতীৰ্থ শৰ্মাই পাঁচশ গাড়ীৰ বিপৰীতে এশ বা দুশ গাড়ী ওলোৱা বুলি হিচাপ দিয়ে আৰু এই অনুপাতে ছিণ্ডিকেটৰ ধন ভাগ কৰে। এনেদৰে বিধায়ক শৰ্মাই আৰম্ভণিৰে পৰা ভুৱা হিচাপ দাখিল কৰিলেও ফুকনে সেয়া নাকচ কৰি আহিছে।

সেয়েহে এই বিষয়টোক লৈ কেতিয়াবা ডাঙৰ সংঘাত হ’ব বুলি ব্যৱসায়ী মহলে পূৰ্বতে অনুমান কৰিছিল। অৱশ্যে এই যুঁজ যে ৰাজপথত হ’ব সেয়া অকল্পনীয়।’ নাম প্রকাশত অনিচ্ছুক মাৰ্ঘেৰিটাৰ এজন প্ৰতিষ্ঠিত কয়লা ব্যৱসায়ীয়ে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ক কয়, “দুই বিধায়কৰ মাজত কিছু দেনা-পাওনা পূৰ্বৰ পৰা আছিল।

বিধায়ক শৰ্মাই ফুকনক ছিণ্ডিকেটৰ ভাগৰ ধন পৰিশোধ নকৰাকৈয়ে ‘ছিজন’ অর্থাৎ কয়লাৰ ভৰপক সময়ত শ শ ট্ৰাক বাহিৰলৈ যোগান ধৰিবলৈ আৰম্ভ কৰাত বিধায়ক ফুকন ক্ষুণ্ণ হৈ ৰাজপথত গাড়ী ৰখালে আৰু বলপূর্বক ওভতাই পঠালে । ইয়াৰ পাছৰ পৰিণাম অসমৰ ৰাইজে দেখিলে।’ বিধায়ক ফুকনৰ ঘনিষ্ঠ সূত্ৰৰ অভিযোগ অনুসৰি, সম্প্ৰতি মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন বন্ধ থকাৰ অজুহাত দি বিধায়ক শৰ্মাই বিগত বৰ্ষৰে কয়লা বুলি দাবী কৰি দৈনিক শ শ কয়লাভৰ্তি ট্ৰাক বাহিৰলৈ প্ৰেৰণ কৰি আহিছে।

প্ৰশাসনৰ জ্ঞাতসাৰেই এই মুহূর্ততো বিধায়ক শৰ্মাৰ ঘনিষ্ঠই দিনে নিশাই গোপনে পাটকাইৰ বুকুত খনন চলাই আছে। সূত্ৰটোৱে দাবী কৰে যে সতীৰ্থ ফুকনক যাতে ধনৰ ভাগ দিব নালাগে তাৰ বাবে শৰ্মাই গোপনে এই কাম কৰিছে।

সূত্ৰটোৱে দোহাৰে যে বিধায়কদ্বয়ৰ কাজিয়া শেহতীয়া যদিও শীতল যুঁজ বহু পুৰণি। কিন্তু সেয়েহে মুখ্যমন্ত্ৰীয়ে দিছপুৰলৈ জৰুৰীভাৱে তলব কৰি দুয়োৰে মাজত বিষয়টোৰ সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ি আহিছে যদিও বাস্তৱতে তেওঁলোকৰ দ্বন্দ্ব সহজতে নিৰ্বাপিত হোৱা বিধৰ নহয়।

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন, দিল্লী আৰু দিছপুৰৰ পৃষ্ঠপোষকতাত শাসকীয় দলৰ তিনি বিধায়কে ছিণ্ডিকেট চলাবলৈ অবাধ স্বাধীনতা লাভ কৰি আহিছে বুলিও সূত্ৰত প্ৰকাশ।

ভাস্কৰ শৰ্মা আৰু সুৰেন ফুকনৰ উপৰি তৃতীয়জন হ’ল শদিয়াৰ বিধায়ক বলীন চেতিয়া। স্থানীয় মহলত চলা চৰ্চা অনুসৰি দুই বিধায়কৰ মাজত কাজিয়াই মুকলি ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত চেতিয়াই মধ্যস্থতা কৰিবলৈ সুযোগে নাপালে।

পৰিস্থিতি হঠাতে উত্তপ্ত হোৱাত চেতিয়াই নিজকে বচাবলৈ দূৰত অৱস্থান কৰা বুলিও সূত্ৰত প্ৰকাশ। মুখ্যমন্ত্ৰীৰ স’তে হোৱা বৈঠকৰ পাছত কি ফলাফল হয় তাৰ বাবে আন ব্যৱসায়ীসকল অপেক্ষা কৰি থকা বুলিও সূত্ৰত প্রকাশ।

উল্লেখ্য যে,দক্ষিণ ভাৰতৰ চিনেমাৰ কায়দাৰে ৰাজপথত বিধায়কৰ নেতৃত্বত এটা দলে অবৈধ কয়লাভৰ্তি ট্ৰাক ঘূৰাই পঠিওৱাৰ পিচতেই বিষয়টোক লৈ আৰম্ভ হৈছে চৰ্চা । একেখন কাঁহীত ভাত খোৱা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ বন্ধুত্বৰ মাজত সংঘাত আৰম্ভ হৈছে নেকি বুলি চৰ্চা চলিছে ৰাইজৰ মাজত ৷ দুই বন্ধুৰ মাজত অবৈধ কয়লাৰ চিণ্ডিকেটৰ নিমিলা অংকৰ বাবে আহি পৰিছে নেকি ফাঁট ?

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IIIegal Coal SyandicateILLEAGL cOAL TrackMLA bhaskar sarmaSuren phukan
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d