Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Timber Syndicate :বিজেপি নেতাৰ বৃহৎ কাঠৰ ছিণ্ডিকেট !

প্ৰতি কাঠৰ ট্ৰাকৰ পৰা ডেৰৰ পৰা তিনি লাখ টকা পর্যন্ত গুণ্ডাকৰ আদায় ,গোবিন সৰকাৰ-জিতু দাস বাহিনীয়ে সংগ্ৰহ কৰা ধনৰ ভাগ যায় কালৈ ? ধন নিদিলে হাৰাশাস্তি

publisher by publisher
July 28, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Timber Syndicate :বিজেপি নেতাৰ বৃহৎ কাঠৰ ছিণ্ডিকেট !
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Syndicate:কাৰ নিৰ্দেশত চোৰাং কাঠৰ ছিণ্ডিকেট ?

Timber Syndicate :

:ৰাজ্য চৰকাৰৰ তথাকথিত দুর্নীতি বিৰোধী স্থিতিৰ সময়তে ৰাজ্যিক বিজেপিৰ শীর্ষ নেতাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা কাঠৰ চিণ্ডিকেটত চলিছে ৰমৰমীয়াকৈ ৷

ADVERTISEMENT

অবৈধ ছিণ্ডিকেটৰ ধনৰ অংশ যায় সংশ্লিষ্ট ৰাজনীতিকৰ লগতে আৰক্ষী, বন বিভাগ আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়ালৈও। ৰাজ্যিক বিজেপিৰ এজন শীর্ষস্থানীয় নেতাৰ পৃষ্ঠপোষকতাত গোবিন সৰকাৰ নামৰ কুখ্যাত ছিণ্ডিকেট বাহিনীয়ে কাঠভৰ্তি ট্ৰাকসমূহৰ পৰা দৈনিক সংগ্ৰহ কৰা কে’বা কোটি টকাৰ গুণ্ডাকৰ
আদায় কৰি আহিছে।

ফলত অৰুণাচলৰ পৰা তিনিচুকীয়া আৰু ধেমাজিৰ মাজেৰে শ শ কাঠভর্তি ট্রাক বিনা বাধাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ সৰবৰাহ হৈ আছে। উল্লেখ্য যে অৰুণাচলৰ কাঠক কেন্দ্ৰ কৰি ৰাজ্যত এক বৃহৎ ছিণ্ডিকেট গঢ় লৈ উঠিছে।

অৰুণাচলৰ পৰা নগাঁও, তেজপুৰ, গুৱাহাটী, নলবাৰী, বৰপেটা আদি বিভিন্ন প্ৰান্তলৈ ৰাজপথৰে কাঠ সৰবৰাহ কৰা ব্যৱসায়ীসকলে গোবিন সৰকাৰৰ ছিণ্ডিকেট বাহিনীক প্ৰতিখন কাঠভৰ্তি ট্ৰাকৰ বাবদ গুণ্ডাকৰ আদায় নিদিলে, সেই ট্রাকে অসমত প্ৰৱেশ কৰাৰ অনুমতি নাপায়।

যদি কোনো ব্যৱসায়ীয়ে গুণ্ডাক আদায় নিদিয়াকৈ কাঠভর্তি ট্রাক অসমলৈ আনে, তেন্তে তেনে ট্রাক আৰক্ষী, বন বিভাগ নাইবা পৰিবহণ বিভাগে জব্দ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। ফলত কাঠ ব্যৱসায়ীসকলে বাধ্য হৈ গোবিন সৰকাৰ বাহিনীক প্ৰতিখন ট্ৰাকৰ বিনিময়ত ডেৰৰ পৰা তিনি লাখ টকা পৰ্যন্ত গুণ্ডাকৰ আদায় দিবলগীয়া হৈছে।

এই গুণ্ডাকৰ সংশ্লিষ্ট জিলাত কাঠভর্তি বাহনসমূহ প্ৰৱেশ কৰাৰ পাছতে ভাগে ভাগে গোবিন সৰকাৰ বাহিনীয়ে নিয়োগ কৰা এজেণ্টৰ জৰিয়তে সংগ্ৰহ হৈ আহিছে। বিশেষকৈ তিনিচুকীয়াৰ মাজেৰে সৰ্বাধিক অৰুণাচলৰ কাঠভৰ্তি ট্ৰাক ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে।

ইয়াৰ শদিয়াৰ দিশৰ পৰা অহা কাঠভৰ্তি ট্ৰাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ তথা চাপাখোৱা পৌৰসভাৰ উপ-গৌৰপতি বিপিন গগৈয়ে। একেদৰে ডিৰাক গেট-কাকপথাৰৰ দিশৰ পৰা অহা কাঠভর্তি ট্রাকসমূহৰ পৰা গুণ্ডাকৰ আদায় কৰে বিধায়ক চেতিয়াৰ ঘনিষ্ঠ তথা বিজেপিৰ যুৱ নেতা বলীন হাতীবৰুৱা আৰু প্ৰশান্ত হাজৰিকাই।

ইয়াৰ উপৰি মাৰ্ঘেৰিটা-ডিগবৈৰ পথেৰে অহা কাঠভর্তি ট্রাকসমূহৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বিজেপি নেতা অৰুণজ্যোতি মৰাণৰ ঘনিষ্ঠ সত্য মৰাণ আৰু ডিগবৈৰ কাঠ ব্যৱসায়ীৰ পুত্ৰ অমৃত শ্বাহীয়ে।

এই চক্ৰটোৱে অৰুণাচলৰ পৰা তিনিচুকীয়াত প্ৰৱেশ কৰা প্ৰতিখন কাঠৰ ট্ৰাকৰ বাবদ ৩০ৰ পৰা ৪০ হেজাৰ টকা গুণ্ডাকৰ সংগ্ৰহ কৰাৰ অভিযোগ আছে। এই এজেন্টসকলে সংগ্ৰহ কৰা ধন বিজেপি নেতা জিতু দাস আৰু নলবাৰী ৰাজীৱ ডেকাই গোবিন সৰকাৰৰ হৈ সংগ্ৰহ কৰে আৰু প্ৰতিখন ট্ৰাকৰ বিনিময়ত এজেন্টসকলক পাঁচ হেজাৰকৈ টকা কমিছন দিয়ে।

উল্লেখ্য যে কেৱল তিনিচুকীয়াতে কোটিৰ ঘৰত দৈনিক গুণ্ডাকৰ সংগ্ৰহ কৰে গোবিন সৰকাৰ বাহিনীয়ে। ইয়াৰ পাছতে তিনিচুকীয়াৰ পৰা নগাঁও, গুৱাহাটী, নলবাৰী, বৰপেটা, তেজপুৰ আদি অভিমুখী কাঠৰ ট্ৰাকসমূহৰ পৰা পৃথকে পৃথকে অতিৰিক্তভাৱে গুণ্ডাকৰ সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰটোৱে।

তিনিচুকীয়াৰ পৰা বাগৰিলৈ প্ৰতিখন ট্রাকে ৪০-৪৫ হেজাৰ, বাগৰিৰ পৰা গুৱাহাটীলৈ ৭০-৭৫ হেজাৰ, বাগৰিৰ পৰা তেজপুৰ নলবাৰীলৈ ৭০ হেজাৰ যোৰাবাটৰ পৰা জালুকবাৰীলৈ ৩০ হেজাৰ, জালুকবাৰীৰ পৰা নলবাৰী বৰপেটালৈ ৭০-৮০ হেজাৰ টকা গুণ্ডাকৰ আদায় দিব লাগে গোবিন সৰকাৰ বাহিনীক।

উল্লেখ্য যে গোবিন সৰকাৰ বাহিনীয়ে সংগ্ৰহ কৰি অহা এই গুণ্ডাকৰৰ সন্দৰ্ভত ভুক্তভোগী কাঠ ব্যৱসায়ীৰে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানক লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত কাঠ ব্যবসায়ীসকলে এই ছিণ্ডিকেট বাহিনীৰ ওচৰত মূৰ দোৱাঁবলৈ বাধ্য হৈ পৰে।

ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰ পৃষ্ঠপোষকতাত এই ছিণ্ডিকেট চলি থকা দুষ্কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ছিণ্ডিকেটৰ ধনৰ ভাগ লৈ চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Illigally Tax CallectionInvolved In Bjp LeaderTimber Syndicate
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d