Winter Session Of Parliament Will Start On December 4:
সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব অহা ৪ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে ৷
ADVERTISEMENT
ইতিমধ্যে ১৫ দিনৰ বাবে বহিব লগা শীতকালীন অধিৱেশনৰ কাৰ্যক্ৰমণিকা টুইটযোগে সদৰি কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷
উল্লেখ্য যে, এই শীতকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক বিবেচনাৰ বাবে উত্থাপনৰ উপৰিও তিনি নতুন ফৌজদাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷