Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National Helth Mission:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন

অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন

publisher by publisher
November 28, 2023
in India, Assam, Health, News
Reading Time: 2 mins read
0
National Helth Mission:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন
2
SHARES
24
VIEWS
ShareShareShareShare

National Helth Mission:

ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্য আৰু খোৱাপানীৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ বাবে আজি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন, অসমৰ মাজত পাৰস্পৰিক বুজাবুজি চুক্তি সম্পন্ন হয়। বিশেষকৈ এই ক্ষেত্রত দুয়োটা অভিযানতে এক উন্নত প্রকল্প ৰূপায়ণৰ উদ্দেশ্যে আশা কর্মীক জড়িত কৰোৱাৰ বাবে দুয়ো পক্ষৰ মাজত এই চুক্তি স্বাক্ষৰ হয়।

ADVERTISEMENT

জল জীৱন মিছন, অসম আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে জনস্বাস্থ্যৰ ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। বিশুদ্ধ খোৱাপানী যোগান ধৰাটো জল জীৱন মিছনৰ মূল লক্ষ্য যদিও এই মিছনে পানীজনিত কাৰণত হ’ব পৰা বিভিন্ন ৰোগ যেনে- ডায়েৰিয়াকে ধৰি মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ আদি বাহকজনিত ৰোগৰ প্রাদুর্ভাব হ্রাস কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ গুৰুতৰ সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব।

RelatedPosts

No Content Available

ইয়াৰোপৰি এই চুক্তিয়ে পানীৰ পৰা হ’ব পৰা ৰোগৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ চিকিৎসা ব্যয় হ্রাস কৰাতো সহায় কৰিব বুলিও আশা কৰা হৈছে।

আশা কৰ্মীৰ সৈতে গ্রাম্য অঞ্চলৰ জনসাধাৰণৰ সংযোগ আৰু তেওঁলোকৰ আস্থাৰ বাবে এই যৌথ পদক্ষেপত এগৰাকী আশা কর্মীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। কাৰণ আশা কর্মীসকলে কেবল স্বাস্থ্য সম্পর্কীয় নিয়মীয়া বিষয়সমূহ প্রতিফলিত কৰি তোলাই নহয়, জল জীৱন মিছনৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ ঘৰত সংযোগ কৰা কার্যক্ষম পানী কলৰ দ্বাৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱহাৰ নিশ্চিত কৰা, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ, প্ৰচাৰৰ দ্বাৰা স্বাস্থ্য সম্পর্কীয় বিভিন্ন বিষয়সমূহো বর্ণনা কৰিব পাৰিব।

জল জীবন মিছন, অসম আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে বিশুদ্ধ খোৱা পানীৰ জৰিয়তে গ্রাম্য অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব।

আজিৰ সভাত জনস্বাস্থ্য অভিযান্ত্রিকীকৰণ আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ ভাষণ প্রসংগত কয় যে “জল জীবন মিছন, অসম আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসম উভয়ে একত্রিত হৈ গ্রাম্য অঞ্চলৰ প্রতিটো পৰিয়ালৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে কাম কৰি আছে।” তেওঁ লগতে কয় যে জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ এই যৌথ পদক্ষেপে ‘ঘৰে ঘৰে পানী যোগানৰ আঁচনি’খনক ফলপ্রসু আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰতো সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব।

সভাত উপস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী কেশৱ মহন্তই ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনসাধাৰণৰ সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপক সম্ভৱপৰ সকলো প্ৰকাৰে সমর্থন আগবঢ়াব বুলি ব্যক্ত কৰে।

আজিৰ এই সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি. যোশী, আইএএছ; জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব তথা জল জীৱন মিছন, অসমৰ অভিযান সঞ্চালক কৈলাশ কার্থিক এন, আইএএছ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালিকা ড° এম এছ লক্ষ্মী প্রিয়া, আইএএছ উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Heath Minister Keshab MahantaJala Jiban MissionNational Helth MissionPHE Minister Jayanta Malla Baruah
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d