Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জল জীৱনৰ ৰূপায়িত আঁচনিৰ পঁয়ালগা স্বৰূপ উদঙালে কেন্দ্ৰৰ বিশেষজ্ঞই

publisher by publisher
August 12, 2025
in Assam, News
Reading Time: 1 min read
0
জল জীৱনৰ ৰূপায়িত আঁচনিৰ পঁয়ালগা স্বৰূপ উদঙালে কেন্দ্ৰৰ বিশেষজ্ঞই
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

National Helth Mission:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জল জীৱন মিছন

✒️অসমত জল জীৱন মিছনৰ চূড়ান্ত ব্যর্থতাক উদঙালে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দলে। কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিখনৰ ৰূপায়ণ হোৱা কাম-কাজৰ মান পৰীক্ষাৰ বাবে বিগত বর্ষত যি বিশেষজ্ঞ প্রতিনিধি দল অসমলৈ আহিছিল তেওঁলোকৰ তথ্যতে অসম আঁচনিখন ৰূপায়ণত সম্পূৰ্ণৰূপে ব্যর্থ হোৱাটো প্ৰতিপন্ন হৈছে।

ADVERTISEMENT

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জল জীৱন আঁচনি ৰূপায়ণৰ শীৰ্ষ সূত্ৰই সদৰী কৰে যে কে’বাটাও গোটত ভাগ ভাগ হৈ কেন্দ্রীয় পর্যবেক্ষকৰ দলে অসমৰ মুঠ ৪৪০ টা প্রকল্প পৰিদৰ্শন তথা পর্যবেক্ষণ কৰে। এই পর্যবেক্ষণৰ জৰিয়তে তেওঁলোকে নির্দিষ্ট প্রকল্পকেইটাক মানৰ ৰেটিং দিয়ে।

এই ৰেটিঙত মাত্র ৩১ টা প্রকল্পইহে আটাইতকৈ ভাল কাম হোৱা বুলি পাঁচটা তৰা চিহ্ন লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, ২৫ টা প্রকল্পই চাৰিটা তৰা চিহ্ন পায়। ১১৮ টা প্রকল্পই তিনিটা তৰা চিহ্ন পায়। ইয়াৰ বাদে বাকী সকলো প্ৰকল্পই দুটা আৰু এটা তৰা চিহ্ন পায়।

ৰেটিঙৰ এই তথ্যয়েই ৰাজ্যত জল জীৱন আঁচনিখনৰ পয়ালগা ৰূপ উদঙাই দিছে। উল্লেখ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা ধ্বজাবাহী আঁচনিবোৰ অসমত ৰূপায়ণত আটাইতকৈ ব্যর্থ হোৱা বুলি জল জীৱনৰ নামেই প্রথমে উচ্চাৰিত হয়।

অসম চৰকাৰে বলপূর্বকভাবেহে আঁচনিখনৰ সফলতা দাবী কৰি আহিছে। কমিছনভোগীৰ দৌৰাত্ম্যত আঁচনিখনক লৈ সংঘটিত কেলেংকাৰিৰ অন্ত নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অসমক আন চাৰিখন ৰাজ্যৰ লগত জলশক্তি মন্ত্রণালয়ে বিশেষভাৱে সতর্ক কৰি দিবলৈও বাধ্য হৈছে।

উল্লেখ্য যে দেশৰ গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ত গ্ৰহণ কৰা আঁচনিখন সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল ২০২৩-২৪ত।

কিন্তু অসমসহ কেইখনমান ৰাজ্যত আঁচনিখনৰ অগ্রগতি একেবাৰে লেহেমীয়া। তদুপৰি আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰিৰ অভিযোগো কেন্দ্রই লাভ কৰাত বিশেষজ্ঞ দলৰ জৰিয়তে নমুনাভিত্তিত আঁচনিবোৰ পৰীক্ষাৰ সিদ্ধান্ত জলশক্তি মন্ত্রণালয়ে গ্রহণ কৰে।

তাৰ বাবে ৰূপায়ণ হৈ থকা প্ৰকল্পবোৰৰ কামো অনির্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। বিগত বর্ষত এই পদক্ষেপ গ্রহণ কৰাৰ পাছতে জলশক্তি মন্ত্রণালয়ে প্ৰেৰণ কৰা বিশেষজ্ঞ প্রতিনিধি দলে ৰাজ্যৰ সকলো জিলালৈ গৈ নমুনাভিত্তিত ৪৪০ টা প্রকল্প পৰ্যবেক্ষণ কৰে।

এই পর্যবেক্ষণত স্পষ্ট হোৱা ফলাফলত অসম আঁচনিখন ৰূপায়ণত ব্যর্থ হোৱাটো প্রকাশ্য হৈ পৰিছে। অসম চৰকাৰৰ বিভাগীয় সূত্রই সদৰী কৰে যে ব্যৰ্থতা স্পষ্ট হোৱাৰ বাবেই হয়তো পর্যবেক্ষণৰ বাবে কাম স্থগিত ৰখা নির্দেশনাটো অদ্যাপি বাহাল ৰখা হৈছে।

অসমৰ লগতে দেশৰ মুষ্টিমেয় কেইখনমান ৰাজ্যতো একেধৰণৰ ব্যৰ্থতা ধৰা পৰিছে। বিশেষকৈ অসমসহ পাঁচখন ৰাজ্যৰ ব্যৰ্থতা গুৰুতৰ ৰূপত ধৰা পৰিছে।

অসমৰ জল জীৱন মিছনৰ সূত্ৰত প্রকাশ যে আঁচনিখনৰ ব্যৰ্থতা জিলাই জিলাই ধৰা পৰিছে। বিশেষজ্ঞ দলৰ তথ্যত যিবোৰ দুৰ্বলতা স্পষ্ট হৈছে সেইবোৰৰ মূল কথা হ’ল কমিছনৰাজ।

আঁচনি আবণ্টন পৰ্যায়ৰ পৰাই কমিছনৰাজ দৌৰাত্ম্য এনেদৰে চলে যে তাৰ পৰিণাম আঁচনি এখন ৰূপায়ণত প্রতিফলিত হয়। কেলেংকাৰি এডাল মালাৰ দৰে একেবাৰে শীৰ্ষ পৰ্যায়ৰ পৰা ঠিকাদাৰলৈকে বিস্তৃত হৈ আছে।

সূত্ৰত প্রকাশ যে আঁচনি এখনৰ বিস্তৃত প্রকল্প প্রতিবেদনত চৰকাৰে ধাৰ্য কৰি দিয়া ব্যৱস্থাবোৰেই থাকে, তাক ৰূপায়ণতহে আপোচ কৰা হয়। সেইকাৰণে পৰ্যবেক্ষকৰ দল যোৱা প্ৰতিখন জিলাত ধৰা পৰিছে প্ৰকল্পৰ নিৰ্মাণ বিসংগতি।

দৰঙৰ কে’বাটাও প্রকল্পত দুর্বল কাম হোৱা বুলি কোৱা হৈছে। বৰাকৰ জিলাকেইখনৰ কামো সন্তোষজনক নহয় বুলি মন্তব্য কৰা হৈছে। ধুবুৰী, বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈকে নিৰ্মাণ বিসংগতি ধৰা পৰিছে।

সূত্ৰটোৱে সদৰী কৰে যে অধিকাংশ প্রকল্পৰে নলীবোৰ নিৰ্ধাৰিত মানৰ নহয়। মাটিৰ তলত কেনে মানৰ নলী সংস্থাপিত কৰা হৈছে সেইবোৰ সাধাৰণ ৰাইজৰ চকুত নপৰে। তদুপৰি স্বাভাৱিকভাৱে সাধাৰণ ৰাইজ সেই বিষয়ে জ্ঞাতও নহয়।

ফলস্বৰূপে পানী নলীৰে বৈ যোৱাৰ পূৰ্বেই বহু প্রকল্প অর্থহীন হৈ পৰিছে। আকৌ কোনোবাটো প্রকল্পত পানী যোগান আৰম্ভহ’লেও কেইদিনমান পাছতে বিকল হৈ মাহৰ পাছত মাহ পৰি ৰৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jala Jiban Mission
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d