Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Corrupt Officials Akhter Hussain:কুখ্যাত আখতাৰ হুছেইনৰ লুণ্ঠনৰ ন ন তথ্য পোহৰলৈ

গ্ৰেপ্তাৰৰ আশংকাত আগতীয়া জামিন, মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জেৰা, নিযুক্তি কেলেংকাৰিতো লিপ্ত, আয় বহির্ভূত ধন-সম্পত্তিৰ উৎস বিচাৰি অভিযান অব্যাহত

publisher by publisher
December 20, 2023
in Uncategorized
Reading Time: 3 mins read
0
Corrupt Officials Akhter Hussain:কুখ্যাত আখতাৰ হুছেইনৰ লুণ্ঠনৰ ন ন তথ্য পোহৰলৈ
3
SHARES
33
VIEWS
ShareShareShareShare

Corrupt Officials Akhter Hussain:

ভূমি সংৰক্ষণ বিভাগৰ দুৰ্নীতিৰ সদাগৰ আখতাৰ হুছেইন দুর্নীতিৰ কেলেংকাৰিতো জড়িত। সম্প্রতি প্রকাশ পোৱা এটা কল ৰেকর্ডিঙে সেই কথা উদঙাই দিছে । বৈধ আয়তকৈ দুশ শতাংশৰো অধিক আয়বহির্ভূত সম্পত্তিৰ গৰাকী ভূমি সংৰক্ষণ বিভাগৰ জিলা সংমণ্ডল বিষয়া তথা সঞ্চালকালয়ৰ প্লেনিং বিষয়াৰূপে অতিৰিক্ত দায়িত্বত থকা আখতাৰৰ বিশাল সাম্ৰাজ্যত মঙলবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলোৱাৰ পাছত পুনৰ শেৱালী পথৰ প্রাসাদোপম অট্টালিকাত তালাচী চলোৱাৰ উপৰি শ্ৰীমন্তপুৰস্থিত কাৰ্যালয়ত দুর্নীতিগ্রস্ত বিষয়াজনক তদন্তকাৰী সংস্থাটোৱে জেৰা কৰাৰ সময়তে ভাইৰেল হৈ পৰিছে কে’বাটাও কল ৰেকর্ডিং।

ADVERTISEMENT

ইয়াৰে এটা’ কল ৰেকর্ডিঙত আখতাৰে এজন উপ-ঠিকাদাৰৰ লগত হোৱা বার্তালাপত ঠিকাদাৰজনক আদায় দিবলগীয়া ধন নিযুক্তিৰ জৰিয়তে পাবলগীয়া উৎকোচৰ জৰিয়তে আদায় দিয়াৰ কথা উল্লেখ কৰিছে। উল্লেখ্য যে ভূমি সংৰক্ষণ বিভাগৰ বটদ্ৰৱাৰ এটা কামত আখতাৰে এজন স্থানীয় ঠিকাদাৰক উপ-ঠিকা প্রদান কৰিছিল।

RelatedPosts

SMCH Raid:শিলচৰ মেডিকেল কলেজ হাস্পতালত চিএম ভিজিলেঞ্চৰ অভিযান

Cm Vigilance Raid:মহানগৰীৰ বন বিভাগৰ অৰণ্য ভৱনত কৰ্মৰত ডিএফ অ’ৰ বাসগৃহত চিএম ভিজিলেঞ্চৰ অভিযান

Cm Vigilance Raid :দুর্নীতিগ্রস্ত অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত চিএম ভিজিলেন্সৰ অভিযান

ওচমান গণি নামৰ ঠিকাদাবজনে সংশ্লিষ্ট কামত ১৭,১০,২০০ টকা খৰচ কৰাৰ পাছত আজিকোপতি সম্পূর্ণ ধনৰাশি আখতাৰে আদায় দিয়া নাই। ২০১৯- ২০২০ আৰু ২০২০-২০২১ বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা দুটা কামৰ বাবদ গণিয়ে খৰচ কৰা উল্লিখিত মুঠ ধনৰ ভিতৰত এতিয়াও সাত লাখ ৮৫ হেজাৰ টকা আখতাৰৰ পৰা পাবলৈ আছে।

তেনেস্থলত ঠিকাদাৰজনে আখতাৰৰ ঘৰলৈ প্ৰায় টকা বিচাৰি আছে। এই সংক্রান্তত দুয়োৰে মাজত টেলিফোনিক বার্তালাপ চলি থকাৰ মাজতে ঠিকাদাৰজনৰ কাষতে থকা নগাঁৱৰ কাৰ্যালয়ৰ হাজৰিকা উপাধিব এজন কর্মচাৰীৰ স’তে বার্তালাপ কৰে আখতাৰে। ঠিকাদাৰজনক আখতাৰে কৈছে, ‘ওচমান দুই-তিনি দিনৰ ভিতৰত আহিব লাগিব, মই ডিব্রুগড়ত আছো।

মই এসপ্তাহ ঘৰলৈ নাযাওঁ, কামৰ বহুত হেঁচা।’ তেতিয়া ঠিকাদাৰজনে ‘আমি আপোনাব ঘৰত আহিছো’ বুলি উল্লেখ কবি কাষতে থকা হাজৰিকাক ফোনটো গতাই দিয়ে। হাজৰিকাই প্রশ্ন কৰে, ‘ছাৰ, ভালে আছে?’ তেতিয়া আখতাবে কয়, ‘ডিব্রুগড়, কালি আৰু আজি বন্ধ যদিও কাম কৰিবলগীয়া হৈছে। চাকৰিৰ ইন্টাৰভিউ চলি আছে।

নগাঁৱত ইন্টাৰভিউ পতা নাই নেকি ? মই ইয়াতে ইন্টাৰভিউ পাতিছো বুইচ্ছা। কাইলৈও ইন্টাৰভিউ আৰু আজিও হৈ আছে। যি পইচা পাম, সেয়া তোমালোকক দি দিম। মই এইটো সপ্তাহ যাব নোৱাৰো। এই চাকৰি বিলাক দিহে যাব পাৰিম।’

উল্লেখ্য যে ২০২২ৰ শেষৰ ফালে হোবা এই কথোপকথনত আখতাৰে স্পষ্টভাৱে মন্তব্য কৰিছে যে ইণ্টাৰভিউ পাতিছে, দুটা পইচা পাব। ফলত বিভিন্ন আঁচনিৰ নামত লুটি-পুতি খোৱা আখতাৰ এণ্ড কোম্পানীয়ে চাকৰিব নামতো যে এখন বৃহৎ বজাৰ গঢ়ি তুলিছিল সেয়া স্পষ্ট হৈ পৰিছে। আৰক্ষীৰ তদন্তত এই সকলোবোৰ পোহৰলৈ আহিব বুলি সচেতন মহলৰ আশা।

ইফালে, মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে কোনো অভিযান চলালে আগতীয়াকৈ কোনেও ভূকে নাপায় বুলি বিভিন্নজনে দাবী কৰিব খোজে যদিও এমাহৰ আগতে গোচৰৰ সবিশেষ তথ্য লৈ গ্রেপ্তাৰৰ পৰা হাত সাৰিবলৈ আগতীয়া জামিন আবেদন কৰিছিল আখতাৰে।

যিটো গোচৰৰ ভিত্তিত মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আখতাৰৰ বিভিন্ন স্থানত থকা সম্পত্তি তালাচী চলাইছিল, সেই দুর্নীতি প্রতিৰোধ আইনৰ ১৩ (১) (বি)/১৩ (২) ধাৰাত ৰজু হোৱা ০৬/২০২৩ নম্বৰ গোচৰত যোৱা ২১ নৱেম্বৰতে উচ্চ ন্যায়ালয়ৰ পবা অগ্রিম জামিন লাভ কৰিছিল আখতাৰে।

ফলত মঙলবাৰে মুখ্যমন্ত্রীৰ বিশেষ তদাবন্ধী কোষে দুশ শতাংশতকৈ অধিক আয়বহির্ভূত সম্পত্তিৰ সন্দৰ্ভত আখতাৰক দিনজোৰা জেৰা চলাই যাবলৈ দিয়ে। দুর্নীতিগ্রস্ত বিষয়াজনক পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা গোৱালপাৰা সমষ্টিৰ বাবে প্রার্থিত্ব আবেদন কৰা আখতাৰে ২০২৫ত অৱসৰ গ্ৰহণ কৰিব আৰু ২০২৬ত নির্বাচনত প্রতিদ্বন্দ্বিতাৰ লক্ষ্যৰে ধন বিনিয়োগ কৰি অহাৰ অভিযোগ আছে।

সম্প্রতি তদন্তকাৰী আৰক্ষীয়ে দুর্নীতিগ্রস্ত বিষয়াজনৰ বেংকৰ তথ্যৰ পৰা বহু কোটি টকাৰ ধনব লেনদেনৰ লাভ কৰিছে। সমান্তৰালভাৱে বিষয়াজনৰ বেংকত থকা লকাৰৰ তথ্যৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে তদাৰকী কোষে। আয়তকৈ দুশ শতাংশবো অধিক সম্পত্তিব গৰাকী আখতাৰে সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াক হাতৰ মুঠিত ৰাখি আত্মসাৎ কৰা ধনসমূহ মাটি-বাবী ক্রয়ত বিনিয়োগ কৰি আহিছিল বুলিও তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে।

ইপিনে, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আখতাৰৰ সাম্ৰাজ্যত তালাচী আৰম্ভ কৰাৰ পাছতে দিছপুৰৰ এটা চক্রই দুর্নীতিগ্রস্ত বিষয়াজনক ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰতা অব্যাহত ৰাখিছে। বিশেষকৈ আখতাৰ যে এজন জ্যেষ্ঠ আইপিএছ বিষয়াৰ অতি ঘনিষ্ঠ আছিল, সেয়া সংশ্লিষ্ট সঞ্চালকালয়ব সর্বজনবিদিত।

ভূমি সংৰক্ষণ বিভাগৰ একাংশ বিষয়া- কর্মচাবীয়ে আনকি অভিযান চলিলেও প্রভাবশালী বিষয়াজন যে গ্রেপ্তাৰ হ’ব পাৰে এই কথা কোনেও মানি ল’ব

নোখোজে। কিয়নো দিছপুৰৰ শীৰ্ষ বিষয়াক লাভ কৰা অভিযোগ দিবলৈ যাওঁতেই স্বয়ং সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াক আখতাৰে মুকলিকৈ ককৰ্থনা কৰিছিল। ফলত সান্দহ খোৱা বালি তল পৰাৰ ভয়তে দিছপুৰৰ এটা চক্রই আখতাৰক ৰক্ষণাবেক্ষণৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উঠিছে।

আনহাতে, এজন দুর্নীতিগ্রস্ত বিষয়াৰ বিৰুদ্ধে দীর্ঘদিনৰ পৰা দুর্নীতিৰ অভিযোগ লাভ কৰিও আজি পর্যন্ত বিষয়াজনক গ্রেপ্তাৰ নকৰাৰ বিষয়টোৱেও তেওঁ যে কিমান প্রভাবশালী সেয়া প্রতিপন্ন কৰে। ইয়াৰ ফলতে আখতাৰে চাকৰিৰ বেহাকে ধৰি বিভিন্ন দুর্নীতি সংঘটিত কৰি অহাৰ পাছতো আগতীয়াকৈ গোচৰৰ তথ্য লাভ কৰি অগ্রিম জামিন লাভ কৰিবলৈ সক্ষম হ’ল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CM Vigilance InterrogationCM Vigilance RaidCorrupt Officials Akhter Hussain
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d