Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

WhatsApp : হোৱাট‌ছ‌এপ্ ব্যৱহাৰকাৰীৰ বাবে সুখবৰ

এইবাৰ উপলব্ধ হ'ব কল ৰেকৰ্ডিঙৰ সুবিধা !

publisher by publisher
December 15, 2022
in Lifestyle
Reading Time: 1 min read
0
WhatsApp : হোৱাট‌ছ‌এপ্ ব্যৱহাৰকাৰীৰ বাবে সুখবৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

চৰকাৰী কাৰ্যালয়ত Pen drive-WhatsApp নিষিদ্ধ, চাইবাৰ ষড়যন্ত্ৰ ৰোধৰ বাবে কাশ্মীৰত ডাঙৰ সিদ্ধান্ত

অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

WhatsApp Could Soon Be Banned In India:শীৰ্ঘেই ভাৰতত নিষিদ্ধ হ’ব পাৰে হোৱাটচআপ (WhatsApp) !

WhatsApp :

ব্যৱহাৰকাৰীসকলৰ বাবে সকলো সময়তে নতুন নতুন ফিচাৰ উপলব্ধ কৰাৰ চেষ্টা কৰিছে হোৱাটছ এপে । সেয়ে পৰীক্ষা-নিৰীক্ষা চলিয়ে থাকে । প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক বছৰত উপলব্ধ হ’ব পাঁচটা ফিচাৰ ।

ADVERTISEMENT

জানি ল‌ওক কি কি –

ছিডিউলিং মেছেজ : আগন্তুক দিনত হোৱাটছ‌এপত উপলব্ধ হ’ব ছিডিউল কৰাৰ সুযোগ । অর্থাৎ ধৰা হ’ল নিশা ১২ বজাত কাৰোবাক মেছেজ পঠাব বিচাৰে, সেই ক্ষেত্রত আগতেই মেছেজ ছিডিউল কৰিব পাৰিব । পাহৰাৰ সম্ভাৱনাই নাথাকিব ।

এডিট মেছেজ : বহু সময়ত ভুলতে কাৰোবাক মেছেজ গুচি যায় । কেতিয়াবা মেছেজ পঠোৱাৰ পাছত মনত পৰে, কিছু সলনি কৰাৰ প্রয়োজন আছিল । ইমান দিনে সেই ক্ষেত্রত ডিলিটৰ বাহিৰে অন্য কোনো উপায় নাছিল ।

অৱশ্যে আগন্তুক বছৰৰ পৰা এডিট অপছন পোৱা যাব বুলি আশা কৰা হৈছে । অর্থাৎ কিছু মেছেজ পঠোৱাৰ পাছত মেছেজটো এডিট কৰি পৰিৱর্তন কৰিব পৰা যাব ।

আনছেণ্ড : ইতিমধ্যে মেছেঞ্জাৰত উপলব্ধ হৈছে আনছেণ্ড অপছন । কিন্তু হোৱাটছ‌এপত নাই । ফলত উপায় বুলিবলৈ কেৱল ডিলিট অপছনেই আছে । সেইক্ষেত্রতো বুজিব পৰা যায় যে, কোনো মেছেজ পঠাই সেয়া ডিলিট কৰি দিয়া হৈছে । আনছেণ্ডৰ ক্ষেত্রত সেই সমস্যা নাথাকে ।

ভেনিছ মোড : ইনষ্টাগ্রাম আৰু মেছেঞ্জাৰ ব্যৱহাৰকাৰীসকলে কিছু পৰিমাণে হ’লেও ভেনিছ মোড সম্পর্কে জানে । অত্যন্ত গোপন আলোচনা বা তথ্য আদান-প্রদানৰ ক্ষেত্রত এই ফিচাৰ অত্যন্ত সুবিধাজনক । আগন্তুক বছৰৰ পৰা হোৱাটছ‌এপতো পাব সেই সুবিধা ।

কল ৰেকর্ডিং : অনেকৰ বাবে অতি গুৰুত্বপূর্ণ এই ফিচাৰ । সম্ভৱত আগন্তুক বছৰৰ পৰা সাধাৰণ কলৰ দৰে ৰেকর্ড কৰিব পাৰিব হোৱাটছ‌এপ্ কলো । অৱশ্যে ৰেকর্ড কৰিবই লাগিব তেনে নহয় । আপুনি ইচ্ছা কৰিলে ৰেকর্ড কৰিব পাৰিব কল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Call RecordingNew FeatureWhatsapp
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d