Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Income Tax Department : ঝাড়খণ্ডৰ দুই কংগ্ৰেছ বিধায়ক ঘনিষ্ঠৰ বাসগৃহত তালাচী অভিযান

publisher by publisher
November 8, 2022
in India, News, Politics
Reading Time: 2 mins read
0
Income Tax Department : ঝাড়খণ্ডৰ দুই কংগ্ৰেছ বিধায়ক ঘনিষ্ঠৰ বাসগৃহত তালাচী অভিযান
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

 Firing Incident In West bengal:নির্বাচনোত্তৰ হিংসাত জ্বলিছে পশ্চিমবংগ

Income Tax Department :

ঝাড়খণ্ডৰ (Jharkhand) দুই বিধায়কৰ হিচাপ বহির্ভূত প্রায় এশ কোটি টকাৰ লেনদেনৰ তথ্য পালে আয়কৰ বিভাগে । কেৱল বিধায়কে (Congress MLA) নহয়, তেওঁলোকৰ ঘনিষ্ঠ সহযোগীসকলৰ বাসগৃহতো তালাচী চলোৱা হৈছে ।

এই লেনদেনৰ স’তে কয়লা আৰু লোহাৰ খনিৰ সংযোগ আছে বুলি অনুমান কৰা হৈছে । বিগত এসপ্তাহ ধৰি প্রায় ৫০টা স্থানত তালাচী অভিযান চলোৱা হৈছে ।

ADVERTISEMENT

আয়কৰ দপ্তৰৰ তৰফৰ পৰা এটা বিবৃতি দি কোৱা হৈছে, কুমাৰ জয়মংগল আৰু প্রদীপ যাদৱ নামে দুই কংগ্রেছ বিধায়কৰ বাসগৃহত তালাচী চলোৱা হৈছে । যোৱা চাৰি নৱেম্বৰৰ পৰা মুঠ চাৰিখন ৰাজ্যত এই বিধায়কসকলৰ বিৰুদ্ধে তালাচী আৰম্ভ হয় । ঝাড়খণ্ড, বিহাৰ, হাৰিয়ানা আৰু পশ্চিমবংগ – এই চাৰিখন ৰাজ্যত তালাচী চলাই বিপুল আর্থিক লেনদেনৰ বিষয়টো জানিব পৰা যায় ।

অৱশ্যে তালাচীৰ বিষয়টো স্বীকাৰ কৰিছে জয়মংগলে । আয়কৰ বিভাগৰ স’তে সহযোগিতা কৰা হৈছে বুলিও দাবী কৰিছে তেওঁ ।

এই বিবৃতিত আৰু কোৱা হৈছে, কয়লা আৰু লোহাৰ ব্যৱসায়ৰ স’তে জড়িত কিছুসংখ্যক ব্যৱসায়ীৰ বিৰুদ্ধে তালাচী আৰম্ভ কৰা হৈছিল । তাৰ পৰাই দুই কংগ্রেছ বিধায়কৰ নাম উত্থাপন হয় । ইতিমধ্যে দুই কোটি টকা জব্দ কৰা হৈছে ।

আকৌ এশ কোটি টকাৰ লেনদেনৰ বিষয়ে জানিব পৰা গৈছে আৰু একাধিক নথিপত্র বাজেয়াপ্ত কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, স্থাৱয সম্পত্তিত বিনিয়োগ কৰিছিল এই দুই বিধায়কে । কিন্তু সেই সম্পত্তিৰ সকলো তথ্য পোৱা নাই ।

ঝাড়খণ্ডৰ চৰকাৰত জেএমএমৰ সহযোগী দল কংগ্রেছ । কেন্দ্রীয় সংস্থাসমূহৰ সহায়ত চৰকাৰ ভংগ কৰাৰ চেষ্টা কৰিছে বিজেপি-য়ে বুলি কিছুদিন পূৰ্বে অভিযোগ উত্থাপন কৰিছিল ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে ।

এই তালাচী অভিযানৰ পাছত একেই কথা কৈছে ঝাড়খণ্ড কংগ্রেছৰ মুখপাত্র ৱাজীৱ ৰঞ্জনে । তেওঁৰ মতে, অনা-বিজেপি ৰাজ্যসমূহত চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্র চলিছে । সেয়ে এই তালাচী অভিযান ।

প্রসংগত, যোৱা আগষ্টত তিনি কংগ্রেছ বিধায়কৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছিল জয়মংগলে । তেওঁলোকে চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্র কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল । পাছত অৱশ্যে পশ্চিমবংগত ধৰা পৰে এই তিনি কংগ্রেছ বিধায়ক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharCongress MlahariyanaHOUSE RAIDIncome Tax DepartmentJharkhandKumar joi MangalPradip yadavWEST BENGAL
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d